Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু

    ‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

    স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

    প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

    স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

    শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Minister of State for External Affairs Pabitra Margherita:তিনি ৰাষ্ট্ৰৰ চৰকাৰী ভ্ৰমণসূচীৰে বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

publisher by publisher
January 11, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Minister of State for External Affairs Pabitra Margherita:তিনি ৰাষ্ট্ৰৰ চৰকাৰী ভ্ৰমণসূচীৰে বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Union Minister Pabitra Margherita’s press conference in Shillong:জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ,শ্বিলঙত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল

Minister of State for Foreign Affairs Pabitra Margherita in Mexico:মেক্সিকোৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডঃ ক্লউডিয়া শ্যেইনবাউম পাৰ্ডাৰৰ শপতগ্ৰহণ অনুষ্ঠানত বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

Minister of State for External Affairs Pabitra Margherita:

পুনৰ বিদেশ ভ্ৰমণলৈ ওলাইছে কেন্দ্ৰীয় বহি:পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ৷ অহা ১৪ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ সাতদিনীয়া চৰকাৰী কাৰ্যসূচী লৈ ফিলিপাইনছ, পালাও আৰু মাইক্ৰ’নেছিয়া ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। বিদেশ মন্ত্ৰীগৰাকীয়ে ১৪ জানুৱাৰীত ফিলিপাইনছৰ শীৰ্ষ নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে মেনিলাত থকা মিৰিয়াম কলেজ চৌহদৰ মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব ।

ADVERTISEMENT

একেদৰে মন্ত্ৰী গৰাকীয়ে দেশখনত থকা প্ৰবাসী ভাৰতীয়ৰ সৈতেও মত বিনিময় কৰিব। ভাৰত – ফিলিপাইনছৰ দ্বিপাক্ষিক সম্পৰ্কৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিৰ সময়তে ভাৰতীয় বিদেশ মন্ত্ৰীগ ৰাকীৰ ফিলিপাইনছ ভ্ৰমণ তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হ’ব। তাৰ পিছতে মন্ত্ৰী গৰাকী ৰাওনা হ’ব প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ পালাওলৈ।

আনহাতে ১৬ জানুৱাৰীত পালাওৰ দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত ৰাষ্ট্ৰপতি চুৰাংগেল হিপছৰ শপত গ্ৰহণ অনুষ্ঠানত বিদেশ মন্ত্ৰী গৰাকীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব। এই ভ্ৰমণ কালত বিদেশ ৰাজ্যিক মন্ত্ৰী মাৰ্ঘেৰিটাই পালাওৰ শীৰ্ষ স্থানীয় নেতৃবৰ্গৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বৈঠকত ভাগ লোৱাৰ লগতে পালাওত চলি থকা ভাৰতৰ বিনিয়োগযুক্ত প্ৰকল্পসমূহৰ বুজ ল’ব।
ইপিনে,১৮ জানুৱাৰীত বিদেশ মন্ত্ৰীগৰাকী উপস্থিত হ’ব প্ৰশান্ত মহাসাগৰীয় অন্য এখন দ্বীপৰাষ্ট্ৰ মাইক্ৰ’নেছিয়াত। তাত দেশখনৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব।

উল্লেখ যে, বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা হ’ব মাইক্ৰ’নেচিয়া ভ্ৰমণ কৰা ভাৰতৰ প্ৰথমগৰাকী কেন্দ্ৰীয় মন্ত্ৰী। ২০২৩ বৰ্ষৰ মে’ত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰ সমূহৰ উমৈহতীয়া ফ’ৰাম ‘ফিপিক’ৰ তৃতীয় শীৰ্ষ সন্মিলন সফলতাৰে অনুষ্ঠিত হোৱাৰ পিছত বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ এই পালাও আৰু মাইক্ৰ’নেচিয়া ভ্ৰমণ বিশেষভাৱে লক্ষণীয় হ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Minister of State for Foreign Affairs Pabitra MargheritaOfficial ItinerariesTravei Abroad
publisher

publisher

Related Posts

ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু
International

October 22, 2026
‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ
India

‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

October 22, 2026
স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?
International

স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

October 22, 2026
প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান
Assam

প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

October 22, 2026
স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে
Assam

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

October 22, 2026
শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী
Assam

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d