Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aranyak:হাতীএপ্‍ আৰু সৌৰ বেৰা বিষয়ক হাতপুথি মুকলি অনুষ্ঠান 

উত্তৰ পূৰ্বাঞ্চলত মানৱ-হাতী সংঘাত প্ৰশমনত সহায় কৰিব “হাতীএপ্‍”, সৌৰ বেৰা হাতপুথিয়ে

publisher by publisher
August 9, 2024
in Uncategorized
Reading Time: 2 mins read
0
Aranyak:হাতীএপ্‍ আৰু সৌৰ বেৰা বিষয়ক হাতপুথি মুকলি অনুষ্ঠান 
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

Aaranyak:মানৱ-হাতী সংঘাত প্ৰশমনত সহায়ৰ পদক্ষেপ

Dr. Bibhab Kr. Talukdar : সংৰক্ষণ ক্ষেত্ৰলৈ উৎকৃষ্ট অৱদানৰ বাবে ড: বিভৱ কুমাৰ তালুকদাৰলৈ অসমৰ বন বিভাগৰ প্ৰশংসা পত্ৰ

Aranyak :

অসম তথা উত্তৰ পূৰ্বাঞ্চলত বৰ্দ্ধিত মানৱ-হাতী সংঘাত প্ৰশমন আৰু মানৱ-হাতীৰ সহাৱস্থানক উদগনি যোগোৱাত সহায় কৰা উদ্দেশ্যে অঞ্চলটোৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে তৃণমূলৰ লোকসকলকে ধৰি সকলো অংশীদাৰৰ বাবে উপযোগী হোৱাকৈ “হাতীএপ্” নামৰ এটা মোবাইল এপ্লিকেচন প্ৰস্তুত কৰিছে উলিয়াইছে ।

ADVERTISEMENT

এই এপ্‍টোৱে মানৱ বসতিৰ ওচৰত বনৰীয়া হাতীৰ উপস্থিতিৰ বিষয়ে আগতীয়া সতৰ্কবাণী প্ৰেৰণৰ ব্যৱস্থা হিচাপে কাম কৰিব আৰু গাঁওবাসীক বনৰীয়া হাতীৰ সৈতে মুখামুখি হোৱাৰ অনাহুত পৰিস্থিতিৰ পৰা ৰক্ষা কৰিব ।

আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী তথা হাতী গৱেষণা আৰু সংৰক্ষণ শাখাৰ মুৰব্বী ড: বিভূতি পি লহকৰৰ মতে এই এপটোত বনৰীয়া হাতীৰ আক্ৰমণৰ ভুক্তভোগীয়ে একাকালীন সাহায্য বিচৰা আবেদনৰ প্ৰ-পত্ৰও থাকিব।

ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত বন বিভাগক সহায় কৰাৰ উদ্দেশ্যে আৰণ্যকে মানৱ-হাতী সংঘাতৰ ভুক্তভোগী সকলৰ হৈ পূৰণ কৰা প্ৰ -পত্ৰবোৰ সংশ্লিষ্ট বন সংমণ্ডলত দাখিল কৰিব। আৰণ্যকক এই উদ্যোগত এছ বি আই ফাউণ্ডেশ্যনে সহযোগিতা আগবঢ়াইছে ।

“হাতীএপ”ৰ উপৰি আৰণ্যকে মানৱ-হাতী সংঘাত প্ৰশমনৰ এক ফলপ্ৰসূ আহিলা হিচাপে ব্যৱহাৰ কৰা সৌৰশক্তি-চালিত বেৰা (সৌৰ বেৰা) বিষয়ক এখন অসমীয়া হাতপুথিও সংকলন কৰি উলিয়াইছে । এই হাতপুথিখনত সৌৰ বেৰাৰ বিষয়ে বিশদ তথ্য, মানৱ-হাতী সংঘাত প্ৰশমনত ইয়াৰ উপযোগিতা, ইয়াৰ প্ৰতিটো উপাদানৰ কাম, বেৰা স্থাপন, পৰিচালনা আৰু চোৱা-চিতাৰ পদ্ধতিৰ লগতে “কৰিব লগা আৰু নলগা” আদি সকলো কথা সন্নিবিষ্ট কৰা হৈছে ।

ব্ৰিটিছ এছিয়ান ট্ৰাষ্ট আৰু ডাৰউইন ইনিচিয়েটিভৰ সহযোগত আৰণ্যকে সংকলন কৰি উলিওৱা এই হাতপুথিখন সৌৰশক্তি-চালিত বেৰাৰ ব্যৱস্থাপনাত নিয়োজিত তৃণমূলৰ লোকসকল, বন বিভাগৰ কৰ্মী, বন বিভাগে সৌৰ বেৰা স্থাপনৰ বাবে নিয়োজিত কৰা ঠিকাদাৰ প্ৰতিষ্ঠান আৰু মানৱ-হাতী সংঘাত প্ৰশমনৰ উদ্দেশ্যে এনে বেৰা ব্যৱহাৰ কৰিবলৈ আগ্ৰহী অন্যান্য সংৰক্ষণ সংস্থাসমূহৰ বাবে উপযোগী হ’ব বুলি আশা কৰা হৈছে। গুৱাহাটীত ১০ আগষ্টত আয়োজিত এক অনুষ্ঠানত “হাতীএপ্‍” আৰু সৌৰ বেৰা বিষয়ক হাতপুথি আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AaranyakElephant Apphati App
publisher

publisher

Related Posts

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

Zubeen Gamosa:জুবিনক্ষেত্ৰত মুল মণ্ডপত প্ৰদৰ্শন ৪৫০ ফুট দৈঘ্যৰ গামোচা

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d