Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ashok Sarma :নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ বিস্ফোৰক মন্তব্য

‘আমি অপাত্ৰৰ হাতত ক্ষমতাবোৰ গতাই দিলো নেকি !

publisher by publisher
April 4, 2023
in Assam, News
Reading Time: 1 min read
0
Ashok Sarma :নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ বিস্ফোৰক মন্তব্য
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

Ashok Sarma :

নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা অসম বৃক্ষৰোপণ আৰু শস্য উন্নয়ন‌ নিগমৰ অধ্যক্ষ অশোক শৰ্মাই শেহতীয়াকৈ বিজেপিৰ কিছু কৰ্ম কাণ্ডক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ৷

ADVERTISEMENT

ৰাষ্ট্ৰীয় প্ৰেক্ষাপট সম্পৰ্কত কয়,কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাটো গণতন্ত্ৰৰ পৰিপন্থী ৷ এই কাৰ্যই একপ্ৰকাৰ বিৰোধী শক্তিক ঐক্যবদ্ধ হোৱাত সহায় কৰিলে ৷ এইয়া কংগ্ৰেছৰ বাবে এটা ভাল সূযোগ দিলে বিজেপিয়ে ৷

প্ৰাক্তন বিধায়ক গৰাকীয়ে আৰু কয় যে, শেহতীয়াকৈ ৰাজ্যিক বিজেপিত পুৰনি কৰ্মী গুৰুত্বহীন হৈ পৰিছে৷ আমি অপাত্ৰৰ হাতত ক্ষমতাবোৰ গতাই দিলো নেকি বুলি তিৰ্যক মন্তব্য প্ৰকাশ কৰে ৷ তেওঁৰ মতে,অহা দিনবোৰৰ ভিতৰত দলত বৃহৎ পৰিৱৰ্তনৰ আশা আছে বুলি মন্তব্য কৰি কয় যে, তেওঁ অধ্যক্ষাত থকা নিগমটোৰ প্ৰতি চৰকাৰৰ গুৰুত্ব নাই ৷যাৰবাবে কৰ্মচাৰীৰ দৰমহা কাৰ্যালয়ৰ একাংশ ভাড়া দি পোৱা টকাৰে পৰিশোধ কৰা হৈছে ৷

সংবাদ মাধ্যমক আৰু শৰ্মাই কয়, মোৰ ক্ষোভো নাই দুখো নাই ৷কিন্তু কেতিয়াবা ভাৱো যেনেদৰে বতাহ,বৰষুণৰ তাণ্ডৱলীলা কিছু সময় দি পিচত নাইকিয়া হয়৷ঠিক তেনেদৰে এইবোৰ এদিন নোহোৱা হৈ যাব ৷ আমি তেনে এক ভাল দিনৰ অপেক্ষাত আছো ৷

বিজেপি দলটো এটা আদৰ্শৱান দল৷এই দলৰ নীতি আদৰ্শ অন্য দলতকৈ ভিন্ন৷সেয়েহে দলটোৰ আদৰ্শ শিৰনত কৰি আগুৱাই গৈ আছো ৷ কোনোবাই দলটো ক্ষতি কৰিলেই সেইয়া স্থায়ী নহয় ৷ এটা ভাল সময় আহিবই ৷

আনহাতে দলৰ প্ৰাক্তন বিধায়ক গৰাকীৰ এই মন্তব্যৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়,অশোক দা,দলটোৰ এজন একনিষ্ঠ পুৰণি কাৰ্যকৰ্তা তথা আমাৰ পুৰণি সতীৰ্থ ৷ ইতিমধ্যে তেখেতৰ স’তে দলীয় কাৰ্যালয়ত আলোচনা কৰা হ’ব বুলি জনাই কলিতাই ৷

আনপিনে কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাই কয়, অশোক শৰ্মাই এনেদৰে কোৱা অনুচিত ৷তেওঁৰ কিবা ক্ষোভ ,অভিমান আছে সেইয়া দলৰ মঞ্চত উপস্থাপন কৰিব লাগিছিল ৷দলীয় টিকট নাপালে বুলি সংবাদ মাধ্যমৰ ওচৰত দলৰ বিৰুদ্ধে মন্তব্য কৰিব নালাগে ৷

নলবাৰীৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অশোক শৰ্মা মন্তব্য সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে ৷ চি পি এমৰ বৰ্ষীয়ান বিধায়ক মনোৰঞ্জন তালুকদাৰে আজি অসম বিধানসভা চৌহদত সাংবাদিক অশোক শৰ্মাৰ ক্ষোভ সন্দৰ্ভত কয় যে, এইটো স্পষ্ট বিজেপি দলটো দুনীৰ্তিগ্ৰস্ত দল ৷ দলটোত এতিয়া দুনীৰ্তিগ্ৰস্তৰ পয়োভৰ হৈছে ৷ যাৰবাবে সুখী নহয় অশোক শৰ্মাৰ দৰে পুৰণি বিজেপি কৰ্মী সকল ৷ বাজপেয়ী দিনত থকা নীতি- আদৰ্শ এতিয়া অতীত ৷

প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মা সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় ,শৰ্মাই ক্ষোভ খিনি দলীয় মঞ্চত কব লাগিছিল ৷কিন্ত সংবাদ মাধ্যমৰ সন্মুখত এই কাৰণেই কৈছে চাগৈ যে তেওঁৰ বক্তব্য দলীয় মঞ্চত অপ্ৰাসংগিক ৷ এইটো কথা স্পষ্ট যে মুল্যবৃদ্ধি ,ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ তীব্ৰ অসন্তুষ্টি আছে শৰ্মাৰ ৷ এনেদৰে ক্ষোভ আৰু অসন্তুষ্টি থকা বহু বিজেপি নেতা আছে বুলি কয় শিকদাৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ashok SarmaBJP
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d