Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Aditya L1 Mission:দুই ছেপ্টেম্বৰত ইছৰ ৱে সূৰ্যলৈ উৎক্ষেপণ কৰিব আদিত্য-এল ১

publisher by publisher
August 29, 2023
in India, International
Reading Time: 2 mins read
0
Aditya L1 Mission:দুই ছেপ্টেম্বৰত ইছৰ ৱে সূৰ্যলৈ উৎক্ষেপণ কৰিব আদিত্য-এল ১
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

ন মাহত দুবাৰ ব্যৰ্থতাৰ কাৰণ কি?

উৎক্ষেপণৰ মাজতে যান্ত্ৰিক ত্ৰুটি!

LACHIT-1:শ্রীহৰিকোট্টাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা PSLV-C62/EOS-N1 মিছনত বিসংগতি !

Aditya L1 Mission:

ইছৰ’ৰ চন্দ্ৰযান-৩ৰ চন্দ্ৰপৃষ্ঠত সফল অৱতৰণৰ পাছত সূৰ্য অভিযানৰ প্ৰস্তুতি পূর্ণগতিত আৰম্ভ কৰি ইছৰ’ৱে ঘোষণা কৰিছে যে দুই ছেপ্টেম্বৰত সূর্য অভিমুখে ‘আদিত্য- এল১’ উৎক্ষেপণ কৰিব।

ADVERTISEMENT

উল্লেখ্য যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ‘ইছৰ’ই ইতিমধ্যে ঘোষণা কৰিছে যে আগষ্টৰ শেষত অথবা ছেপ্টেম্বৰৰ আৰম্ভণিতে ‘আদিত্য-এল১’ সৌৰযান সূর্য অভিমুখে যাত্ৰা কৰিব।

প্রণিধানযোগ্য যে সেই ঘোষণা অনুযায়ী ইছৰ’ৱে নিশ্চিত কৰিলে দুই ছেপ্টেম্বৰত সৌৰযান আদিত্য-এল১ সূৰ্যলৈ ৰাওনা হ’ব।

চন্দ্ৰযান-৩ এই সফল অভিযানত মহাকাশ গৱেষণা সংস্থাই গৌৰৱান্বিত হৈ পূৰ্ণগতিৰে সূৰ্য অভিযানৰো প্রস্তুতি চলাইছিল। ইতিমধ্যে ইছৰ’ৰ তৰফৰ পৰা জনোৱা হৈছিল যে সূৰ্যৰ মাধ্যাকর্ষণ শক্তি,পৃথিৱীৰ মধ্যাকর্ষণ শক্তি আৰু মহাকাশ যানৰ শক্তিৰ ৰহস্য উদ্‌ঘাটনৰ বাবে আদিত্যৰ শৰীৰত সাতটা যন্ত্ৰ স্থাপন কৰা হৈছে।

এই যন্ত্ৰবোৰে আদিত্যক সূৰ্যৰ অভিমুখে ৰাওনা হোৱাত সক্রিয়ভাৱে সহায় কৰিব বুলিও ইছৰ’ৰ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে । ভাৰতৰ এনে বিশ্ব অভিলেখক লৈ সমগ্ৰ বিশ্বৰ জনগণে আনন্দোল্লাসত মতলীয়া হৈ পৰাৰ পাছতে ইছৰ’ৰ বিজ্ঞানীসকলো আনন্দত আত্মহাৰা হৈ পৰিছে।

সেয়ে ইছৰ’ৱে চন্দ্ৰযান-৩ সফলতাত উৎফুল্লিত হৈ ‘আদিত্য-এল ১’ সৌৰযানেৰে সূৰ্য অভিযানক বাস্তৱত ৰূপ দিবলৈ দিনে-নিশাই মহাকাশ গৱেষণা সংস্থাৰ গৱেষণা কক্ষত ব্যস্ত হৈ উল্লিখিত পদক্ষেপ গ্ৰহণ কৰিছে। মহাকাশ গৱেষণা সংস্থা ইছৰ’ৰ এনে পদক্ষেপক সমগ্র ভাৰতবাসীয়ে আদৰণি জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aditya L1 MissionISROsun
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d