Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ কঠোৰ অনুপ্ৰৱেশ বিৰোধী নীতি অনুসৰণ ব্ৰিটিছ চৰকাৰৰ

দেশখনত থকা ভাৰতীয় মূলৰ লোকৰ ৰেস্তোৰাঁ, পানশালা, দোকান, গাড়ী ধোৱা প্রতিষ্ঠান আদিত ব্ৰিটিছ চৰকাৰে অভিযান আৰম্ভ কৰিছে। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এই অভিযান দেশব্যাপী আৰম্ভ কৰিছে দেশখনৰ লেবাৰ পাৰ্টিৰ চৰকাৰে

samimsultana by samimsultana
February 12, 2025
in International
Reading Time: 1 min read
0
মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ কঠোৰ অনুপ্ৰৱেশ বিৰোধী নীতি অনুসৰণ ব্ৰিটিছ চৰকাৰৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

ইংলণ্ডতো ভাৰতীয় ৰেস্তোৰাঁসহ বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠানত তালাচী

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ কঠোৰ অনুপ্ৰৱেশ বিৰোধী নীতি অনুসৰণ কৰি এইবাৰ অভিযান আৰম্ভ কৰিলে ব্ৰিটিছ চৰকাৰেও

অনুপ্ৰৱেশকাৰীক নিয়োগ কৰিলে ভৰিব লাগিব কমেও ১০ লাখ টকাৰ জৰিমনা

মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা নীতিক কাৰ্যতঃ অনুসৰণ কৰি সংযুক্ত যুক্তৰাজ্য (ইউকে)ত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিলে ব্ৰিটিছ চৰকাৰে। ইয়াৰ অংশৰূপে দেশখনত থকা ভাৰতীয় মূলৰ লোকৰ ৰেস্তোৰাঁ, পানশালা, দোকান, গাড়ী ধোৱা প্রতিষ্ঠান আদিত ব্ৰিটিছ চৰকাৰে অভিযান আৰম্ভ
কৰিছে। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এই অভিযান দেশব্যাপী আৰম্ভ কৰিছে দেশখনৰ লেবাৰ পাৰ্টিৰ চৰকাৰে।

ADVERTISEMENT

ট্রাম্প কায়দাৰে ব্ৰিটিছ চৰকাৰে আৰম্ভ কৰা এই অভিযানক ধুমুহা (ব্লিজ)ৰ স’তে তুলনা কৰিছে।

এই অভিযান ব্রিটেইনৰ স্বয়ং গৃহমন্ত্রী (হোম চেক্রেটাৰী) যুভেট কুপাৰে তদাৰক কৰিছে। ভাৰতীয় মূলৰ লোকসকলৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহত ব্ৰিটিছ চৰকাৰে তালাচী অভিযান চলোৱাৰ কাৰণ হৈছে এই সমূহে প্ৰব্ৰজনকাৰী শ্রমিকক নিয়োগ কৰে। এই অভিযানৰ সময়ত বহু অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি গৃহমন্ত্রী কুপাৰৰ কাৰ্যালয়ে প্রকাশ কৰিছে।

ইয়াৰ এক উদাহৰণ দি গৃহমন্ত্ৰীৰ কাৰ্যালয়ে সংবাদ মাধ্যমক জনায় যে উত্তৰ ইংলণ্ডৰ হাম্বাৰছাইডস্থিত এখন ভাৰতীয় ৰেস্তোৰাঁৰ পৰা সাতজন অনুপ্রৱেশকাৰী গ্ৰেপ্তাৰ আৰু আন চাৰিজনক আটক কৰা হৈছে।

আনহাতে, অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযান সম্পর্কত গৃহমন্ত্রী কুপাৰে কয়, ‘প্ৰব্ৰজন বিধিসমূহক সম্মান জনাবই লাগিব আৰু এই বিধিসমূহক বলৱৎ কৰা হ’ব। বিভিন্ন প্রতিষ্ঠানে অনুপ্রৱেশকাৰীক নিয়োগ কৰি শোষণ কৰি আছে। তদুপৰি নিয়োগৰ সুবিধা পোৱা বাবে অনেক বিদেশী লোকে অবৈধভারে প্রৱেশ কৰি ইয়াত কাম কৰি আছে।’

