Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Apcc Pressmeet In Guwahati : অখিলক তুলাধুনা প্ৰদেশ কংগ্ৰেছৰ

অখিল গগৈয়ে বিজেপিৰ ফান্দত ভৰি দিব ওলোৱাৰ অভিযোগ ৰাইজৰ মাজত উত্থাপন হৈছে : কংগ্রেছ

publisher by publisher
November 29, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Apcc Pressmeet In Guwahati : অখিলক তুলাধুনা প্ৰদেশ কংগ্ৰেছৰ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

APCC Pressmeet in Rajib Bhawan :গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সাংসদ অখিলেশ প্ৰসাদ সিঙৰ গুৰুত্বপূৰ্ণ সংবাদমেল

Apcc Pressmeet:বিশ্বনাথত জীৱিত ভোটাৰক মৃত সজাই ভোট কৰ্তনৰ অপচেষ্টা বিজেপিৰ

Apcc Pressmeet In Guwahati:উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিছে মুখ্যমন্ত্ৰীয়েব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়ক লৈ চৰকাৰৰ বৈষম্যমূলক নীতি কিয়?

Apcc Pressmeet In Guwahati:

সদ্যসমাপ্ত ৫ টা বিধানসভা সমষ্টিত হোৱা উপ-নির্বাচনত দেখা গল যে অসম প্রদেশ কংগ্রেছ কমিটীৰ স্বয়ং সভাপতিয়ে বিহালী সমষ্টিত প্রার্থী হবলৈ ইচ্ছা প্ৰকাশ কৰাৰ পাছতো চিপিআই (এম এল) দলে বিহালীত প্রতিদ্বন্দিতা কৰিবলৈ একপ্ৰকাৰ আকোৰ গোজ হৈ পৰিছিল। ২০২১ চনৰ সাধাৰণ নিৰ্বাচনত চিপিআই (এম এল) দলৰ প্ৰাৰ্থী গৰাকীয়ে সূচনীয়ভাৱে পৰাজয় বৰণ কৰাই নহয় তেখেতে তাৰ পূৰ্বে আঁঠবাৰ বিধান সভাৰ নিৰ্বাচনত প্রতিদ্বন্দিতা কৰি পৰাজিত হৈছিল। কেৱল মিত্ৰতাৰ নামত মিত্ৰতা কৰি বিজেপি দলক জয়ী কৰোৱাৰ মানসিকতাক আমাৰ দলে এটা ৰাজনৈতিক ভুল প্ৰৱণতা বুলি অভিহিত কৰি বিহালী সমষ্টিত নিজ দলৰ প্ৰাৰ্থীক প্রতিদ্বন্দিতাত অৱতীৰ্ণ কৰায় আৰু ৪১ হাজাৰ ৮৯৬ টা ভোট পাবলৈ সক্ষম হয়। পাছত বিহালীৰ প্ৰসঙ্গক লৈ ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কংগ্ৰেছ দলৰ নেতৃবৰ্গ আৰু কংগ্ৰেছ দলক কুকুৰে কাঁইট নোখোৱা ভাষাৰে গালি পাৰিবলৈ আৰম্ভ কৰিছে। বিধায়ক অখিল গগৈক সঁকিয়াই দিব বিচাৰো যে আগন্তুক বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ সমৰ্থন নহলে তেখেতে স্বয়ং শিৱসাগৰ বিধান সভা সমষ্টিতেই পৰাজয়বৰণ কৰিব পাৰে। গতিকে তেখেতে মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ শিকক আৰু তেওঁৰ জিভাত লেকাম লগাওক। এই তিৰ্যক মন্তব্য এপিচিচিৰ মিডিয়া বিভাগৰ সহ:অধ্যক্ষ মেহদী আলম বৰাৰ ৷

