Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

They Will Remain On Contract Basis Or Regularize Their Jobs:শিক্ষকক বিমোৰত পেলাই ৰাজ্য চৰকাৰৰ চৰ্ত সাপেক্ষ নিৰ্দেশ জাৰি

ঠিকাভিত্তিক হৈয়ে থাকিব নে চাকৰি নিয়মীয়া কৰিব?, অহা ৩০ জানুৱাৰীৰ ভিতৰত প্রতিজন শিক্ষকে লিখিত আকাৰে জনাব লাগিব, নিয়মীয়াকৰণ হ'লে নতুন নিযুক্তিৰ দৰে আৰম্ভ হ'ব বেতন ক্রম, হ্রাস পাব ১০ হেজাৰ টকা পর্যন্ত দৰমহা নিৰ্দেশনাৰ, তীব্ৰ বিৰোধ প্রাথমিক শিক্ষক সম্মিলনীৰ

publisher by publisher
January 25, 2024
in Assam, India, News
Reading Time: 2 mins read
0
They Will Remain On Contract Basis Or Regularize Their Jobs:শিক্ষকক বিমোৰত পেলাই ৰাজ্য চৰকাৰৰ চৰ্ত সাপেক্ষ নিৰ্দেশ জাৰি
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

They Will Remain On Contract Basis Or Regularize Their Jobs:

চাকৰি নিয়মীয়াকৰণ বিচাৰে নে পূৰ্বৰ দৰে ঠিকাভিত্তিক শিক্ষক হিচাপেই ৬০ বছৰ বয়সলৈ চাকৰি কৰি থাকিব বিচাৰে সেই কথা লিখিত আকাৰে অহা ৩০ জানুৱাৰীৰ ভিতৰত ৰাজ্য চৰকাৰক জনাব লাগিব ৰাজ্যৰ হেজাৰ হেজাৰ টেট উত্তীর্ণ প্রাথমিক শিক্ষকে।

ADVERTISEMENT

ঠিকাভিত্তিক নিযুক্ত থকাটোৱে বিচাৰে নে আজিৰ তাৰিখৰ পৰা নতুন দৰমহা গাঁথনিৰে কমেও ১০ হেজাৰ টকা কমকৈ দৰমহা লৈ চাকৰি নিয়মীয়া কৰিব বিচাৰে সেই কথা নিজস্বভাৱে সিদ্ধান্ত লৈ লিখিত আকাৰে চৰকাৰক জনাবলৈ শিক্ষা বিভাগে যোৱা ১৮ জানুৱাৰীত জাৰি কৰা নিৰ্দেশনাক লৈ এতিয়া বিমোৰত পৰিছে ঠিকাভিত্তিক নিযুক্ত প্রাথমিক শিক্ষকসকল।

প্রতিজন শিক্ষকে স্বইচ্ছাই নিজৰ চাকৰিটো ঠিকাভিত্তিক হৈ ঠিকাভিত্তিক নিযুক্ত শিক্ষকে নিজৰ চাকৰি নিয়মীয়াকৰণ বিচাৰে যদিও তেওঁলোকে বর্তমানে ঠিকাভিত্তিক শিক্ষক হিচাপে বিগত ১০-১২ বছৰ ধৰি কাম কৰি অহাৰ সূত্রে জ্যেষ্ঠতাৰ ভিত্তিত লাভ কৰা দৰমহাৰ হাৰ অক্ষুণ্ণ থকাটো বিচাৰে; কিন্তু ৰাজ্য চৰকাৰে চৰ্ত আৰোপ কৰিছে যে চাকৰি নিয়মীয়াকৰণ কৰিলে যিটো তাৰিখৰ পৰা চাকৰি নিয়মীয়াকৰণ হ’ব সেই তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈহে নতুন নিযুক্তিৰ দৰে দৰমহাৰ গাঁথনি লাভ কৰিব।

ৰাজ্য চৰকাৰৰ এই চৰ্তৰ বিৰুদ্ধে ঠিকাভিত্তিক নিযুক্ত শিক্ষকসকলে বিগত সময়ছোৱাত ভালেমান প্রতিবাদী কাৰ্যসূচীও গ্রহণ কৰিছে যগিও চৰকাৰে ইয়ালৈ কাণসাৰ নিদি নিজৰ সিদ্ধান্ততে অটল থাকি অহা ৩০ জানুৱাৰীৰ ভিতৰত শিক্ষকসকলক তেওঁলোকে চাকৰি নিয়মীয়াকৰণ হোৱা বিচাৰে নে ঠিকাভিত্তিক শিক্ষকরূপেই কার্যনির্বাহ কৰি থাকিব বিচাৰে সেয়া জনাবলৈ সময়সীমা বান্ধি দিছে।