তেওঁ লগতে জনায় যে প্ৰাণৰ প্ৰতি ভ্রূক্ষেপ নকৰি বহু বিদেশী লোকে সৰু নাৱত উঠি সাগৰ পাৰ হৈও ব্রিটেইনত প্রবেশ কৰিছে। ইয়ে বহু লোকক শোষণৰ পাত্ৰত পৰিণত কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘অনুপ্ৰৱেশৰ ফলত আমাৰ প্ৰব্ৰজন ব্যৱস্থা আৰু অর্থনীতিৰ ক্ষতি হৈছে।’

উল্লেখ্য যে ব্রিটেইনৰ বিগত সাধাৰণ নিৰ্বাচনত প্রধানমন্ত্রী কেইব ঈমাৰে অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ প্ৰতিশ্রুতি দিছিল। গতিকে নির্বাচনী প্রতিশ্রুতি পূৰণ কৰিবলৈ তেওঁৰ ওপৰত প্ৰচণ্ড চাপৰ সৃষ্টি হৈছে।

সেয়েহে তেওঁ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। এনে অভিযানৰ সময়ত আইন বলৱৎকাৰী সংস্থাসমূহে গ্রেপ্তাৰ কৰা অনুপ্ৰৱেশকাৰীক চার্টার্ড বিমানত তুলি নিজ নিজ দেশলৈ ঘূৰাই পঠিয়াবলৈ লৈছে ব্ৰিটিছ চৰকাৰে। এনেদৰে বিগত কিছুদিনত দেশখনে আঠ শতাধিক অনুপ্ৰৱেশকাৰীক নিজ নিজ দেশলৈ বিতাড়ন কৰে।

আনহাতে, ব্রিটেইনৰ গৃহ মন্ত্রণালয়ৰ তথ্য অনুসৰি, যোৱা বছৰৰ পাঁচ জুলাইৰ পৰা এই বছৰৰ ৩১ জানুৱাৰীলৈকে পূৰ্বৰ তুলনাত কমেও ৩৮ শতাংশ অধিক অনুপ্রৱেশকাৰীক ব্রিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰি বিতাড়ন কৰে। উক্ত সময়ছোৱাত প্রব্রজন আইন উলংঘাকাৰীৰ বিৰুদ্ধে চৰকাৰে ১,০৯০খন অসামৰিক জৰিমনাৰ জাননী জাৰি কৰে।

এনে জাননী জাৰিৰ জৰিয়তে আইন উলংঘাকাৰীসকলক সতৰ্ক কৰি দিয়া হয় যে আইন উলংঘা কৰি অনুপ্ৰৱেশকাৰী শ্রমিক-কর্মচাৰী নিয়োগ কৰিলে প্রতিজন শ্রমিক-কর্মচাৰীৰ বিপৰীতে ৬০ হেজাৰ পাউণ্ড তথা কমেও ১০ লাখ টকাৰ জৰিমনা বিহা হ’ব।

ইপিনে, দেশখনলৈ অনুপ্রৱেশ বন্ধ কৰাৰ উদ্দেশ্যে ব্রিটেইন চৰকাৰে সীমান্ত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ অংশৰূপে চৰকাৰে অলপতে আৰম্ভ হ’ব লগা সংসদৰ অধিবেশনত সীমান্ত সুৰক্ষা, আশ্ৰয় আৰু প্ৰব্ৰজন বিধেয়ক উত্থাপনৰ যো-জা চলাইছে। এই বিধেয়ক আইনত পৰিণত কৰি চৰকাৰে অনুপ্রৱেশকাৰীক সহায় কৰা চক্রক উৎখাত কৰাৰ লক্ষ্য লৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: মার্কিন
samimsultana

samimsultana

Related Posts

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d