Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Aryan Khan : আৰিয়ানৰ মুক্তিৰ বাবদ শাহৰুখৰ পৰা ধন আদায়ৰ পৰিকল্পনা কৰিছিল গোছাভিয়ে ! দাবী প্রভাকৰৰ

publisher by publisher
November 12, 2021
in Entertainment, India, News
Reading Time: 1 min read
0
Aryan Khan : আৰিয়ানৰ মুক্তিৰ বাবদ শাহৰুখৰ পৰা ধন আদায়ৰ পৰিকল্পনা কৰিছিল গোছাভিয়ে ! দাবী প্রভাকৰৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

চর্তসাপেক্ষে ‘ডন’ ফ্রেঞ্চাইজিলৈ উভতিব শ্বাহৰুখ

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

মাদক-কাণ্ডত গ্রেপ্তাৰ আৰিয়ান খানৰ মুক্তিৰ বাবে শাহৰুখ খানৰ পৰা মোটা অংকৰ ধন আদায়ৰ পৰিকল্পনা কৰিছিল মাদক নিয়ন্ত্রণ সংস্থা (এনচিবি)-ৰ সাক্ষী কিৰণ পি গোছাভিয়ে । এই বিষয়ত আলোচনাৰ বাবে এনচিবি-কৰ্মচাৰী সমীৰ ৱাংখেৰেৰ স’তেও তেওঁ যোগাযোগ কৰিছিল । এক সর্বভাৰতীয় সংবাদমাধ্যমৰ সাক্ষাৎকাৰত এই দাবী কৰে এই গোচৰৰ আন এক সাক্ষী প্রভাকৰ ছইলে ।

ADVERTISEMENT

এই গোচৰত গোছাভিৰে দেহৰক্ষী হিচাপে নিজৰ পৰিচয় দিছিল প্রভাকৰক । তেওঁৰ দাবী, গোচৰৰ আন এক সাক্ষী শ্যাম ডি’চুজাৰ স’তে ধন আদায়ক লৈ কথাবার্তাও হৈছিল । শ্যামক ২৫ কোটি টকা আদায় কৰাৰ কথা কৈছিল গোছাভিয়ে । বিষয়টো যাতে ১৮ কোটি টকাৰ ভিতৰতে সমাধান হয়, সেই পৰামর্শও দিছিল । এই টকাৰে আঠ কোটি দিয়া হ’ল হয় সমীৰক আৰু বাকী ১০ কোটি টকা নিজৰ মাজত ভাগ কৰিলে হয় ।

উল্লেখ্য, আৰিয়ানৰ গ্রেপ্তাৰিৰ পাছত গোছাভিক শাহৰুখৰ সহকাৰী পূজা দাদলানিয়ে লগ কৰে । সেই সাক্ষাতৰ ছবি ধৰা পৰিছে চিচটিভি ফুটেজত । তাক লৈও চাঞ্চল্যকৰ দাবী প্রভাকৰৰ । তেওঁ কয়, ‘‘মোৰ ম’বাইল নম্বৰ সমীৰ ৱাংখেৰেৰ নামত ছেভ কৰি ৰাখিছিল গোছাভিয়ে । ল’ৱাৰ পেৰেল ব্রিজত পূজাৰ স’তে সাক্ষাতৰ সময়ত গোছাভিৰ নির্দেশ মৰ্মে ম‌ই তেওঁক ফোন কৰো । যাতে পূজাক এইটো বুজাব পাৰো যে, সমীৰেই গোছাভিক ফোন কৰিছিল ।’’

প্ৰভাকৰে এইটোও দাবী কৰে যে, শ্বাহৰুখৰ পৰা ধন আদায়ৰ পৰিকল্পনাৰ বিষয়ে সমীৰে জানিছিল । এদিন কোলাবাত শ্যামক লগ কৰিবলৈ যাওঁতে, তেওঁ গোছাভিৰ স’তে আছিল । সেই সময়ত সমীৰৰ স’তে গোছাভিৰ ম’বাইলত কথোপকথন হয় বুলি জনাইছে প্রভাকৰে । তেওঁ কয়, ‘‘গোছাভিৰ ম’বাইলত এটা ফোন অহাত সমীৰৰ নাম দেখিছিলো । শুনিলো যে গোছাভিয়ে কৈছে, ‘ছাৰ, কিছুদিন অপেক্ষা কৰিব লাগিব । টকা-প‌ইচাক লৈ আলোচনা চলিছে । ম‌ই আপনাক ফোন কৰি জনাম । কিন্তু তাৰ আগতে কোনো পদক্ষেপ নল’ব ।’’’

প্রভাকৰে জনাইছে, পাছদিনা পুৱা তেওঁক মহালক্ষ্মী অঞ্চলত ৫০ লাখ টকা সংগ্রহৰ বাবে পঠাইছিল গোছাভিয়ে । লগতে, সুনীল পেটেল নামে এজন ব্যক্তিকো ২৩ লাখ টকা দিয়াৰ কথা উল্লেখ কৰিছে প্রভাকৰে । সুনীলৰ কথা মতে তেওঁ এজন লোকৰ একাউন্টত এক লাখ টকা ট্রান্সফাৰো কৰে । প্রভাকৰৰ দাবী, ‘‘তিনি অক্টোবৰত ভাছি ব্রিজৰ কাষৰ পৰা পাঁচ লাখ টকা ভর্তি এটা বেগ সংগ্রহ কৰিবলৈ কয় গোছাভিয়ে । সেইটো লৈ ইনৰবিট মলৰ কাষত যাবলৈ কৈছিল । মলৰ কাষত যোৱাত গোছাভি উপস্থিত হয় । তাৰ পাছতেই সেই বেগত আৰু টকা ভৰাই দিয়ে । মোক কয়, ‘চার্চগেটত যোৱা । তাত শ্যাম ডি’চুজাই তোমাক ফোন কৰিব ।’ মোক ২৩ লাখ টকা সংগ্রহ কৰিবলৈও কৈছিল । চার্চগেটত গৈ দেখো শ্যামে আহি অন্য এজনৰ পৰা আৰু ২৩ লাখ টকা সংগ্রহ কৰিছে । মুঠ ৩৮ লাখ টকা লৈ গোছাভিৰ ওচৰত উভতি আহো আমি । গোটেইখিনি টকা শ্যামৰ হাতত তুলি দিয়া হয় । সেই টকা লৈ শ্যাম গুচি যায় ।’’

এতিয়া, প্রভাকৰৰ দাবী মতে সেই টকা শ্যামক দিয়া হৈছিল নে নাই, বা দিয়া হ’লে সেই টকা কাৰ তাত আছে, তাক লৈ বহু প্রশ্ন আছে । তদন্তও চলিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: aryan khanShah Rukh Khan
publisher

publisher

Related Posts

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d