শিক্ষা বিভাগৰ এই নির্দেশনাৰ তীব্র বিৰোধিতা কৰিছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীয়ে। সম্মিলনীৰ প্রধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে এক বিবৃতিযোগে ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণৰ প্ৰসংগত সমগ্ৰ বিষয়টো পুনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্রীক আহ্বান জনাইছে।

ইয়াৰ অন্যথা গুণোৎসৱ পাৰ হ’লেই ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিক সংগ্ৰাম আৰম্ভ কৰাৰ ভাবুকি দিছে শিক্ষক সম্মিলনীৰ প্ৰধান সম্পাদকজনে। বিবৃতিটোত গোস্বামীয়ে কয় যে যোৱা ২১ ডিচেম্বৰত শিক্ষকসকলে সকলো জিলাৰ আয়ুক্তৰ জৰিয়তে স্মাৰকপত্র প্রদান কৰিছিল যদিও তাৰ পাছতো শিক্ষা বিভাগে শিক্ষক সমাজৰ দাবীক আওকাণ কৰি চৰ্ত আৰোপৰে চাকৰি নিয়মীয়াকৰণ কৰিব বিচাৰিছে।

শিক্ষক সম্মিলনীয়ে কয় যে এজন শিক্ষকে নিজৰ চাকৰি ঠিকাভিত্তিক হ’ব নে নিয়মীয়া হ’ব সেই সন্দর্ভত এটা বিকল্প গ্রহণ কৰিবলৈ বাধ্য কৰোৱাটো উচিত হোৱা নাই। চাকৰি নিয়মীয়াকৰণৰ নামত দৰমহা হ্রাস কৰা অমানবীয় সিদ্ধান্ত তৎকালে বাতিল কৰিবলৈ দাবী জনাই সম্মিলনীয়ে কয় যে কস্তুৰীৰংগন সমিতিয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ জৰিয়তে দিয়া পৰামৰ্শ অনুসৰি কোনো ঠিকাভিত্তিক শিক্ষক থাকিব নোৱাৰে। তেনেস্থলত ৰাজ্য চৰকাৰে কি ভিত্তিত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকক বিকল্প প্রক্রিয়াৰে ঠিকাভিত্তিকে হৈ থকাৰ পৰামৰ্শ প্রদান কৰিছে, সেয়া চিন্তনীয় বিষয়।

ৰাজ্য চৰকাৰে শিক্ষকসকলক সুৰক্ষিত কৰাৰ চিন্তা নকৰি বোজা আঁতৰ কৰাৰ দৰে মনোভাব প্রকাশ কৰাটো উচিত নহয়। শিক্ষক সম্মিলনীয়ে এই কথাও কয় যে ঠিকাভিত্তিক নিযুক্ত শিক্ষকসকলে দীর্ঘদিন ধৰি নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি পৰিয়ালৰ পৰা আঁতৰি থাকি দুর্গম অঞ্চলত সেবা প্রদান কৰি আহিছে।

শিক্ষকসকলৰ দীর্ঘদিনীয়া সেবাত মান্যতা দি পাই থকা বেতন নিৰিখৰ ক্ৰম ৰক্ষা কৰি চাকৰি নিয়মীয়া কৰাটো শিক্ষকসকলৰ প্ৰাপ্য। তাকে নকৰি শিক্ষক সমাজক বিমোৰত পেলাই শিক্ষকসকলে বিচৰা ধৰণে চর্ত সাপেক্ষে নিয়মীয়া কৰিবলৈ লোৱা সিদ্ধান্ত কোনোপধ্যে মানি ল’ব নোৱাৰি।

উল্লেখ্য যে ৰাজ্যত গুণোৎসৱ চলি থকাৰ সময়তে ৰাজ্য চৰকাৰে ঠিকাভিত্তিক নিযুক্ত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত অমানবীয় সিদ্ধান্ত এটা কাৰ্যকৰী কৰোৱাৰ লক্ষ্যৰে আদেশ প্রকাশ কৰাটো এক ষড়যন্ত্র বুলি অভিহিত কৰি প্রাথমিক শিক্ষক সম্মিলনীয়ে কয় যে এনে সিদ্ধান্তৰ বিৰুদ্ধে বাকী থকা ১০ খন জিলাত গুণোৎসৱ শেষ হোৱাৰ পাছতে ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Contract Basis Or RegularizeJobsProtest Asom Rajyik Prathamik Shikshak Sanmilani
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d