Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Gaurav Gogoi: মন্ত্ৰীৰ ঘৰ চলিবলৈ ৫০ লাখ টকা, সাধাৰণ মানুহৰ বাবে ১২৫০ টকা !

মন্ত্রী-পত্নীক ৰাজসাহায্য প্রদান বিতর্ক, সুৰক্ষা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে : সৰৱ গৌৰৱ, এয়া শাসন নহয়, বিশ্বাসঘাতকতাহে

publisher by publisher
June 24, 2025
in Assam, Crime, News
Reading Time: 1 min read
0
Gaurav Gogoi: মন্ত্ৰীৰ ঘৰ চলিবলৈ ৫০ লাখ টকা, সাধাৰণ মানুহৰ বাবে ১২৫০ টকা !
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Akhil -Lurin Reactions:মুখ্যমন্ত্ৰীৰ সংবাদমেলক লৈ তীব্র কটাক্ষ-সমালোচনা অখিল- লুৰিণৰ

Gaurav Gogoi:সংখ্যালঘুৰ সমষ্টি সংৰক্ষণ কৰিব লাগে বুলি মন্তব্য কৰি সংকটত কংগ্ৰেছৰ মুখপাত্র মহছিন খান !

APCC:আজি নতুন দিল্লীতএপিচিচি গুৰুত্বপূৰ্ণ বৈঠক

Gaurav Gogoi:

মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলী ডেকা বৰুৱাই চৰকাৰী নীতি-নিয়ম সলনি কৰি গো-পালকৰ ৰাজসাহায্যৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। ইতিমধ্যে প্রাক্তন বিজেপি বিধায়ক তথা বৰ্তমানৰ কংগ্রেছ নেতা অশোক শর্মাই তথ্য দাঙি ধৰি কয় যে মন্ত্রী পত্নী হোৱাৰ সুবাদতে চৰকাৰী নীতি-নিয়ম সলনি কৰি নিজেই হিতাধিকাৰী হৈছে জুলী ডেকা বৰুৱা।

ADVERTISEMENT

গো-পালকসকলৰ বাবে চৰকাৰে প্ৰদান কৰা ৫০ লাখ টকাৰ ৰাজসাহায্য আদায় কৰিছে মন্ত্রী পত্নীয়ে। অভিযোগ অনুসৰি, নিজকে দুগ্ধ ব্যৱসায়ী বুলি প্রতিপন্ন কৰি জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে প্রকৃত গো-পালকসকলক ৰাজসাহায্য লাভৰ পৰা বঞ্চিত কৰিছে। প্রাক্তন বিধায়ক শর্মাই কয় যে পূর্বতে এই ধৰণৰ ৰাজসাহায্য ৰাজনৈতিক ব্যক্তিয়ে লাভ কৰাৰ ব্যৱস্থা নাছিল। সেয়েহে ৰাজসাহায্য নিয়মাৱলীৰ দুই আৰু তিনি নম্বৰ নিয়ম প্রত্যাহাৰ কৰি নিজ সুবিধা মতে মন্ত্ৰী বৰুৱাই পত্নীৰ ৰাজসাহায্য লাভৰ বাট মুকলি কৰিছে।

জুলী ডেকা বৰুৱাক ৰাজসাহায্য প্ৰদানৰ বাবে চৰকাৰী নীতিও সলনি কৰা হৈছে। এই সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি প্রতিক্রিয়া প্রকাশ কৰি কৈছিল যে আজি মন্ত্রী আছে কাইলৈ নাই, পৰিয়াল কিদৰে চলিব, কিবা এটা কৰি খাব লাগিব। মুখ্যমন্ত্ৰীৰ ভাষ্যক লৈ তীব্র প্রতিক্রিয়াৰো সৃষ্টি হৈছে।

এই সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে। তেওঁ কয় যে কৰদাতাৰ পুঁজিৰ পৰা এজন মন্ত্ৰীৰ ব্যক্তিগত দুগ্ধ পামৰ বাবে ৫০ লাখ টকা দিয়া হৈছে।