ADVERTISEMENT

এক সংবাদমেলত বৰাই কয়, গগৈয়ে অসমৰ বিভিন্ন ঠাইত সভা সমিতি পতাত আমি শুভেচ্ছা জনাইছো। কিন্তু তেখেতে দাবী কৰা জাতীয়তাবাদৰ ক্ষেত্ৰ ভূমি উজনি অসমত তেখেতৰ অনুগামী কিমান আছে প্রথমে তাক প্ৰমাণ কৰিলেহে তেখেত কিমান দ পনীৰ জাতিয়তাবাদী সেই কথা প্রমাণ হব। কিন্তু তাকে নকৰি সহজসাধ্য নামনি অসম আৰু বৰাক উপত্যকাত যত কংগ্ৰেছ দলৰ সংগঠনৰ ভেটি টনকিয়াল সেইবোৰ অঞ্চলত গৈ কংগ্ৰেছ দলক গালি শপনি পাৰি প্ৰচাৰ চলোৱাৰ কাৰণ অতি ৰহস্যজনক। তেখেতে নিজে প্রতিনিধিত্ব কৰা শিৱসাগৰ বিধানসভা সমষ্টিতেই এখন জনবহুল ৰাজহুৱা সভা অনুষ্ঠিত নকৰি কংগ্ৰেছ দলৰ সাংগঠনিক প্রভাৱ বিশিষ্ট বিধানসভা সমষ্টি সমূহত সভা পাতি ২৫ খন বিধান সভাৰ আসন ৰাইজৰ দলক লাগে বুলি দাবী কৰাৰ অৰ্থই হল তেখেতে বিজেপি বিৰোধী মৰ্চা অসমত বিচৰা নাই। কাৰণ যি ক্ষেত্রত সমগ্র দেশ জুৰি সংগঠিত হোৱা কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ইণ্ডি এলায়েন্সৰ মূল উদ্দেশ্যই হল স্বৈৰতান্ত্রিক বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰা আৰু ৰাজনৈতিক কর্মসূচী ভিত্তিক বিৰোধী ৰাজনৈতিক দলৰ মঞ্চ প্ৰতিষ্ঠা কৰা। অথচ তাৰ বিপৰীতে গৈ অখিল গগৈয়ে ২৫ খন আসন নাপালে বিৰোধী মঞ্চৰ অংশীদাৰ নহয় বুলি ঘোষণা কৰাৰ অৰ্থই হল কেৱল ক্ষমতা স্বচ্চ মিত্রতা জোট গঠনতহে তেখেতে প্রাধান্য দিছে আৰু যিটো বিজেপি দলৰ বাবে আর্শীবাদ স্বৰূপ হৈ পৰিব। অথচ অসম কংগ্ৰেছৰ প্ৰত্যেকজন নেতাই আগন্তুক দিনত যিকোনো প্ৰকাৰে বিজেপি বিৰোধী ঐক্য মঞ্চ গঢ়িবলৈ বদ্ধপৰিকৰ বুলি ঘোষণা কৰিছে, তেনে ক্ষেত্ৰত বিজেপিৰ সহায়ক হোৱাকৈ স্থিতি গ্ৰহণ কৰি অখিল গগৈয়ে আওপাকে বিজেপিৰ সৈতে মিত্ৰতা প্রতিষ্ঠা কৰি অসমত বিৰোধী ঐক্য নষ্ট কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাত আমি কংগ্ৰেছ দল অতি উদ্বিগ্ন হৈছো ৷

বৰাই অখিল গগৈক সতৰ্ক কৰি কয়,আমি বিচাৰিছো যে তেখেতে কংগ্রেছক সমালোচনা কৰিবলৈ গৈ বিজেপিৰ ফান্দত যেন ভৰি নিদিয়ে। তদুপৰি আজি সমগ্ৰ অসম জুৰি ৰাইজৰ মাজত অভিযোগ উত্থাপন হৈছে যে অখিল গগৈয়ে বিজেপিৰ সৈতে গোপনে মিতিৰালি কৰি অসমত বিৰোধী ঐক্য গঢ়ি তোলাত নতুনকৈ হেঙাৰ তৰিব বিচাৰিছে। সামাজিক মাধ্যমৰ লগতে নানান ৰাজহুৱা মঞ্চত অখিল গগৈক মৌলানা আজমল চাহাবৰ বিকল্প হিচাপে গঢ়ি তুলিবলৈ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিকল্পনা কৰি অখিল গগৈক কাষ চপাই লৈছে বুলি যি অভিযোগ আজি ৰাইজৰ মাজত উত্থাপন হৈছে তাৰ বাবে কিন্তু অখিল গগৈৰ শেহতীয়া স্থিতিয়েই জগৰীয়া তথা অখিল গগৈয়ে বিতর্কিত বাতাবৰণ সৃষ্টি কৰি ৰাইজক সেই অভিযোগ আনিবলৈ সুযোগ নিজেই দিছে বুলি বিভিন্ন মহলে কব খুজিছে। যিটো বাস্তৱিকতেই দুর্ভাগ্যজনক আৰু আমি সেই বাবেই অখিল গগৈক সাৱধান হবলৈ সঁকিয়াই দিছো। কাৰণ বিজেপিৰ বিৰোধী ৰাইজে ভয় কৰিছে যে অখিল গগৈয়ে ২০১৪ চনৰ সংসদীয় নির্বাচনত বিজেপিৰ পক্ষে ভোট দিবলৈ কোৱাৰ দৰে পুনৰ এবাৰ ভুল সিদ্ধান্ত লৈ লব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against Akhil GogoiApcc PressmeetPressmeet Addressing Mehdi alom Bora
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d