Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Pijush Hazarika Visit Morigaon:বিকাশৰ ১২ দিন’ শীর্ষক কাৰ্যসূচী উপলক্ষে মৰিগাঁৱৰ মেধাৱী শিক্ষার্থীৰ মাজত চাইকেল বিতৰণ

অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

publisher by publisher
December 13, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Pijush Hazarika Visit Morigaon:বিকাশৰ ১২ দিন’ শীর্ষক কাৰ্যসূচী উপলক্ষে মৰিগাঁৱৰ মেধাৱী শিক্ষার্থীৰ মাজত চাইকেল বিতৰণ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Batadova Than:বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাৰ 

Road Accident in Nelee:মৰিগাঁৱৰ শিলচাঙৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

Janata Bhawan: বান নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

বিকাশৰ ১২ দিন’ শীর্ষক কাৰ্যসূচী উপলক্ষে আজি মৰিগাঁও জিলাখনৰ মেধাৱী শিক্ষার্থীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে কেইবাখনো আঁচনিৰ শুভাৰম্ভ কৰে জলসম্পদ আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই ৷

ADVERTISEMENT

মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত তৰুণৰাম ফুকন খেলপথাৰত শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে আয়োজিত এই কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী গৰাকীয়ে কয়, মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ অন্যতম মুখ্য উদ্দেশ্য হৈছে ৰাজ্যৰ সামগ্রিক বিকাশ আৰু জনসাধাৰণৰ জীৱন-যাপনৰ মান উন্নীত কৰা। ইয়াৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রীৰ নেতৃত্বত সমগ্ৰ ৰাজ্যতে ‘বিকাশৰ ১২ দিন‘ শীর্ষক এক বিকাশ যাত্রা আৰম্ভ হৈছে। এই বিশেষ উদ্যোগৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। আজিৰ অনুষ্ঠানত উপস্থিত সকলো ছাত্ৰ-ছাত্ৰী সুনাগৰিক হিচাপে প্ৰতিষ্ঠা লাভ কৰক, কঠোৰ পৰিশ্ৰম, অদম্য মনোবল, আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক, তাৰেই কামনা কৰিছোঁ আৰু সকলোকে আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জনাইছোঁ।

উল্লেখ্য যে প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত জিলাখনৰ বিগত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশৰ অধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু ৬০ শতাংশৰ অধিক নম্বৰ লাভ কৰা ছাত্ৰীক সামৰি মুঠ ১০৮৬গৰাকী ছাত্র-ছাত্রীক স্কুটাৰ প্ৰদান কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত জিলাখনৰ নৱম শ্ৰেণীত অধ্যয়নৰত ১২,১২৮গৰাকী ছাত্র-ছাত্রীলৈ বিনামূলীয়াকৈ চাইকেল প্ৰদান কৰে মন্ত্ৰী হাজৰিকা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷

আনহাতে জিলাখনত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা মুঠ ৬২২গৰাকী ছাত্ৰ-ছাত্ৰীক এই বছৰৰ আনন্দৰাম বৰুৱা বঁটা (নগদ ধন ১২,৫০০ টকাকৈ) ডিবিটিযোগে প্রদান কৰা হয় ৷

আজিৰ এই কাৰ্যসূচীত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bicycle Distrubution ProgrammeMinister Pijush HazarikaMORIGAONvikashar baradin
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d