Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

10 Crore youths will get internship opportunities in more than 500 top institutions in the country:দেশৰ পাঁচ শতাধিক শীৰ্ষস্থানীয় প্ৰতিষ্ঠানত ১ কোটি যুৱক-যুৱতীক ইণ্টাৰ্ণশ্বিপৰ সুযোগ

ইণ্টাৰ্ণশ্বিপৰ সময়ত দিয়া হ'ব ৫ হাজাৰ টকাকৈ ইণ্টাৰ্ণশ্বিপ ভাত্তা, যুৱক-যুৱতীক ৬ হাজাৰ টকাৰ এককালীন ভাত্তাও দিয়াৰ ঘোষণা বিত্তমন্ত্ৰীৰ

publisher by publisher
July 23, 2024
in Uncategorized
Reading Time: 2 mins read
0
10 Crore youths will get internship opportunities in more than 500 top institutions in the country:দেশৰ পাঁচ শতাধিক শীৰ্ষস্থানীয় প্ৰতিষ্ঠানত ১ কোটি যুৱক-যুৱতীক ইণ্টাৰ্ণশ্বিপৰ সুযোগ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Union Minister Sarbananda Sonowal:এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিব কেন্দ্রীয় বাজেট ২০২৫-২৬-: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

 Union 2025 Live Update: অষ্টমবাৰ বাজেট উপস্থাপন নির্মলা সীতাৰমণৰ , ৰাষ্ট্ৰপতিৰ স’তে সাক্ষাৎ

Union Budget Sarbananda Sonowal Reaction:কেন্দ্রীয় বাজেট ২০২৪এ ‘বিকশিত ভাৰত’ৰ যাত্রাক নৱৰূপ দিব আৰু সামগ্রিক বিকাশৰ ৰোডমেপ ত্বৰান্বিত কৰিব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

10 Crore youths will get internship opportunities in more than 500 top institutions in the country:

দেশৰ তৰুণ যুৱক- যুৱতীৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে আজি সংসদত দাখিল হোৱা ২০২৪-২৫ ৰ বাজেটে ৷
১ কোটি যুৱক- যুৱতীৰ বাবে ইণ্টাৰ্ণশ্বিপৰ সুবিধাৰ লগতে কেতবোৰ নতুন প্ৰকল্পৰ কথা আজি বাজেট ভাষণত ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে ৷ সেই অনুসৰি আগন্তুক পাঁচ বছৰত দেশৰ প্ৰায় ৫০০টা প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত ইণ্টাৰ্ণশ্বিপৰ বাবে নিৰ্বাচিত কৰা হ’ব যুৱক-যুৱতীসকলক।

ADVERTISEMENT

উল্লেখ্য যে,দেশত শেহতীয়াকৈ শিক্ষিত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ এনে প্ৰেক্ষাপটত নিবনুৱা সমস্যা দুৰীকৰণত ইণ্টাৰ্ণশ্বিপৰ ব্যতিক্ৰমী ব্যৱস্থাই কিছু সকাহ দিব পাৰিব বুলি সচেতন মহলে আশা কৰিছে ৷ ইয়াৰ পূৰ্বে চৰকাৰৰ ব্যৱস্থাপনাত এনে ব্যৱস্থা লোৱা হোৱা নাছিল ৷

মঙলবাৰে সদনত বাজেট উদ্থাপন কৰি দিয়া ভাষণত ইণ্টাৰ্ণশ্বিপৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰী সীতাৰমনে ঘোষণা কৰি কয়, ইণ্টাৰ্ণশ্বিপ চলি থকা সময়ত ৫ হাজাৰ টকাকৈ ইণ্টাৰ্ণশ্বিপ ভাত্তা আৰু ৬ হাজাৰ টকাৰ এককালীন ভাত্তা পাব যুৱক-যুৱতীসকলে। একেদৰে তেওঁলোকৰ প্ৰশিক্ষণৰ খৰচ বহন কৰিব শীৰ্ষ প্ৰতিষ্ঠানে ৷ আনহাতে,চৰকাৰে কৰ্প’ৰেট ছচিয়েল ৰেচপনচিবিলিটী পুঁজিৰ পৰাও খৰচ কৰিব ধন । উল্লেখ্য যে, এই ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে বাস্তৱ পৰিস্থিতিৰ স’তে পৰিচিত হ’ব যুৱক-যুৱতীসকল। আনকি তেওঁলোকে প্ৰত্যেক মাহে উপাৰ্জনো কৰিব।

আনহাতে যিসকল যুৱক- যুৱতীয়ে প্ৰথমবাৰ বাবে চাকৰিৰ বজাৰত ভৰি ৰাখিব তেওঁলোকৰ বাবেহে এই ইণ্টাৰ্ণশ্বিপৰ সুযোগ লাভ কৰিব। নিবনুৱা সমস্যা দুৰীকৰণত চৰকাৰে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয়, চাকৰিৰ সুযোগ বৃদ্ধি কৰি অৰ্থনীতিৰ উন্নয়নৰ সিদ্ধান্ত লোৱা হৈছে।

একেদৰে আগন্তুক পাঁচ বছৰত যুৱক-যুৱতীসকলৰ দক্ষতা বৃদ্ধিৰ বাবে ধন অনুমোদন কৰা হৈছে। ২০ লাখ যুৱ কৰ্মচাৰীয়ে ইয়াৰ সুবিধা পাব। অনুমোদন কৰা হৈছে ১.৪৮ লাখ কোটি টকা। চৰকাৰে কৰ্মৰত মহিলাসকলৰ বাবে একাধিধ হোষ্টেলৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি সীতাৰমণে উল্লেখ কৰে যে ইয়াৰ ফলত মহিলাসকলৰ চাকৰিত যোগদানৰ সুবিধা, কৰ্মক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ প্ৰতি আগ্ৰহী হ’ব বুলি আশা কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 10 Crore youths500 top institutionsget internship opportunitiesUnion Budget 2024Union FInance Minister Nirmala Sitharaman
publisher

publisher

Related Posts

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d