Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Velentain Day:আজি ভেলেন্টাইন ডে !

#অনিতা গোস্বামী

publisher by publisher
February 14, 2024
in Lifestyle, International, News
Reading Time: 2 mins read
0
Velentain Day:আজি ভেলেন্টাইন ডে !
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Rage :আপোনাৰ বছে সৰু সৰু কথাক লৈ খং কৰে নেকি ?

Bhupen Hazarika:ইলেক্ট্র’নিক ভীষ্ম মই, মই নমৰো !

Tribute to Dr.Bhupen Hazarika: ভূপেনদালৈ শ্রদ্ধাঞ্জলি

Velentain Day:আজি ভেলেন্টাইন ডে !
#অনিতা গোস্বামী

আজি ১৪ ফেব্রুৱাৰী। ভেলেন্টাইন ডে। ভালপোৱাৰ দিন। চেন্ট ভেলেন্টাইন নামেৰে ভেলেন্টাইন ডেৰ নামাকৰণ। এই ক্ষেত্রত দুজন। ভেলেন্টাইনৰ নাম পোৱা যায়। (১) ভেলেন্টাইন অৱ ৰোম আৰু (২) ভেলেন্টাইন অব টর্নি। ভেলেন্টাইন অৱ ৰোং আছিল এজন ৰোম ধর্মযাজক। ২৬৯ খ্রীষ্টাব্দত তেওঁ ছহিদ হয়। ভায়া ফ্লোমিনিয়াত তেওঁক সমাধিস্থ কৰা হয়। ভেলেন্টাইন অৱ টর্নি ১৯৭ খ্রীষ্টাব্দত নাগাদ টার্নিৰ যাজক আছিল। তেওঁৰো মৃত্যুদণ্ড হৈছিল; কিন্তু ইতিহাসে কয় ৰোম আৰু আফ্রিকাৰ প্রাচীন পুথিত ভেলেন্টাইন নামৰ একাধিক ব্যক্তিৰ উল্লেখ পোৱা যায়।

ADVERTISEMENT

হোমনেট অনেফিয়াৰ মুখতো ভেলেন্টাইন শব্দটো শুনা যায়। ভেলেন্টাইন ডে’ত উপহাৰ আদান-প্রদানৰ প্ৰথম আৰম্ভ হয় ইউৰোপত। আকৌ বিংশ শতিকাৰ আৰম্ভণিতে আৰম্ভ হয় কার্ড দিয়া আদান-প্রদানৰ প্ৰথা। ছৌদি আৰৱ, পাকিস্তান, ইৰানৰ দৰে ইছলামিক দেশত বিভিন্ন সময়ত ভেলেন্টাইন ডে’ৰ প্ৰতিবাদত জাগ্রত হৈ উঠিছিল বিভিন্ন ইছলামিক সংগঠন আৰু ৰাজনৈতিক দল। কেৱল সিমানেই নহয়, বাধা দিয়া হৈছিল বিভিন্ন উপহাৰ সামগ্রী প্রদানতো।

বিগত শতিকাৰ ন দশকৰ আৰম্ভণিৰ পৰা ভৰতবৰ্ষত ভেলেন্টাইন ডে’ টিভি ধাৰাবাহিকৰ জৰিয়তে জনপ্রিয় হ’বলৈ ধৰে। অৱশ্যে সকলো দেশতে একে সময়তে ভেলেন্টাইন ডে’ উদযাপন নহয়। ব্রাজিলৰ নাভার্চ ডে’ জুনত, ৰোমানিয়াত ভেলেন্টাইন ডে’ৰ ১৪ ফেব্রুৱাৰীত।

কোৰিয়াত ভেলেন্টাইন ডে’ কথাটো বেছ অভিনৱ। তাত ১৪ ফেব্ৰুৱাৰীত ছোৱালীবোৰে ল’বাক চকলেট উপহাৰ দিয়ে। ১৪ মার্চ অর্থাৎ সেই দেশৰ হোৱাইট ডে’ত ল’ৰাবোৰে ছোৱালীক দ্যোতি (চকলেটৰ বাহিৰেও) উপহাৰ দিয়ে। ইয়াৰ ১৪ এপ্রিল ব্রেক ডে’। বিসকলে বিগত এই দুদিনত এটাও চকুলেট খোৱা নাই, তেওঁলোকে ৰেস্তোৰাঁলৈ গৈ ব্লেক নুডলছ খাই একাকিত্বৰ কাৰণে দুখ প্রকাশ কৰে।

#ভেলেন্টাইন ডে’ সম্পর্কে জানিবলগীয়া:

(১) প্রথম ভেলেন্টাইন ডে’ আৰম্ভ কৰে ৪৯৬ খ্রীষ্টাব্দত পোপ গেনাচিয়াচে।

(২) আমেৰিকাৰ হনমার্ক কোম্পানীয়ে সর্বাধিক ভেলেন্টাইন কার্ড বিক্ৰী কৰে।

(৩) প্রতি বছৰতে ভেলেন্টাইন ডে’ত এক বিনিময় ভেলেন্টাইন কার্ড পঠোৱা হয়।

(৪) আমেৰিকাৰ শিক্ষকসকলে সর্বাধিক ভেলেন্টাইন কার্ড পায়।

(৫) প্রায় ৮০ শতাংশ মহিলাই ভেলেন্টাইন কার্ড ক্রয় কৰে।

(৬) ভেলেন্টাইন ডে’ত অলংকাৰে দিয়া প্রথম আৰম্ভ কৰে এটি হীৰা কোম্পানীয়ে।

(৭) জাপানত ১৯৩৬ৰ পৰা ভেলেন্টাইন ডে’ত ছুটী দিয়া হয়।

(৮) ষ্ট্ৰ’বেৰী ফ’নটো ‘নাভ আপেল’ নামেৰে পৰিচিত।

(৯) জাপানত ভেলেন্টাইন চকলেটৰ এটা বিশেষ নাম আছে। নামটো হ’ল গিৰি চকো।

(১০) ডোনাৰেল ৰোমান কেলেণ্ডাৰ অৱ চেন্টচৰ ১৯৬৯ ত পোপ ষষ্ঠ পলে ভেলেন্টাইন ডে’ মচি পেলায়।

(১১) ফিনলেগুত আকৌ ভেলেন্টাইন ডে’ ‘ফ্রেন্ডছ ডে’ নামেৰেহে পৰিচিত।

(১২) সমগ্র বিশ্বত প্রতি বছৰে ভেলেন্টাইন ডে’ত এক বিলিয়ন ভেলেন্টাইন কার্ড বিক্রী হয়।

(১৩) ‘ভেলেন্টাইন’ শব্দৰ অর্থ হ’ল প্রিয়তম।

(১৪) ইংৰাজী সাহিত্যত ভেলেন্টাইন ডে’ কথাটো ১৩৮২ ত ইংলণ্ডত সর্বপ্রথম পোৱা যায়।

(১৫) বর্তমানলৈকে ভেলেন্টাইন ডে’ৰ প্রাচীনতম নিদর্শন হ’ল, পঞ্চদশ শতকৰ কোনো এক সময়ত চার্লছ ডিউক অৱ অবনিয়েমে তেওঁৰ পত্নীলে লিখা চিঠি ৷

(ফোন-৯৮৬৪২-৯৫০২৪)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anita GoswamiSpl ArticlesVelentain Day
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d