Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Tooth Sensitivity : পাঁচটা ঘৰুৱা উপায় : নিমিষতে কমিব দাঁতৰ শিৰশিৰণি

publisher by publisher
April 17, 2022
in Health, Lifestyle
Reading Time: 1 min read
0
Tooth Sensitivity : পাঁচটা ঘৰুৱা উপায় : নিমিষতে কমিব দাঁতৰ শিৰশিৰণি
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

দাঁতত এনামেল নামক এক প্রকাৰৰ উপাদান থাকে যি দাঁতৰ স্বাস্থ্য ৰক্ষাত অত্যন্ত গুৰুত্বপূর্ণ । এই উপাদানটো ক্ষয় গ’লে দাঁতৰ ভিতৰত থকা স্নায়ুবোৰ উন্মুক্ত হৈ যায় । ফলত বিশেষকৈ ঠাণ্ডা খাদ্য আৰু পানীয় এই স্নায়ুবোৰৰ সংস্পর্শত আহিলে শিৰশিৰণি উঠে দাঁতত । ইয়াক বিজ্ঞানৰ ভাষাত টুথ ছেনচিটিভিটি বুলি কোৱা হয় ।

ADVERTISEMENT

১। বিশেষ ধৰণৰ মঞ্জন : দাঁতৰ এই সমস্যা নিৰিসনত এক ধৰণৰ বিশেষ মঞ্জন পোৱা যায়, ইয়াক ডিছেনচিটাইজিং টুথপেষ্ট বুলি কোৱা হয় । এই ধৰণৰ মাঞ্জনত কিছু বিশেষ উপাদান থাকে যি উন্মুক্ত স্নায়ুমুখবোৰ ঢাকিবলৈ সহায় কৰে । পটাচিয়াম নাইট্রেট নামক এটা যৌগ এই কাৰ্যত অত্যন্ত উপযোগী । লগতে দাঁত মঞ্জনৰ ব্রাছটো নৰম হ’লেও এই সমস্যাত কিছু আৰাম পাব পাৰে ।

২। নিমখিয়া পানী : নিমখে প্রদাহ কমোৱাত সহায় কৰে । বেক্টেৰিয়াও জমা হ’ব নিদেয়ে । দৈনিক অন্তত দুবাৰ কুহমীয়া নিমখ পানী গার্গল বা কুলিকুলি কৰিলে দাঁত শিৰশিৰোৱাৰ পৰা আৰাম পাব পাৰে । এক গ্লাছ কুহমীয়া পানীত আধা চামুচ নিমখ মিহলি কৰি প্ৰায় ৩০ ছেকেণ্ড সেই পানী মুখত ৰাখিব লাগে ।

৩। হালধি : এক টেবল চামুচ হালধি, আধা চামুচ সৰিয়হৰ তেল আৰু আধা চামুচ লৱণ একেলগে মিহলি কৰি সেই মিশ্রণ দাঁতত লগালে দাঁতৰ শিৰশিৰণিৰ সমস্যা কমিব পাৰে । হালধিত কাৰকিউমিন নামক এটা উপাদান থাকে । এই উপাদানটো জীৱাণুনাশক আৰু প্রদাহনাশক হিচাপে বেচ কার্যকৰ । প্রাচীন আয়ুর্বেদ শাস্ত্রতো ইয়াৰ ব্যৱহাৰ আছে ।

৪। ভেনিলা নির্যাছ : ভেনিলা নির্যাছো প্রদাহনাশক হিচাপে বেচ কার্যকৰ । বিশেষকৈ শিশুৰ গাখীৰ দাঁত সৰিলে আৰু নতুন দাঁত গজাৰ সময়ত বিষ কমাবলৈ এই ভেনিলা নির্যাছ ব্যৱহাৰ কৰা হয় । জ্যেষ্ঠসকলেও ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰে । এক টুকুৰা তুলাত ভেনিলা নির্যাছ লৈ কিছু সময়ৰ বাবে দাঁতৰ গুৰিত চেপি ৰাখিলে এই সমস্যা কমিব পাৰে ।

৫। কেপচিকাম : কেপচিকামত কেপছাইচিন নামক এটা উপাদান থাকে । যিয়ে প্রদাহ কমোৱাত সহায় কৰে । ব্যৱহাৰ কৰাৰ সময়ত মুখত জ্বলা ধৰিলেও লাহে লাহে ই দাঁতৰ ছেনচিটিভিটিৰ সমস্যা কমাই আনিব পাৰে ।

উল্লেখ্য এইসমূহ ঘৰুৱা উপায়ে যদি দাঁতৰ শিৰশিৰণি কম নকৰে তেন্তে অবিলম্বে চিকিৎসকৰ পৰামর্শ লোৱাই বিচক্ষণতাৰ পৰিচয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Healthhome remedytoothache
publisher

publisher

Related Posts

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d