Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ

    আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা

    Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

    তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ

    কে’বাশ বানাক্রান্ত পৰিয়ালে তৎকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধন নাপালে দুমাহে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Maoist Attack মাওবাদীৰ আক্ৰমণ ! ছত্তীশগড়ৰ নাৰায়ণপুৰত আই ই ডি বিস্ফোৰণত নিহত শ্ৰমিক

publisher by publisher
March 7, 2025
in India
Reading Time: 1 min read
0
Chhattisgarh : ছত্তীশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ, ছহিদ ১১জন জোৱান
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

kokrajhar:ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত ছহিদ হ’ল কোকৰাঝাৰৰ প্ৰাণেশ্বৰ কোচ

মাওবাদীৰ হাতত হত্যা দুই নিৰীহ গাঁওবাসী, অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে যুদ্ধক্ষেত্ৰত পৰিণত চত্তীশগড়

Chhattisgarh : ছত্তীশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ, ছহিদ ১১জন জোৱান

Maoist Attack মাওবাদীৰ আক্ৰমণ ! ছত্তীশগড়ৰ নাৰায়ণপুৰত আই ই ডি বিস্ফোৰণত নিহত শ্ৰমিক

ADVERTISEMENT

ছত্তীশগড়ৰ বস্তাৰ সংমণ্ডলত পুনৰ আক্ৰমণ মাওবাদীৰ। এইবাৰ তেওঁলোকৰ লক্ষ্য হৈছে লোহাৰ অক্সাইড খনি। শুকুৰবাৰে পুৱা ঘটনাটোত এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন অন্য এজন ব্যক্তি গুৰুতৰভাৱে আহত হয় ।

আৰক্ষীয়ে জনোৱা অনুসৰি শুকুৰবাৰে পুৱা প্ৰায় ১০.৪৫ বজাত ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত ছোটেডোঙ্গা আৰক্ষী থানা অঞ্চলৰ আমদাই ঘাটি লোৰ খনিত বিস্ফোৰণটো সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা অনুসৰি, এটা ব্যক্তিগত কোম্পানীৰ মালিকানাধীন খনিত মাওবাদীৰ দ্বাৰা ৰোপণ কৰা এটা ইম্প্ৰুভাইজড বিস্ফোৰক সঁজুলিৰ (আইইডি) সংস্পৰ্শৰ ফলত এই বিস্ফোৰণ সংঘটিত হয়।

আঘাতপ্ৰাপ্ত শ্ৰমিক দিলীপ কুমাৰ বাঘেল আৰু হৰেন্দ্ৰ নাগক চোটে ডংগাৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে দুয়োকে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।চিকিৎসাৰ সময়তে দিলীপৰ মৃত্যু হয় ।

উল্লেখ্য যে,তিনি জানুৱাৰীত ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে এটা নতুন অভিযান আৰম্ভ হৈছিল। নাৰায়ণপুৰ, দান্তেৱাড়া, বিজাপুৰ, জগদলপুৰ আৰু কোণ্ডাগাওঁকে ধৰি কেবাখনো মাওবাদী প্ৰভাৱিত জিলাত এই অভিযান চলোৱা হৈছে।

ৰাজ্যিক প্ৰশাসনৰ সূত্ৰ অনুসৰি, যোৱা ডেৰ বছৰত মাওবাদীৰ বিৰুদ্ধে অভিযানত এক ডাঙৰ সফলতা লাভ কৰিছে। এই সময়ছোৱাত নিৰাপত্তা বাহিনীৰ স’তে সংঘৰ্ষত ৩০০ তকৈও অধিক মাওবাদী নিহত হৈছে।

প্ৰায় এহেজাৰ মাওবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। ৮০০ তকৈও অধিক মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। শুকুৰবাৰে নিষিদ্ধ চিপিআই (মাওবাদী)ৰ সশস্ত্ৰ শাখা পিপলছ লিবাৰেচন গেৰিলা আৰ্মীৰ (পিএলজিএ) ১১ জন সদস্যই নাৰায়ণপুৰত আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Maoist Attack
publisher

publisher

Related Posts

কোনো অসংলগ্ন কথাই পাইকাৰী হাৰত ভোটাধিকাৰ কৰ্তনক যুক্তিযুক্ত নকৰে
India

October 5, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত
India

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত

October 4, 2026
উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d