গৌৰৱে কয়, ‘এই কাণ্ডটোক সুৰক্ষা প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে নির্লজ্জভাৱে উত্তৰ দি কৈছে- ক্ষমতা হেৰুওৱাৰ পাছত তেওঁলোকে কি কৰিব।’ গৌৰৱে পুনৰ কয়, ‘এইখন চৰকাৰৰ ঘনিষ্ঠ লোকে অতিৰিক্ত সুবিধা লাভৰ এইটোৱেই প্রথম কাণ্ড নহয়। আনহাতে, যিসকলক প্ৰকৃততে চৰকাৰী সাহায্যৰ প্ৰয়োজন, যেনে প্রথম প্ৰজন্মৰ উদ্যোগী, ক্ষুদ্র কৃষক, দৰিদ্ৰ আৰু প্রান্তীয় লোকে ন্যায্যপ্রাপ্তিৰ বাবে সংগ্রাম কৰি থাকিবলগীয়া হৈছে। তেওঁলোকক উন্নীত কৰাৰ আঁচনিৰ পৰা বাদ দিয়া হৈছে। এয়া শাসন নহয়, পদবীক কৰা এক বিশ্বাসঘাতকতা। ব্যক্তিগত ভৱিষ্যৎ নিৰ্মাণৰ বাবে ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰা হৈছে আৰু ক্ষমতাক দায়বদ্ধতা হিচাপে গ্রহণ নকৰি অধিকাৰ হিচাপে গণ্য কৰা হৈছে।’

# মন্ত্ৰী-বিধায়কৰ পত্নীৰ ৰাজসাহায্য লাভ দুর্ভাগ্যজনক বিষয়

ৰাজ্যৰ ভয়াৱহ সমস্যাক আওকাণ কৰি বিজেপিৰ মন্ত্রী-বিধায়কৰ পত্নীক ৰাজসাহায্য প্ৰদান কৰা বুলি ক্ষোভ প্রকাশ কৰে জাতীয়-জনজাতীয় ঐক্যমঞ্চই। সোমবাৰে এক সংবাদমেলত ঐক্যমঞ্চৰ সভাপতি ৰাণাৰঞ্জন গগৈয়ে দুগ্ধপাম উৎপাদনৰ নামত মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু বিধায়ক সিদ্ধার্থ ভট্টাচার্যৰ পত্নীয়ে ৫০ লাখ টকা ৰাজসাহায্য লাভ কৰাৰ বিষয়টোত তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয়, ‘নিবনুৱা জড়িত অসমৰ মন্ত্ৰী-বিধায়কৰ পত্নীয়ে পাইছে চৰকাৰী ৰাজসাহায্য। ইফালে, মাহৰ পাছৰ মাহ ধৰি টে’ট শিক্ষকসকল দৰমহাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

ইপিনে, থলুৱা ঠিকাদাৰৰ বিল মোকলাই দিব পৰা নাই। এনে পৰিস্থিতিত মন্ত্রী-বিধায়ক পত্নীয়ে ৰাজসাহায্য লাভ কৰাটো দুর্ভাগ্যজনক। বিজেপিৰ কৰ্মী নোেহাৱা বাবে হেজাৰ হেজাৰ যোগ্য হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। অযোগ্য লোকেও অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছে।’ ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক বিতুপন দুৱৰাই কয়, ‘সাম্প্রতিক সময়ত মন্ত্ৰীৰ ঘৰ চলিবলৈ ৫০ লাখ টকা আৰু সাধাৰণ মানুহৰ বাবে দিয়া হয় ১২৫০ টকা। নিবনুৱাক সংস্থাপন দিয়াৰ কথা কোৱা চৰকাৰে মন্ত্ৰীৰ ঘৰৰ সংস্থাপনতহে গুৰুত্ব দিছে। সাধাৰণ মানুহৰ ওপৰত কৰৰ বোজা জাঁপি দি মন্ত্রী-বিধায়কৰ অঙহী-বঙহীক ৰাজসাহায্য প্রদান কৰিছে।

ইফালে, ডিব্ৰুগড়ত উৰণীয়া সেতু নিৰ্মাণৰ নামত ক্ষতিগ্রস্ত পৰিয়ালক ক্ষতিপূৰণ আদায় দিব পৰা নাই। অথচ মন্ত্রী-বিধায়কৰ পত্নীয়ে লাখ লাখ টকাৰ ৰাজসাহায্য পাইছে।’ এই সকলোবোৰৰ তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ঐক্যমঞ্চই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: apcc president gaurav gogoiJuly Deka BaruahSubsidies Cattle Breeders
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d