Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

P M Narendra Modi Attends a Special Program on International Yoga Day in Srinagar:দশম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ শ্ৰীনগৰৰ বিশেষ কাৰ্যসূচীত অংশ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

শ্ৰীনগৰৰ পৰা দেশবাসীক জনালে শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

publisher by publisher
June 21, 2024
in India, News
Reading Time: 2 mins read
0
P M Narendra Modi Attends a Special Program on International Yoga Day in Srinagar:দশম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ শ্ৰীনগৰৰ বিশেষ কাৰ্যসূচীত অংশ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে
1
SHARES
10
VIEWS
ShareShareShareShare

P M Narendra Modi Attends a Special Program on International Yoga Day in Srinagar:

২০১৪ বৰ্ষতে ৰাষ্ট্ৰসংঘই ২১জুনৰ দিনটোক আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালনৰ সিদ্ধান্ত লোৱাৰ পিছত আজি বিশ্বৰ ১৭৫খন দেশে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি আহিছে।

ADVERTISEMENT

আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষ্যত জম্মু-কাশ্মীৰ চৰকাৰে ৰাজধানী চহৰ শ্ৰীনগৰত আয়োজন কৰে কেন্দ্ৰীয় অনুষ্ঠান ৷ এই যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

RelatedPosts

কাশ্মীৰত গৰমৰ অভিলেখ !

২২৭ যাত্রীক কঢ়িয়াই অনা প্রাকৃতিক বিপর্যয়ত বিমান!

অপাৰেচন সিন্দুৰ পাছত বন্ধ শ্ৰীনগৰ বিমানবন্দৰ

sri nagar 2শ্ৰীনগৰৰস্থ শ্বেৰ-এ-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠানত যোগাভ্যাস কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। শ্ৰীনগৰৰ ডাল হ্ৰদত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন অংশগ্ৰহণকাৰীৰ সৈতে চেলফিও তোলে । জনসাধাৰণৰ অংশগ্ৰহণত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই অনুষ্ঠানত ‘অতুলনীয় স্পন্দন’ আছে।

আনহাতে অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত যোগ আৰু ধ্যান-ধাৰণৰ ভূমি কাশ্মীৰলৈ অহাৰ সৌভাগ্য লাভ কৰিছো। আমি শ্ৰীনগৰত এই শক্তি অনুভৱ কৰিব পাৰো, যিটো আমি যোগৰ পৰা লাভ কৰো। মই দেশৰ জনতা আৰু বিশ্বৰ প্ৰতিটো কোণত যোগ কৰা লোকসকলক যোগ দিৱসৰ শুভকামনা জ্ঞাপন কৰিছো।’’

মোদীয়ে আৰু অধিক গুৰুত্ব আৰোপ কৰে মানুহৰ কল্যাণত যোগৰ গুৰুত্বৰ ওপৰত। তেওঁ আঙুলিয়াই দিয়ে যে, ‘যেতিয়া আমি শান্তিপূৰ্ণ হওঁ, তেতিয়া আমি বিশ্বত ইতিবাচক প্ৰভাৱো পেলাব পাৰো…যোগে সমাজত ইতিবাচক পৰিৱৰ্তনৰ নতুন উপায় আনিছে।’

sri nagar 3যোগ ভাৰতৰ প্ৰচাৰ আৰু দেশলৈ পৰ্যটন অনাৰ এক উপায় হৈ পৰিছে বুলি উল্লেখ কৰি মোদীয়ে কয়, ‘আমি এতিয়া উত্তৰাখণ্ড আৰু কেৰালাৰ দৰে ৰাজ্যত যোগত পৰ্যটন দেখিবলৈ পাইছো। প্ৰামাণিক যোগাসন চাবলৈ পোৱাৰ বাবেই বিদেশৰ পৰা মানুহ ভাৰতলৈ আহিছে।’

উল্লেখ্য যে, ২০১৪ চনৰ ডিচেম্বৰ মাহত যোগক বিশ্বব্যাপী আবেদনক স্বীকৃতি দি ৰাষ্ট্ৰসংঘই ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে। এই দিৱসৰ বাবে ভাৰতৰ প্ৰস্তাৱক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত অভিলেখ সংখ্যক ১৭৫ খন সদস্য ৰাষ্ট্ৰই সমৰ্থন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: International Yoga DayP M Narendra Modi AttendsSrinagar
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d