Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শালবাৰী মহকুমাৰ বৃহত্তৰ অঞ্চলৰ ভিন্ন সমস্যা পৰিদৰ্শন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ৰ

"মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যৰ সকলো খণ্ডতে উন্নয়নৰ নতুন ধাৰাৰ পৰিকল্পনা কৰা হৈছে"

publisher by publisher
July 4, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
শালবাৰী মহকুমাৰ বৃহত্তৰ অঞ্চলৰ ভিন্ন সমস্যা পৰিদৰ্শন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ৰ
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

“সাম্প্ৰতিক সময়ৰ পৰিস্থিতি অনুযায়ী অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ স্বাস্থ্য খণ্ডত যিদৰে নতুন ধাৰাৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে , তেনেদৰে সমগ্ৰ অসমত মুখ্যমন্ত্ৰীৰ নেতৃত্বত সকলো খণ্ডতে উন্নয়নৰ বাবে নতুন ধাৰা পৰিকল্পনা কৰিছে। “

ADVERTISEMENT

এই মন্তব্য অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ । আজি ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত বিটিচিৰ বাকসা জিলা এলেকাধীন বৃহত্তৰ শালবাৰী সমষ্টিৰ ভিন্ন এলেকা পৰিদৰ্শনেৰে অঞ্চলটোত থকা একাধিক সমস্যা প্ৰত্যক্ষ কৰি সমস্যাবোৰৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে মন্ত্ৰী ব্ৰহ্মই।

উল্লেখ্য যে বাকসা জিলাৰ অভিভাৱক মন্ত্ৰী ব্ৰহ্ম‌ই সংবাদ মাধ্যমৰ আগত পুনৰ কয় যে , ” আগন্তুক পাঁচটা বছৰৰ ভিতৰত বাকসা জিলাৰ মৌলিক সমস্যাবোৰ দূৰ হʼব লাগে ।

আমি আশাবাদী বাকসা জিলাত থকা বিভিন্ন সমস্যাবোৰ অহা পাঁচ বছৰত দূৰ কৰিবলৈ সক্ষম হ’ম । এই ক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধতাৰে সকলো স্তৰৰ জনতাক লগত লৈ উন্নয়নৰ হকে কাম কৰি যাব লাগিব ।”

হস্ততাত-বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে বিভাগদুটাৰ জৰিয়তে অসমৰ জনজীৱনৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত একাধিক পৰিকল্পনা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে । উল্লেখ্য যে, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ই আজি শালবাৰী মহকুমাহ কেন্দ্ৰ, শালবাৰী মহকুমাহ সদৰস্থিত শালবাৰী আদৰ্শ চিকিৎসালয়, বাৰেংগাবাৰী চিকিৎসালয়, সাউদৰভিঠা চিকিৎসালয় পৰিদৰ্শন কৰি তাত থকা আন্তঃগাথঁনিৰ সমস্যাৰ লগতে অন্যান্য সমস্যাবোৰৰ বুজ লয় ।

তদুপৰি শালবাৰী মহকুমাধিপতিৰ কাৰ্যালয়, শালবাৰী মহাবিদ্যালয়, শালবাৰীস্থিত হস্ততাত-বস্ত্ৰ শিল্পৰ অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ আন্তঃগাথঁনিৰ সমস্যাকে ধৰি অন্যান্য সমস্যাবোৰ প্ৰত্যক্ষ কৰে । ইয়াৰ উপৰিও মন্ত্ৰী ব্ৰহ্ম‌ই ভৌকামাৰীস্থিত পল্লা নদীৰ ওপৰত পকী দলঙৰ নিৰ্মাণকাৰ্য স্থবিৰ হৈ থকা সমস্যা, সাকোগুৰি – ৰূপাফুলিত পল্লা নদীৰ ওপৰত পকী দলঙৰ নিৰ্মাণকাৰ্যৰ স্থবিৰ হৈ থকা সমস্যা, সৰুপেটা – গোসাইভিঠা পথৰ নিৰ্মাণকাৰ্য স্থবিৰ হৈ থকা সমস্যা পৰিদৰ্শন তথা প্ৰত্যক্ষ কৰে ।

একেদৰে ভৱানীপুৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথৰ দুৰৱস্থা, শালবাৰীৰ পৰা গাতি – বাহবাৰীলৈ যোৱা পথৰ বিধ্বস্ততা, বৰটাৰী অঞ্চলৰ পল্লা নদীৰ খহনীয়াৰ সমস্যা পৰিদৰ্শন কৰে মন্ত্ৰী ব্ৰহ্ম‌ই ।

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ই বৃহত্তৰ শালবাৰীৰ একাধিক সমস্যা পৃথকে পৃথকে পৰিদৰ্শন কৰি বুজ লোৱাৰ লগতে ৰাইজৰ স’তেও মত বিনিময় কৰে একাধিক স্থানত । দিনযোৰা কাৰ্যক্ৰমণিকাৰে বৃহত্তৰ শালবাৰী অঞ্চলৰ সমস্যাবোৰ পৰিদৰ্শন কৰা সময়চোৱাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মক সংগ দিয়ে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, শালবাৰী সমষ্টিৰ টি চি এল চি চিৰ অধ্যক্ষ বিনোদ মুছাহাৰী, কোকলাবাৰী সমষ্টিৰ প্ৰাক্তন এম চি ল এ অনিপ বসুমতাৰী, যুৱ নেতা – সমাজকৰ্মী সত্যজিৎ বড়ো, দয়াল শৰণীয়া, বিউটি বসুমতাৰীকে ধৰি কেবাগৰাকীও সমাজকৰ্মীয়ে।

আন‌ এক উল্লেখ্য যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰিত্ব লাভ কৰাৰ পাছত উৰ্খাও গৌৰা ব্ৰহ্ম‌ই আজি প্ৰথমবাৰৰ বাবে শালবাৰীত পদাৰ্পন কৰাৰ লগে লগে প্ৰায় অৰ্ধ শতাধিক দল – সংগঠনে উষ্ম সম্বৰ্ধনা জনায় মন্ত্ৰী গৰাকীক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa SarmaKeshab Mahantaurkhao gwra brahma
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d