Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

TAYPA Pressmeet In Dispur: জনজাতিকৰণ ,স্বায়ত্ত্বশাসনৰ দাবীত তীব্ৰ আন্দোলনৰ হুংকাৰ টাইপাৰ

প্ৰধানমন্ত্ৰী অসম আগমনৰ বিৰোধিতাৰে টাইপাৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা সংবাদমেলত

publisher by publisher
February 11, 2025
in Assam, India, News
Reading Time: 2 mins read
0
TAYPA Pressmeet In Dispur: জনজাতিকৰণ ,স্বায়ত্ত্বশাসনৰ দাবীত তীব্ৰ আন্দোলনৰ হুংকাৰ টাইপাৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

Vishwakarma Puja Celebration:আজি বিশ্বখনিকৰ বিশ্বকর্মা পূজা

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

TAYPA Pressmeet In Dispur:

টাই আহোম জনগোষ্ঠীৰ একমাত্ৰ যুৱ সংগঠন টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে জনজাতিকৰণ, স্বায়ত্ব শাসন আৰু প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ বেদখলমুক্ত-সংৰক্ষণ সন্দৰ্ভত আজি দিচপুৰ প্ৰেছ ক্লাৱত সম্বোধন কৰে এক সংবাদমেল।

ADVERTISEMENT

টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি দল আৰু চৰকাৰে দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি আহিছে বুলি টাইপাৰ কেন্দ্ৰীয় নেতৃত্বই আজিৰ সংবাদ মেলত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। আনহাতে টাইপাকে ধৰি আহোম সংগঠন সমূহে দীৰ্ঘদিন ধৰি দাবী জনাই অহা স্বায়ত্ব শাসনৰ দাবীকো চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।

সংবাদ মেল সম্বোধন কৰি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে কয় যে – টাই আহোমকে ধৰি ছয় জনগোষ্ঠীকজনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োখন চৰকাৰে চূড়ান্ত প্ৰতাৰণা কৰিলে। অসমক ৬০০টা বছৰ ৰাজনৈতিক নেতৃত্ব প্ৰদান কৰা আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা টাই আহোম জনগোষ্ঠীৰ স্বায়ত্ব শাসনৰ প্ৰাপ্য অধিকাৰৰ পৰাও বিজেপি চৰকাৰে বঞ্চিত কৰিছে বুলি টাইপাৰ সভাপতি গৰাকীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। জনজাতিকৰণৰ নামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেৱল মিছা মাতিলে।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে প্ৰয়োজনীয় সংৰক্ষণৰ অনুপাত নিৰ্ধাৰণৰ বাবে ড:হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে লৈ গঠন কৰি দিয়া মন্ত্ৰীগোটে আজিকোপতি কেন্দ্ৰলৈ প্ৰতিবেদন প্ৰেৰণ নকৰিলে। টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ২০১৯ চনৰ ১১ জানুৱাৰীত ৰাজ্যসভাত এক বিধেয়ক উত্থাপন কৰা হৈছিল আৰু সংৰক্ষণৰ অনুপাত নিৰ্ধাৰণ সম্বলিত মন্ত্ৰীগোটৰ এই প্ৰতিবেদন প্ৰেৰণ কৰা হ’লেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্ভৱ হৈ উঠিলহেঁতেন।

ড:হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত এই মন্ত্ৰীগোটে অংশিদাৰী সংশ্লিষ্ট সকলো পক্ষৰে মতামত গ্ৰহণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰাৰ পাছতো প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ নকৰাৰ আঁৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদানত বিজেপি দল আৰু চৰকাৰৰ যে সদিচ্ছা নাই আৰু ৰাজ্যসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক উত্থাপন ‘কা’-বিৰোধী আন্দোলন প্ৰশমিত কৰাৰ এক কৌশলহে আছিল সেয়া আজি প্ৰতীয়মান হৈছে বুলি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে উল্লেখ কৰে।

 সংবাদ মেলত আহোম যুগৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ বেদখলমুক্ত, উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্য্যবদ্ধনৰ সন্দৰ্ভতো টাইপাৰ নেতৃত্ব সৰৱ হৈ পৰে।স্বৰ্গদেউ চাওল্যুং চ্যুকাফাৰ মৈদাম, মহীয়সী জয়মতী কুঁৱৰীৰ মৈদাম, তলাতল ঘৰ, কাৰেঙ ঘৰকে ধৰি মৈদাম, গড়-খাৱৈ, দৌল-দেৱালয় সমূহ বেদখলমুক্ত কৰি উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্য্যবদ্ধনৰ ব্যৱস্থা কৰিবলৈ টাইপাৰ নেতৃত্বই চৰকাৰক আহ্বান জনায়। ঐতিহাসিক পাটকাই আৰু টিপাম পাহাৰত চলি থকা অবৈধ কয়লা খনন সন্দৰ্ভতো সংগঠনটোৰ নেতৃত্ব সৰৱ হৈ পৰাৰ লগতে প্ৰয়োজন সাপেক্ষে এনে অবৈধ কয়লা খননৰ বিৰুদ্ধে টাইপাই নিজাববীয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সংবাদ মেলত সদৰি কৰে।

টাইপাৰ পূৰ্বৰ সিদ্ধান্ত অনুসৰি জনজাতিকৰণৰ ক্ষেত্ৰত চূড়ান্ত প্ৰতাৰণা কৰাৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ বিৰোধিতা কৰি অহা ২৫ ফেব্ৰুৱাৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি টাইপাৰ সভাপতি দিগন্ত তামুলী, কাৰ্যকৰী সভাপতি ভৃগু হাটীমুৰীয়া আৰু যুটীয়া সম্পাদক দ্বয় দীপজ্যোতি দুৱৰা আৰু শোভন কোঁৱৰে সংবাদমেলত ঘোষণা কৰে।

উল্লেখযোগ্য যে যোৱা ৪ জানুৱাৰীত দিচপুৰৰ জনতা ভৱন ঘেৰাও কৰি জনজাতিকৰণৰ ক্ষেত্ৰত মিছা মতা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰা হ’ব বুলি টাইপাৰ নেতৃত্বই ঘোষণা কৰিছিল । ২৫ ফেব্ৰুৱাৰীৰ পৰা টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তত্ত্বাৱধানত জনজাতিকৰণৰ দাবীত ধাৰাবাহিক ভাৱে প্ৰতি সপ্তাহত একোটাকৈ কাৰ্যসূচী ৰূপায়ন কৰিব টাইপাৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰকাশ কৰিছে।

ইয়াৰ অংশস্বৰূপে অহা ১০ মাৰ্চত ডিব্ৰুগড়ত, ১৮ মাৰ্চত শিৱসাগৰত, ২৪ মাৰ্চত গোলাঘাট আৰু ৩১ মাৰ্চত লক্ষীমপুৰত বিশাল “গণ হুংকাৰ ” কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে তাৰ পাছতে নিৰবিচ্ছিন্ন ভাৱে জোঁৰ সমদল, মটৰ চাইকেল ৰেলী, ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধকে ধৰি তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি টাইপাৰ সভাপতি দিগন্ত তামুলী, কাৰ্যকৰী সভাপতি ভৃগু হাটীমুৰীয়া আৰু যুটীয়া সম্পাদকদ্বয় দীপজ্যোতি দুৱৰা আৰু শোভন কোঁৱৰে সংবাদ মেলত ঘোষণা কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Taypa LeaderDispurTAYPA Pressmeet
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d