Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

    প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

    দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Apcc Pressmeet:বিশ্বনাথত জীৱিত ভোটাৰক মৃত সজাই ভোট কৰ্তনৰ অপচেষ্টা বিজেপিৰ

বহিঃৰাজ্যত অসমৰ নিবনুৱা যুৱক-যুৱতীক নিৰাপত্তা দিয়াত ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা, ৰাজীৱ ভৱনত সংবাদমেলত মীৰা বৰঠাকুৰ-বেদব্ৰত বৰাৰ গুৰুতৰ অভিযোগ

publisher by publisher
January 16, 2026
in Assam
Reading Time: 1 min read
0
Apcc Pressmeet:বিশ্বনাথত জীৱিত ভোটাৰক মৃত সজাই ভোট কৰ্তনৰ অপচেষ্টা বিজেপিৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Kumari Selija Pressmeet :গুৱাহাটীৰ ৰাজীৱ ভৱনত লোকসভাৰ সাংসদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কুমাৰী শৈলজাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

Apcc Pressmeet:

জীৱিত ভোটাৰক মৃত ব্যক্তিৰ তালিকাভুক্ত কৰি নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰাপ্ত ৭নং প্ৰ-পত্ৰৰ জৰিয়তে বিশ্বনাথ সমষ্টিৰ কুমলীয়া অঞ্চলত ১৩৩নং ভোটকেন্দ্ৰত ৭০ জনতকৈয়ো অধিক লোকৰ ভোট কৰ্তন কৰাৰ ষড়যন্ত্ৰ ৰচিছে বিজেপি দলে। বিজেপি দলৰ নেতা জিতেন শইকীয়া আৰু লামা উপাধিৰ এজন বিজেপিৰ সমৰ্থকে এনেদৰে বিশ্বনাথ সমষ্টিত শ শ লোকক মৃত বুলি দাবী কৰি ভোট কৰ্তনৰ অপচেষ্টা চলাইছে। আজি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে।

ADVERTISEMENT

গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত মীৰা বৰঠাকুৰে বিশ্বনাথ সমষ্টিৰ ১৩৩নং ভোটকেন্দ্ৰত ৭৯খন ৭নং প্ৰ-পত্ৰ প্ৰদৰ্শন কৰি কেনেদৰে এই জীৱিত লোকসকলক মৃত বুলি দাবী কৰিছে সেয়া সদৰী কৰে। উল্লেখ্য যে, মৃত ব্যক্তিৰ তালিকাভুক্ত হোৱা গৰিষ্ঠসংখ্যক লোকেই ইছলামধৰ্মী ভাৰতীয় নাগৰিক। দীৰ্ঘদিন ধৰি ভোটদান কৰি থকা এই লোকসকলৰ মাজত কেবাজনো ৩০ বছৰীয়া যুৱকো আছে। এইখন চৰকাৰে মাহে মাহে ঋণ লৈ কেৱল ঢাক-ঢোল বজাই ৰাইজক আভুৱা ভাৰি প্ৰকৃত সমস্যাসমূহৰ পৰা মানুহৰ মনসংযোগ দূৰ কৰিবলৈ অপচেষ্টা চলাই অহা বুলি উল্লেখ কৰি মীৰা বৰঠাকুৰে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ দিন উকলিল, এইবাৰৰ চৰকাৰ গৌৰৱ গগৈৰ নেতৃত্বত হ’ব। জাতি, মাটি, ভেটি সুৰক্ষাৰ নামত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অসমৰ ভূমিপুত্ৰসকলকো জনজাতিকৰণ কৰিম বুলি ৰামঠগন দিয়াৰ কথা উল্লেখ কৰি বৰঠাকুৰে কয় যে বিজেপিয়ে অসমতো বিহাৰ-হাৰিয়ানাৰ মডেল প্ৰয়োগ কৰি ভাৰাতীয়া ভোটাৰৰ দ্বাৰা চৰকাৰ গঠন কৰিব বিচাৰিছে। বহু বিজেপি নেতা-কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ আৰু অনিয়মত অতিষ্ঠ হৈ দলত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰাৰ বাবে যোগাযোগ অব্যাহত ৰখা বুলি উল্লেখ কৰি বৰঠাকুৰে কয় যে চৰকাৰৰ ৰিপ’ৰ্ট কাৰ্ড বেয়া হোৱা বাবেই তেঁওলোকে নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি পুনৰ শাসনৰ গাদী দখল কৰিব বিচাৰিছে।

অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক সেই সুযোগ নিদিয়ে বুলি মন্তব্য কৰি কয় যে এইবাৰ বিজেপিৰ বিৰুদ্ধে অসমৰ সকলো ৰাইজ আৰু দল-সংগঠন একত্ৰিত হৈ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাতো বিচাৰিছে। প্ৰকৃত প্ৰাক-নিৰ্বাচনী সমীক্ষাসমূহেও গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ সপক্ষে তথ্য প্ৰকাশ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। সংবাদমেলত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে বছৰত ১ লাখ নিবনুৱাক নিযুক্তি দিম বুলি ডাংকোপ মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমৰ শিক্ষিত নিবনুৱাই বহিঃৰাজ্যত কাম কৰিবলৈ গৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বামুণৰবাৰী গাঁওখনৰ কৈলাশ নাথ নামৰ ৩০ বছৰীয়া যুৱকজনে বহিঃৰাজ্যলৈ চাকৰিসূত্ৰে গৈ বিহুত অসমলৈ ঘূৰি অহাৰ সময়ত দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু সাবতি ল’বলগীয়া হৈছে।

বহিঃৰাজ্যৰ দুৰ্বৃত্তই এই যুৱকজনক হত্যাৰ ভাবুকি দিয়া বুলি তেওঁৰ ভগ্নীক ফোন কৰি বাৰে বাৰে জনাইছিল আৰু শেষ মুহূৰ্তত ঝাৰখণ্ডত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে। এনেদৰে অসমৰ বহু যুৱক চাকৰিৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ মৃত্যুৰ মুখত পৰিছে যদিও ডাবোল ইঞ্জিন চৰকাৰখনৰ গাত লগা নাই আৰু এইক্ষেত্ৰত কোনো নীতি-নিৰ্ধাৰণ এতিয়ালৈ কৰা নাই। জামুগুৰিহাটৰ মৃত যুৱকজনৰ পৰিয়ালৰ দায়িত্ব ল’বলৈকো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই বৰাই কয় যে একেখন দেশৰ ভিতৰত অসমীয়া যুৱক-যুৱতীৰ নিৰাপত্তা নোহোৱা হোৱাৰ ঘটনা ৰোধ কৰিব নোৱৰাতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চৰম ব্যৰ্থতা। সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উদিতভানু দাস আৰু মিডিয়া বিভাগৰ ৰাজ্যিক সমন্বয়ক গোপাল শৰ্মাও উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Apcc PressmeetBedabrata BoraMira Barthakur GoswamiRajib Bhawan
publisher

publisher

Related Posts

ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ
Assam

ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

October 25, 2026
ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী
Assam

ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

October 25, 2026
ভোটাৰ তালিকাৰ পুনৰীক্ষণক লৈ নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ: প্ৰতিটো বুথত নিয়োজিত হ’ব ‘ভোট ৰক্ষক’

১৫গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম বৈভৱ-অসম সৌৰভ-অসম গৌৰৱ সন্মান ঘোষণা

October 24, 2026
বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

October 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d