Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

    দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

    ‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

    চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Lakhipur Incident:দুর্বৃত্তই কাটি নিয়া মৃত হাতীৰ দাঁত ৰহস্যজনকভাৱে ঘটনাস্থলীত উদ্ধাৰ

publisher by publisher
November 19, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Lakhipur Incident:দুর্বৃত্তই কাটি নিয়া মৃত হাতীৰ দাঁত ৰহস্যজনকভাৱে ঘটনাস্থলীত উদ্ধাৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Wild Elephant Dead: নগাঁৱত মৃত অৱস্থাত উদ্ধাৰ বন্যহস্তী

Two NRL chief managers arrested by forest department: এন আৰ এলৰ দুই মুখ্য প্ৰৱন্ধকক গ্ৰেপ্তাৰ বন বিভাগৰ

Lakhipur Incident:

গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা দুর্বৃত্তই কাটি নিয়া মৃত হাতীৰ দাঁতটো আজি ঘটনাস্থলীৰ পৰা কিছু নিলগতে ৰহস্যজনকভাবে উদ্ধাৰ হয়। বন বিভাগ আৰু আৰক্ষী প্রশাসনে দুদিন ধৰি চলোৱা যুটীয়া অভিযানৰ অন্তত উদ্ধাৰ হয় হাতী দাঁতটো।

ADVERTISEMENT

উল্লেখ্য যে গোৱালপাৰাৰ লক্ষীপুৰৰ ফকিৰমাৰা গাঁৱৰ ধাননি পথাৰত ১৬ নৱেম্বৰত উদ্ধাৰ হৈছিল এটা বনৰীয়া হাতীৰ মৃতদেহ। কিন্তু দুর্বৃত্তই ইতিপূর্বে কাটি নিছিল মৃত হাতীটোৰ এটা দাঁত। হাতীটোৰ অকালতে মৃত্যু ঘটা সন্দৰ্ভত সাংবাদিকে বন বিভাগৰ বিষয়ববীয়াক সোধা প্রশ্নৰ উত্তৰত সেই মুহূর্তত উপস্থিত বন বিভাগৰ বিষয়ববীয়াই সেই বিষয়ে অজ্ঞাত সদৰী কৰিছিল।

সিদিনা ঘটনাৰ পাছতেই লক্ষীপুৰ বনাঞ্চলিক কার্যালয়ৰ বিষয়ববীয়া আৰু লক্ষীপুৰ থানাৰ আৰক্ষী বিষয়া মনেশ্বৰ বেৰ সহযোগত ঘটনাস্থলীত আশে-পাশে গাঁও সমূহত তদন্ত চলাই সোধপোছ অব্যাহত ৰাখে। একমাত্র হাতী দাঁতটো উদ্ধাৰৰ বাবে বন বিভাগ আৰু আৰক্ষী প্রশাসনে যুটীয়াভাবে অনুসন্ধান অব্যাহত ৰাখিছিল।

অৱশেষত আজি আৰক্ষী আৰু বন বিভাগে পুনৰ যুটীয়াভাবে ঘটনাস্থলীত গৈ তীব্র অভিযান চলায়। অভিযানত সমীপৰ কে’বাখনো গাঁৱৰ ৰাইজেও পূর্ণ সহযোগিতা আগবঢ়ায়। অভিযানৰ সময়ছোৱাত অভিযানকাৰীয়ে ঘটনাস্থলীৰ কিছু নিলগতে এটা দাঁতৰ টুকুৰা পৰি থকা প্রত্যক্ষ কৰে। অভিযানকাৰীয়ে লগে লগে পৰিত্যক্ত দাঁতটো উদ্ধাৰ কৰি তদন্তত মৃত হাতীটোৰে দাঁত বুলি নিশ্চিত হয়। পাছত উদ্ধাৰকৃত হাতীৰ দাঁতটো জব্দ কৰি বন বিভাগে বন কার্যালয়লৈ নিয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Elephant Tusks RecoveredLakhipur ForestWild Elephant Dead Incident
publisher

publisher

Related Posts

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
Assam

November 1, 2026
উত্তৰাখণ্ডৰ হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ নতুন তথ্য
India

উত্তৰাখণ্ডৰ হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ নতুন তথ্য

November 1, 2026
চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি
India

চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

November 1, 2026
দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ
India

দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

November 1, 2026
‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে
India

‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

November 1, 2026
চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন
India

চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

November 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d