Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

যোৰহাট, ডিব্ৰুগড় নে পুনৰ জালুকবাৰী ?

২৬ত ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

publisher by publisher
June 21, 2025
in Assam, News
Reading Time: 1 min read
0
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

২০০১ ৰ পৰাই জালুকবাৰীত অপ্ৰতিৰোধ্য হৈ থকা মুখ্যমন্ত্ৰীয়ে ২৬ৰ বিধানসভা নিৰ্বাচনত মন মেলিছে উজনিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ । সমষ্টি সলনি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কৰা এই পৰিকল্পনাৰ কথা চেগা চোৰোকাকৈ কেবাবাৰো কৰি আহিছিল ৰাজহুৱাকৈ।

ADVERTISEMENT

উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে সমষ্টি সলনি কৰি উজনিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মন মেলাৰ আঁৰত আছিল কেবাটাও কাৰণ।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীয়ে প্ৰথমে যোৰহাটৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ওলোৱাৰ পাছতেই নিজৰ আসন এৰি দিবলৈ সাজু হৈছিল যোৰহাটৰ বৰ্তমানৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী। কথা মতেই চলিছিল পৰিকল্পনা।

পিছে ২০২৪ত লোকসভা নিৰ্বাচনৰ ফলাফলে সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰালে মুখ্যমন্ত্ৰীক। কিয়নো ২০২৪ত লোকসভা নিৰ্বাচনত সৰ্ব শক্তি প্ৰয়োগ কৰাৰ পাছতো যোৰহাটত পৰাজিত হ’ল বিজেপি।

যোৰহাটৰ ৰাইজে প্ৰত্যাখ্যান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিক।সকলো বাধা, মুখ্যমন্ত্ৰী তথা BJPৰ ৰণকৌশল ভেদ কৰি জয়লাভ কৰিলে গৌৰৱ গগৈয়ে। যোৰহাটৰ এই ফলাফলৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ পৰা ক্ৰমাৎ আঁতৰি আহি ব্যস্ত হৈ পৰে ডিব্ৰুগড়ত।

অসমৰ দ্বিতীয় ৰাজধানীৰ ৰূপত ডিব্ৰুগড়ক সজোৱাৰ কামত সম্প্ৰতি ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ।ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ এই সক্রিয়তাই ৰঙ দিছিল পঞ্চায়ত নিৰ্বাচনত। উজনীত ভাল ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় BJP দলে।

পিছে কথা বোৰ ভবাৰ দৰেই আগবঢ়িছিল যদিও আকৌ যেন লাগিল কেনা। পঞ্চায়ত নিৰ্বাচনৰ বিজয়ৰ আনন্দ উলাহ কৰাৰ আগতেই কংগ্ৰেছে ঘোষণা কৰিলে নতুন সভাপতি। গৌৰৱ গগৈক APCCৰ সভাপতিৰ দায়িত্ব অৰ্পণৰ পাছতেই আকৌ মুখ্যমন্ত্ৰীৰ অংকত লাগিল আউল।

গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতেই উজনিত কিছু পৰিমানে অনুকূল হৈ পৰিছে কংগ্ৰেছৰ বাবে ৰাজনীতি। আহোম জনগোষ্ঠীৰ নেতা হোৱাৰ লগতে লোকসভাত গৌৰৱ গগৈৰ ভূমিকা আৰু পিতৃ তৰুণ গগৈৰ প্ৰতি উজনিৰ লোকৰ মাজত থকা সদ ভাৱে কথাবোৰ পুনৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

কিয়নো গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছতেই উজনিত ৰাজনীতি সলনি হোৱাৰ আশংকা ব্যক্ত কৰিছে ৰাজনৈতিক বিশেষজ্ঞ সকলে। ইপিনে, উজনিত গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মাৰ যুঁজৰ বিপৰীতে বিজেপিৰ হাইকামণ্ডে যেন বিচাৰিছে উজনিত গৌৰৱৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত নহয় থাকক স্থানীয় সৰ্বানন্দ সোণোৱাল যাৰ বাবে গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছতেই সক্ৰিয়তা বাঢ়িছে সোণোৱালৰ মুখ্যমন্ত্ৰীৰ সভা-সমিতি সমূহতো হঠাৎ উপস্থিতি দেখা গৈছে সোনোৱালৰ।

সঘনে সলনি হোৱা এনে ৰাজনৈতিক প্ৰেক্ষাপটত ২৬ত ডিব্ৰুগড়ত হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰাৰ যি আশা মনতে গোপনে পুহি ৰাখিছে সেয়া যেন সাৰ্থক হোৱাৰ সম্ভাৱনা নাই। তেনেস্থলত উজনিৰ নেতা হোৱাৰ মন মেলি প্ৰথমে যোৰহাট আৰু পাছত ডিব্ৰুগড়ত খোপনি পুতিবলৈ চেষ্টা চলাইয়ো মাজপথত থমকি ৰব লগীয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

তেনেস্থলত ২৬ত উজনিৰ পৰিবৰ্তে পুনৰবাৰ জালুকবাৰীৰ পৰাই নিৰ্বাচনত অৱৰ্তীন হোৱাৰ অধিক সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে মুখ্যমন্ত্ৰীৰ বাবে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCMHIMANTA BISWA SHARMA
publisher

publisher

Related Posts

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d