Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Donald Trump:আমেৰিকাত চৰম অনিশ্চয়তাৰ গৰ্ভত লক্ষাধিক ভাৰতীয় যুৱক-যুৱতী

ট্রাম্পৰ দিনত সলনি হ'ল প্ৰব্ৰজন আইনৰ নিয়ম,কানাডা-ব্ৰিটেইনলৈ উৰা মৰাৰ চিন্তা-চৰ্চা অনেকৰ

publisher by publisher
March 7, 2025
in International
Reading Time: 2 mins read
0
Donald Trump:আমেৰিকাত চৰম অনিশ্চয়তাৰ গৰ্ভত লক্ষাধিক ভাৰতীয় যুৱক-যুৱতী
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

হৰমুজ প্ৰণালীত অবৰোধ আঁতৰাবলৈ বিশেষ চুক্তিত সন্মত ইৰান-আমেৰিকা!

Donald Trump:

কেৱল অবৈধভাৱে বাস কৰা লোকক বহিষ্কাৰেই নহয়, মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে অনিশ্চিত কৰিলে লক্ষাধিক কম বয়সীয়া ভাৰতীয় যুৱক-যুৱতীৰ ভৱিষ্যৎ। এই বৃহৎ সংখ্যক ভাৰতীয় যুৱক-যুৱতী শিশু-কিশোৰ অৱস্থাত পিতৃ-মাতৃৰ স’তে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱা তেওঁলোকৰ পিতৃ বা মাতৃ এইছ-ৱান বি ভিছাপ্রাপ্ত।

ADVERTISEMENT

দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে ট্রাম্পে দেশখনৰ প্ৰব্ৰজন সংক্ৰান্তীয় আইনসমূহৰ নীতি-নিয়মাৱলী সলনি কৰে। এই নতুন নিয়ম অনুসৰি, এইছ-ৱান বি ভিছাপ্রাপ্ত লোকসকল (বিদেশী নাগৰিক)ৰ সন্তানে ২১ বছৰত ভৰি দিয়াৰ লগে লগে তেওঁলোকৰ পিতৃ-মাতৃয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰাৰ বাবে পোৱা অধিকাৰ তেওঁলোকে ভোগ কৰিব নোৱাৰিব।

অৱশ্যে ইয়াৰ আগলৈকে এনে এজন যুৱক বা এগৰাকী যুৱতীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰাৰ অধিকাৰ ভোগ কৰিব পাৰিব। ২১ বছৰত ভৰি দিয়াৰ লগে লগে তেওঁলোকে নিজৰ বাবে ভিছা বা মার্কিন নাগৰিকত্বৰ ব্যৱস্থা কৰি ল’ব লাগিব।অৱশ্যে নাগৰিকত্ব বাদেই মার্কিন ভিছা লাভৰ নিয়মো শেহতীয়াভাৱে ৰাষ্ট্ৰপতি ট্রাম্পে কঠোৰ কৰি তুলিছে। গতিকে এনে যুৱক-যুৱতীসকলৰ ভৱিষ্যৎ অনিশ্চিত হৈছে। এক তথ্য অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰি থকা এনে ভাৰতীয় যুৱক-যুৱতীৰ সংখ্যা কমেও ১.৩৪ লাখ।

লক্ষ্যণীয় যে দেশখনৰ পূৰ্বৰ আইন অনুসৰি, বয়স বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ভিছাৰ ম্যাদ উকলাসকলে আন এক ভিছা উলিয়াই লোৱাৰ বাবে দুবছৰৰ সময় পাইছিল। ট্রাম্পে এই নিয়ম সলনি কৰিছে। এই নতুন নিয়মে লক্ষাধিক কম বয়সীয়া ভাৰতীয় যুৱক-যুৱতীক শ’লঠেকত পেলাইছে। দেশখনত ভৱিষ্যৎ অনিশ্চিত হৈ পৰাত এনে বহুতে কানাডা, ব্ৰিটেইনৰ দৰে দেশলৈ উৰামৰাৰ চিন্তা-চৰ্চা কৰাৰ খবৰ প্ৰকাশ পাইছে। কাৰণ এইসমূহ দেশত ভিছাৰ নিয়ম তুলনামূলকভাৱে অধিক শিথিল।

