Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

publisher by publisher
November 22, 2024
in India, Assam, News
Reading Time: 2 mins read
0
baksa 1
1
SHARES
12
VIEWS
ShareShareShareShare

Radio cell implantation in wild elephants in Baksa district:বাকসা জিলাত বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন

ADVERTISEMENT

অসমৰ বন বিভাগ আৰু বি টি আৰৰ অন্তৰ্গত বাকসা বন সংমণ্ডলে বাকসা জিলা আৰু আৰক্ষী প্ৰশাসনৰ সহায়ত গ্ৰহণ কৰা এক অভিলাষী পদক্ষেপৰ অংশ হিচাপে জিলাখনৰ কমেও ৫০ বন্যহস্তীৰ এটা জাকৰ এটা মখনাৰ দেহত সোমবাৰে ৰেডিঅ’ ক’লাৰ সংস্থাপন কৰা হয় ।

RelatedPosts

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

Aaranyak:মানৱ-হাতী সংঘাত প্ৰশমনত সহায়ৰ পদক্ষেপ

Dr. Bibhab Kr. Talukdar : সংৰক্ষণ ক্ষেত্ৰলৈ উৎকৃষ্ট অৱদানৰ বাবে ড: বিভৱ কুমাৰ তালুকদাৰলৈ অসমৰ বন বিভাগৰ প্ৰশংসা পত্ৰ

baksa2মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড: চি ৰমেশৰ নেতৃত্বত আৰু বাকসা বন সংমণ্ডলৰ ডি এফ অ’ গোলাপ বনিয়াৰ নিৰীক্ষণত বন বিভাগৰ লোক আৰু জীৱবিজ্ঞানীৰ সহায়ত এদল বিশেষজ্ঞ পশু চিকিত্সকে জাৰতালুক অঞ্চলত হাতীটোক ট্ৰেংকুলাইজড্কৰি ৰেডিঅ’ ক’লাৰ সংস্থাপন কৰে । পাছত হাতীটোক জাকটোৰ সৈতে লগ লগাই দিয়া হয় ।

এছ বি আই ফাউণ্ডেশ্যন আৰু আমেৰিকাৰ মেছাচুচেটছ বিশ্ববিদ্যালয়ৰ অধ্যাপক কাৰ্টিছ গ্ৰীফিনৰ সহায় আৰু উত্তৰ-পূব ভাৰতৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰাণ্যকৰ (www.aaranyak.org) সহযোগত এই অভিযানটো সম্পূৰ্ণ কৰা হয় ।

অসম ৰাজ্যিক চিৰিয়াখানাৰ পশু চিকিৎসকৰ এটা দলক নেতৃত্ব দিয়া চিৰিয়াখানাৰ ডি এফ অ’ অশ্বিনী কুমাৰে কয় যে তেওঁলোকে হাতীটোক কৰায়ত্ব কৰি কলাৰ লগাবলৈ প্ৰয়োজনীয় ঔষধ, ট্ৰেংকুলাইজিং বন্দুক আৰু আনুষংগিক সামগ্ৰী যোগান ধৰিছিল । ৰেডিঅ’ কলাৰিং অভিযানৰ সফলতাই অঞ্চলটোত মানৱ হাতী সংঘাতৰ ফলপ্ৰসু প্ৰশমনৰ বাবে বন্যহস্তীৰ গতিবিধি নিৰীক্ষণ কৰাত সহায় কৰিব বুলি আই এফ এছ বিষয়াজনে কয় ।

baska3এই প্ৰচেষ্টাক প্ৰশংসা কৰি এছ বি আই ফাউণ্ডেশ্যনৰ পৰিচালন সঞ্চালক সঞ্জয় প্ৰকাশে কয়, “হাতীক ৰেডিঅ’ কলাৰিং কৰাৰ বাবে অসমৰ বন বিভাগৰ এই প্ৰশংসনীয় প্ৰচেষ্টা হাতী সংৰক্ষণৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে । এই সাফল্যই সমগ্ৰ ভাৰততে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বহু-অংশীদাৰৰ সহযোগিতাৰ প্ৰয়োজনীয়তাক প্ৰতিপন্ন কৰিছে” । তেওঁ এই কাৰ্যসূচী ৰুপায়ণকাৰী অংশীদাৰ আৰণ্যকক অভিনন্দন জ্ঞাপন কৰে ।

ৰেডিঅ’ কলাৰিং অভিযানত প্ৰধান ভূমিকা পালন কৰা কৌশিক বৰুৱাই কয়, “বন্য হস্তীৰ ৰেডিঅ’ কলাৰিঙৰ মূল উদ্দেশ্য হৈছে কোনো এক এলেকা বা ৰেঞ্জত থকা হাতীৰ উপস্থিতি নিৰুপণ কৰা । ই মানৱ-হাতী সংঘাতৰ ফলপ্ৰসু ব্যৱস্থাপনাৰ বাবে আৰু হাতী সংৰক্ষণৰ দিশত কাম কৰাত আমাক সহায় কৰে” ।

বাকসা বন সংমণ্ডলৰ ডি এফ অ’ গোলাপ বনিয়াই কয় যে হাতীটোৰ গাত স্থাপন কৰা জিপিএছ ভিত্তিক উপগ্ৰহ-ৰেডিঅ’ টেলিমেট্ৰি কলাৰটোৱে হাতীবোৰৰ প্ৰব্ৰজনৰ ধৰণ, খাদ্যৰ পছন্দ আৰু ই কোনটো জাকৰ হাতী তাক নিৰুপণ কৰাত সহায় কৰিব। কলাৰৰ সহায়ত নিৰুপণ কৰা বন্যহস্তীৰ অৱস্থিতিৰ আগতীয়া তথ্যই উক্ত অঞ্চলত মানৱ-হাতী সংঘাত প্ৰশমনতো সহায় কৰিব ।

https://dainikagradoot.in/wp-content/uploads/2024/11/baska-video.mp4

আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী আৰু সংস্থাটোৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ (ই আৰ চি ডি) মুৰব্বী ড০ বিভূতি প্ৰসাদ লহকৰে কয়, বন্য হস্তীক কৰা ৰেডিঅ’ কলাৰিঙে পৰিৱেশতন্ত্ৰ, হাতীৰ আৱাসভূমিৰ ব্যৱহাৰৰ ধৰণ, চাল-চলন আৰু কোনো এক স্থানত হাতীৰ বিচৰণৰ বিষয়ে অধিক বৈজ্ঞানিকভাৱে বুজাত সহায় কৰিব আৰু হাতী সংৰক্ষণৰ উন্নত কৌশলৰ ৰচাত সহায় কৰিব” ।

ড: লহকৰে লগতে কয় যে আৰণ্যকৰ জ্যেষ্ঠ বিষয়া হিতেন কুমাৰ বৈশ্য, অভিজিৎ বৰুৱা, অনুষ্কা শইকীয়া আৰু দিবাকৰ নায়ককে ধৰি আৰণ্যকৰ জীৱ বিজ্ঞানীৰ এটা দলে ৰেডিঅ’ কলাৰিং কৰাৰ বাবে যোৱা দুমাহ ধৰি হাতীটোক নিৰীক্ষণ কৰি আছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AaranyakBaksa Forest DivRadio cell implantationwild elephants
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d