Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Babies are noticed to born with a low birth weight than usual:১৩ শতাংশ অপৈণত-১৭শতাংশ স্বাভাৱিকতকৈ কম ওজনৰ শিশুৰ জন্ম

দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণ, জনগাঁথনিগত স্বাস্থ্য সমীক্ষা ২০১৯-২১ত পোহৰলৈ উদ্বেগজনক তথ্য

publisher by publisher
July 4, 2025
in India, News
Reading Time: 2 mins read
0
Babies are noticed to born with a low birth weight than usual:১৩ শতাংশ অপৈণত-১৭শতাংশ স্বাভাৱিকতকৈ কম ওজনৰ শিশুৰ জন্ম
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

মুম্বাইত ৫৭ শতাংশ কৰ্কট আক্ৰান্তৰ ৰোগৰ বাবে দায়ী প্ৰদূষণ 

দেশৰ আটাইতকৈ দূষিত চহৰ গাজিয়াবাদ, দিল্লী দ্বিতীয় স্থানত

ঘন কুঁৱলীৰে ঢাকিছে দিল্লী!

Babies are noticed to born with a low birth weight than usual:

প্রদূষণ, জলবায়ু পৰিৱৰ্তন আদিৰ ভয়াৱহতাক বহু শিক্ষিত লোকেও আওকাণ কৰি থকাৰ সময়তে পোহৰলৈ আহিছে বর্ধিত বায়ু প্রদূষণে দেশত কেনে ভয়ংকৰ প্ৰভাৱ পেলাইছে।

ADVERTISEMENT

২০১৯-২১ৰ দেশৰ জনগাঁথনিগত স্বাস্থ্য সমীক্ষাত পোহৰলৈ আহিছে যে বায়ু প্রদূষণে শিশুৰ জন্মৰ ক্ষেত্ৰত ভয়ংকৰ অশুভ প্ৰভাৱ পেলাইছে। বায়ু প্ৰদূষণৰ বাবেই ২০১৯ৰ পৰা ২০২১ৰ সময়ছোৱাত দেশত জন্ম হোৱা মুঠ শিশুৰ ১৩ শতাংশই অপৈণত অৱস্থাতে জন্ম লাভ কৰে। তদুপৰি ১৭ শতাংশ শিশুৰ জন্মৰ সময়ত ওজন স্বাভাৱিকতকৈ কম আছিল।

এই সমীক্ষাৰ বিশ্লেষণ কৰি আইআইটি দিল্লী, জনসংখ্যা বিজ্ঞানৰ আন্তর্জাতিক প্রতিষ্ঠান, মুম্বাই আৰু ব্রিটেইন তথা আয়াৰলেণ্ডৰ একাংশ প্ৰতিষ্ঠানৰ গৱেষকে আঙুলিয়াই দিছে যে বায়ু প্ৰদূষণে কেনেদৰে গৰ্ভজাত শিশুৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। এই গৱেষকসকলে লগতে প্ৰকাশ কৰিছে যে পিএম২.৫ মাত্ৰাৰ প্ৰদূষক মিহলি বায়ু গ্ৰহণ কৰা গৰ্ভৱতীসকলে স্বাভাৱিকতকৈ কম ওজনৰ সন্তান জন্ম দিয়াৰ আশংকা ৪০ শতাংশ বৃদ্ধি পায়।

তদুপৰি ৭০ শতাংশই অপৈণত সন্তান জন্ম দিব পাৰে। এই গৱেষকসকলৰ তথ্য প্ল’চ গ্ল’বেল পাব্লিক হেল্থ নামৰ এক পত্রিকাত প্রকাশ পাইছে। এই তথ্য অনুসৰি, উত্তৰ ভাৰতত বাস কৰা শিশুসকলে দেশৰ ভিতৰতে অধিক প্ৰদূষিত বায়ু গ্ৰহণৰ আশংকা আছে। উল্লেখ্য যে জীৱাশ্ম ইন্ধন আৰু জৈৱবস্তু ইন্ধনৰ দহনৰ ফলত বায়ুৰ ব্যাসত ২.৫ মাইক্ৰ’ন (পিএম২.৫) প্ৰদূষক মিহলি হ’ব পাৰে। এই প্ৰদূষক সবাতোকৈ ক্ষতিকাৰক বায়ু প্ৰদূষক আখ্যা দিয়া হয়।

গৱেষকসকলে উদ্ধাৰ কৰা তথ্য অনুসৰি, এনে পৰিমাণৰ প্ৰদূষক উত্তৰ প্ৰদেশ, বিহাৰ, দিল্লী, পঞ্জাৱ আৰু হাৰিয়ানাক সামৰি গংগীয় অঞ্চলত পোৱা গৈছে। অৱশ্যে এই দিশৰ পৰা দেশৰ উত্তৰ-পূব আৰু দক্ষিণ অঞ্চল কিছু নিৰাপদ হৈ আছে। ২০১৯-২১ৰ কেন্দ্ৰীয় জনগাঁথনিগত স্বাস্থ্য সমীক্ষাৰ তথ্য অনুসৰি, হিমাচল প্রদেশত সর্বাধিক ৩৯ শতাংশ অপৈণত শিশুৰ জন্ম হৈছে। ইয়াৰ পাছতে উত্তৰাখণ্ড (২৭ শতাংশ), ৰাজস্থান (১৮ শতাংশ) আৰু দিল্লী (১৭শতাংশ) আছে।

আনহাতে, দেশৰ ভিতৰত জন্মতে স্বাভাৱিকতকৈ কম ওজনৰ শিশু জন্ম হৈছে পঞ্জাৱ (২২ শতাংশ)। ইয়াৰ পাছতে আছে দিল্লী, দাদ্ৰা আৰু নগৰ হাভেলি, মধ্য প্রদেশ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ। এই ক্ষেত্ৰতো উত্তৰ-পূবৰ অৱস্থা বহু উন্নত। এই গৱেষকসকলে প্রকাশ কৰা অনুসৰি, একমাত্র বায়ু প্ৰদূষণৰ প্ৰভাৱতে দেশত ১৩ শতাংশ অপৈণত শিশুৰ জন্ম হৈছে। একেদৰে জন্মতে স্বাভাৱিকতকৈ কম ওজনৰ ১৭ শতাংশ শিশুৱে জন্ম লাভ কৰিছে।

এই সম্পৰ্কত গৱেষকৰ দলটোৱে কয়, ‘২০১৯-২১ৰ ৰাষ্ট্ৰীয় জনগাঁথনিগত স্বাস্থ্য সমীক্ষাৰ পূৰ্বৰ পাঁচ বছৰতো স্বাভাৱিকতকৈ কম ওজনৰ ১৮ শতাংশ শিশুৰ জন্ম হয়।’ বায়ু প্রদূষণ সম্পর্কে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণৰ পোষকতা কৰিছে এই গৱেষকসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AIR POLLUTIONHealth SurveyImmature Children
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d