চর্চা মতে, মার্কিন চাকৰি নিৰ্ভৰ গ্ৰীণ কার্ড ব্যৱস্থাই দেশখনত বাস কৰা ভাৰতীয় লোকসকলক অধিক ক্ষতি কৰিছে। আনহাতে, অলপতে মার্কিন নাগৰিকত্ব আৰু প্ৰব্ৰজন সেৱাসমূহ (ইউএছচিআইএছ)-এ শেহতীয়াভাৱে ২০২৬ বিত্তীয় বৰ্ষৰ বাবে এইছ-ৱান বি ভিছাৰ পঞ্জীয়নৰ সময় ঘোষণা কৰে।

এই পঞ্জীয়ন প্ৰক্ৰিয়া সাত মাৰ্চৰ পৰা অহা ২৪ মাৰ্চলৈ মুকলি থাকিব । এই এইছ-ৱান বি ভিছাৰ অধীনত মার্কিন উদ্যোগ-প্রতিষ্ঠানসমূহক বিদেশী তাত্ত্বিক বা কাৰিকৰী বিশেষজ্ঞ নিযুক্তিৰ সুবিধা দিছে। দেশখনে প্ৰতি বছৰে এনে ৬৫ হেজাৰ ভিছা প্ৰদান কৰে। তদুপৰি দেশখনৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰ বাবে আৰু অতিৰিক্ত ২০ হেজাৰক ভিছা প্ৰদান কৰে।

বৰ্তমানে এনে ভিছা লাভৰ বাবে পঞ্জীয়ন মাচুল হ’ল ২১৫ ডলাৰ অৰ্থাৎ ১৬ হেজাৰ ৭৭০ টকা। লক্ষ্যণীয়ভাৱে এই এইছ-ৱান বি ভিছা প্ৰদান ব্যৱস্থাক দীৰ্ঘদিন ধৰি দেশখনৰ একাংশ লোকে সমালোচনা কৰি আহিছে। আনকি অলপতে দেশখনৰ উচ্চ সদনৰ সাংসদ বার্ণী ছেণ্ডাৰ্ছেও এইছ-ৱান বি ভিছা কর্মসূচীক সমালোচনা কৰি কয় যে এই ব্যৱস্থাই মূলতঃ মার্কিন উদ্যোগ-প্ৰতিষ্ঠানসমূহক লাভান্বিত কৰিছে।

কাৰণ এনে ভিছা লাভ কৰি দেশখনলৈ চাকৰিৰ বাবে যোৱা বিদেশী লোকসকলক তুলনামূলকভাৱে কম দৰমহাৰে বিভিন্ন মার্কিন উদ্যোগ-প্রতিষ্ঠানে কৰ্মত নিয়োগ কৰি আহিছে। এই ভিছাৰ মূল উদ্দেশ্য বিভিন্ন উদ্যোগ-প্রতিষ্ঠানে সলনি কৰিছে বুলি অভিযোগ কৰি সাংসদজনে লগতে কয়, ‘এইছ-ৱান বি ভিছাৰ জৰিয়তে সর্বোত্তম আৰু প্রোজ্জ্বলসকলক কৰ্মত নিয়োজিত কৰা নাই।

তাৰ পৰিৱৰ্তে ভাল দৰমহা পাই থকা মার্কিন চাকৰিয়ালসকলক আঁতৰাই কম দৰমহাত বিদেশৰ লোকক কর্মত নিয়োগ কৰিছে। এই বিদেশী কৰ্মচাৰীসকলক উদ্যোগ-প্ৰতিষ্ঠানসমূহে বন্ধকী চাকৰিয়ালৰ দৰে ব্যৱহাৰ কৰে। এনে কাৰ্যত ৰাষ্ট্ৰপতি ট্রাম্পৰ অন্যতম উপদেষ্টা এল’ন মাস্ক আৰু ভাৰতীয় মূলৰ মাৰ্কিন উদ্যোগপতি বিবেক ৰামস্বামীৰ দৰে অর্বুদপতিও জড়িত বুলি সাংসদজন সৰৱ হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMPH1B VisaIndian youth
publisher

publisher

Related Posts

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা
International

নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

September 21, 2026
ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।
International

ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

September 20, 2026
এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক
International

এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

September 20, 2026
সাৱধান! আশ্চৰ্যকৰভাৱে শান্ত হৈছে আটলান্টিক
International

সাৱধান! আশ্চৰ্যকৰভাৱে শান্ত হৈছে আটলান্টিক

September 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d