Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

One passenger survived the plane crash: আসনৰ পৰা উঠি মোৰ চাৰিওকাষে মৃতদেহ দেখো আৰু দৌৰিবলৈ ধৰো

ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিলে দৈৱক্ৰমে প্ৰাণৰক্ষা পৰা বিশ্বাস কুমাৰ ৰমেশে, উৰণৰ ৩০ ছেকেণ্ডৰ পাছতে বিজুতিয়ে দেখা দিয়ে

publisher by publisher
June 13, 2025
in India, News
Reading Time: 2 mins read
0
One passenger survived the plane crash: আসনৰ পৰা উঠি মোৰ চাৰিওকাষে মৃতদেহ দেখো আৰু দৌৰিবলৈ ধৰো
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Dainik Horoscope :দিনটোৰ ৰাশিফল

Dainik Agradoot Today’s Edition : 15th Oct 2026

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

ADVERTISEMENT

One passenger survived the plane crash:

ৰাখে হৰি, মাৰে কোনে! এই আপ্তবাক্যষাৰ যেন আখৰে আখৰে ফলিয়ালে বিশ্বাস কুমাৰ ৰমেশৰ ক্ষেত্ৰত। বৃহস্পতিবাৰে দুপৰীয়া আহমেদাবাদত সংঘটিত ভয়াৱহ বিমান দুর্ঘটনাটোত দৈৱক্রমে প্ৰাণৰক্ষা পৰে ৰমেশৰ।

দুর্ঘটনাটোত যাত্রী আৰু বিমান কৰ্মচাৰীসহ ২৪২জন লোকৰে মৃত্যু হোৱা বুলি চৰকাৰীভাবে ঘোষিত হোৱাৰ পাছতে পোহৰলৈ আহে যে ভয়াৱহ দুর্ঘটনাটোত এজন যাত্ৰীৰ প্ৰাণৰক্ষা পৰে। এই সৌভাগ্যবান যাত্রীজনেই হ’ল ৰমেশ।

সম্প্রতি ৪০ বছৰীয়া ৰমেশ ব্ৰিটিছ নাগৰিক। লণ্ডনৰ গেটৱিক অভিমুখে উৰা মৰাৰ সময়ত ধ্বংস হোৱা বিমানখনত ৰমেশৰ স’তে তেওঁৰ জ্যেষ্ঠ ভ্রাতৃ অজয় কুমাৰ ৰমেশ (৪৫)-এও যাত্রা কৰিছিল। দুর্ঘটনাটোৰ পাছত অজয়ৰ কোনো তথ্য পোহৰলৈ অহা নাই।

সম্প্রতি আহমেদাবাদৰ আচৰৱাৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বিশ্বাস ৰমেশে এই ভয়াৱহ অভিজ্ঞতাৰ কথা সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰিছে। মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি অহা লোকজনে কয়, ‘দুপৰীয়া ১-৩৯ বজাত বিমানখনে উৰা মৰাৰ ৩০ ছেকেণ্ড পাছতে ইঞ্জিনত বিজুতিয়ে দেখা দিয়ে। এটা প্রকাণ্ড শব্দৰ সৃষ্টি হয় আৰু তাৰ পাছতে বিমানখন দুর্ঘটনাগ্রস্ত হয়।

এই সকলো ঘটনা ইমান তাৎক্ষণিকভারে ঘটিল!’ দুর্ঘটনাগ্রস্ত বিমানখনৰ ১১-এ নম্বৰ আসনৰ যাত্ৰী আছিল ৰমেশ। এই ভয়াৱহ অভিজ্ঞতাৰ বিষয়ে তেওঁ আৰু কয়, ‘(বিমানখন দুর্ঘটনাগ্রস্ত হোৱাৰ পাছত) আসনৰ পৰা উঠি মই মোৰ চাৰিওকাষে মৃতদেহ দেখিবলৈ পাওঁ। মই শংকিত হওঁ। থিয় হওঁ আৰু দৌৰিবলৈ ধৰো।
মোৰ চাৰিওকাষে বিমানখনৰ টুকুৰা পৰি আছিল। দৌৰি অহাৰ সময়ত মোক কোনোবাই সাবটি ধৰি এখন এম্বুলেন্সত উঠাই চিকিৎসালয়লৈ আনে।’ তাৰ পাছৰে পৰা তেওঁ উক্ত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অৱশ্যে তেওঁৰ আঘাত গুৰুতৰ নহয়। দুর্ঘটনাটোত তেওঁ বুকু, চকু আৰু ভৰি দুখনত কিছু আঘাত পায়।

তেওঁ জনোৱা মতে, বিগত ২০ বছৰ ধৰি তেওঁ পত্নী-সন্তানসহ লণ্ডনত বাস কৰি আছে। লণ্ডন অভিমুখী বিমানখনত যাত্ৰাৰ সময়ত তেওঁৰ ভ্ৰাতৃ অজয়ে তেওঁৰ পৰা সুকীয়া শাৰীৰ আসনত বহিছিল বুলি সদৰী কৰে ৰমেশে। ভ্রাতৃৰ তথ্য উদ্ধাৰত সহায় বিচাৰি অসহায় লোকজনে আৰু কয়, ‘আমি দুয়ো ডিউ ভ্রমণ কৰো। তেওঁ মোৰ স’তে ভ্রমণ কৰিছিল আৰু মই তেওঁক এতিয়া পোৱা নাই। তেওঁক বিচাৰি উলিওৱাত মোক সহায় কৰক।’

চিকিৎসালয়খন বিমান দুর্ঘটনাত হতাহতসকলৰে ভৰি পৰিছে। তেওঁলোকৰ আত্মীয়-স্বজনে চিকিৎসালয়ত ভিৰ কৰাৰ লগতে বহুজনে কান্দোনত ভাঙি পৰি শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। এনে শোকাকুল পৰিৱেশৰ মাজত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয়ৰ ৰূপানীৰ পূৰ্বৰ সহযোগী শৈলেস মণ্ডলিয়াকো চিকিৎসালয়ত দেখা পোৱা গ’ল। চিকিৎসালয়ত ৰূপানীৰ সন্ধানত প্ৰাক্তন সতীর্থজন উপস্থিত হয়।

সাংবাদিকৰ আগত এই কথা সদৰী কৰি তেওঁ কয়, ‘আমি ৰূপানীক বিচাৰি ইয়ালৈ আহিছো।আপোনালোকে যদি তেওঁৰ কোনো সন্ধান পাইছে তেন্তে আমাক জানিবলৈ দিয়ক।’ উল্লেখ্য যে এই ভয়াৱহ বিমান দুর্ঘটনাত ৰূপানীৰো মৃত্যু হয়।

# মোদীৰ গৃহৰাজ্যত মৃত্যুৰ কিৰিলি ! পুৱাই আহমেদাবাদত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,আহতসকলৰ খবৰ লৈ বিমান দুৰ্ঘটনাস্থলীত প্ৰধানমন্ত্ৰী মোদী

আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত ২৬৫ গৰাকীৰ মৃত্যু | এতিয়াও ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান | মৃত্যু উপত্যকাত পৰিণত গৃহৰাজ্যৰ খবৰ ল’বলৈ পুৱাই ঘটনাস্থলীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী | ভয়াৱহ বিমান দুর্ঘটনাটোত দৈৱক্রমে প্ৰাণৰক্ষা পৰা আচৰৱাৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বিশ্বাস কুমাৰ ৰমেশ সহ আন আহতসকলৰ খবৰ লৈ বিমান দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লয় প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d