Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bird Flu অন্ধ্ৰপ্ৰদেশত বার্ড ফ্লু’ৰ আতংক ! চূড়ান্ত সতৰ্কবাণী জাৰি

publisher by publisher
February 15, 2025
in India
Reading Time: 1 min read
0
Bird Flu  অন্ধ্ৰপ্ৰদেশত বার্ড ফ্লু’ৰ আতংক ! চূড়ান্ত সতৰ্কবাণী জাৰি
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

H5N1 Flu:এইবাৰ বার্ড ফ্লুত আক্ৰান্ত মেকুৰী ! বিয়পিব পাৰে নেকি মালিকৰ দেহত ?

Four-year-old Child has been Diagnosed With bird Flu in West Bengal: পশ্চিমবংগত চাৰি বছৰীয়া শিশুৰ শৰীৰত বাৰ্ডফ্লুৰ সংক্ৰমণ চিনাক্ত

China : বিশ্বত প্ৰথম H3N8 বাৰ্ড ফ্লু ভাইৰাছত মহিলাৰ মৃত্যু !

Bird Flu

ADVERTISEMENT

অন্ধ্ৰপ্ৰদেশত বার্ড ফ্লু’ৰ আতংক ! চূড়ান্ত সতৰ্কবাণী জাৰি

অন্ধ্ৰপ্ৰদেশত বৃদ্ধি পাইছে বাৰ্ড ফ্লুৰ আশংকা । এই ভাইৰাছৰ সংক্ৰমণৰ বাবে ইখনৰ পাছত সিখন জিলাত চূড়ান্ত সতৰ্কবাণী জাৰি কৰা হৈছে।

প্ৰাথমিক তদন্তৰ অন্তত প্ৰশাসনে ৰাজ্যৰ সাত খন গাঁৱৰ কুকুৰা পামত এই সংক্ৰমণ বিয়পি পৰাৰ তথ্য লাভ কৰে।

ইয়াৰে পাঁচখনক ইতিমধ্যে চিনাক্ত কৰি সংক্ৰমণ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

প্ৰশাসনৰ সূত্ৰ অনুসৰি ইতিমধ্যে এলুৰু, এন টি আৰ, পশ্চিম গোদাৱৰীকে ধৰি কেবাখনো জিলাত বাৰ্ড ফ্লুৰ সংক্ৰমণ বিয়পি পৰিছে। কুৰ্ণুলৰ এখন হাঁহৰ পামত বাৰ্ড ফ্লুৰ সংক্ৰমণ ধৰা পৰিছে। পুনৰ পূৱ গোদাৱৰীৰ কানুৰুত তিনিখন ফাৰ্মতো এই ভাইৰাছ সংক্ৰমিত হৈছে।

এন টি আৰ জিলাৰ গাম্পালাগুডেম, পশ্চিম গোদাৱৰীৰ ভেলপুৰু আৰু এলুৰু জিলাৰ বাদামপুৰীত এখনকৈ ফাৰ্মত এই সংক্ৰমণ ধৰা পৰিছে।

সংক্ৰমণ ধৰা পৰা আটাইকেইটা স্থান চিনাক্ত কৰি স্থানীয় প্ৰশাসনে ‘কণ্টেইনমেণ্ট জ’ন’ হিচাপে ঘোষণা কৰে। প্ৰশাসনে পাঁচটা স্থানক ‘কণ্টেইনমেণ্ট জ’ন’ হিচাপে ঘোষণা কৰিছে।

সেই সকলো অঞ্চলতে কুকুৰাৰ মাংস বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনিক বিষয়াসকলক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

কোনো ধৰণৰ লক্ষণ ধৰা পৰিছে নে নাই তাৰ বাবেও নিৰীক্ষণৰ নিৰ্দেশ দিয়া হৈছে। এই পৰ্যন্ত ৰাজ্যখনত প্ৰায় পাঁচ লাখতকৈও অধিক হাঁহ আৰু কুকুৰাৰ মৃত্যু হৈছে।

উল্লেখ্য যে ,ডেৰ লাখ কুকুৰা মাৰি পেলোৱা হৈছে।চুবুৰীয়া ৰাজ্যসমূহত বাৰ্ড ফ্লুৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে তেলেংগানাতো উদ্বেগ বৃদ্ধি পাইছে।

অন্ধ্ৰ প্ৰদেশৰ পৰা কুকুৰাৰ মাংস আৰু কুকুৰাৰ বাহনৰ প্ৰৱেশ নিষেধাজ্ঞা জাৰি কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ নিকটৱৰ্তী অঞ্চলত সতৰ্কতা অৱলম্বন কৰা হৈছে।

চুবুৰীয়া ৰাজ্যৰ পৰা কোনো ধৰণৰ সংক্ৰমণ যাতে বিয়পি নাযায় তাৰ বাবে প্ৰশাসনিক বিষয়াসকলক সজাগ হ’বলৈ কোৱা হৈছে

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bird Flu
publisher

publisher

Related Posts

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

September 28, 2026
এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d