Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Madhya Pradesh:প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আশাত ভাঙিলে নিজৰ মাটিৰ ঘৰ

বিগত ১০ মাহে গছৰ তলতে বাস দৰিদ্ৰ পৰিয়ালৰ

publisher by publisher
July 8, 2025
in National, News
Reading Time: 1 min read
0
Madhya Pradesh:প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আশাত ভাঙিলে নিজৰ মাটিৰ ঘৰ
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Tragic road accident in Dhar district of Madhya Pradesh:মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু সহ ১৬জন লোক,১৬ আহত

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

অশালীন শব্দ ক’লেই পাঁচশ টকা জৰিমনা

Madhya Pradesh:

গাঁৱৰ এমূৰত এজোপা ডাঙৰ খৈৰ গছ। সেই গছৰ তলতে মন মাৰি বহি আছে এগৰাকী বৃদ্ধা। কাষতে বহি মাটিৰ চৌকাত ৰন্ধা-বঢ়া কৰি আছে এগৰাকী বিধৱা মহিলাই। তেওঁলোকৰ ওচৰতে খেলি আছে দুটি শিশুৱে। মাহৰ পাছত মাহ ধৰি এই চাৰিজনীয়া দৰিদ্ৰ পৰিয়ালটোৰ সংসাৰ সেই গছজোপাৰ তলতে চলি আছে। মূৰৰ ওপৰত নাই কোনো চালি, আছে কেৱল গছৰ ছাঁ।

ADVERTISEMENT

বৃদ্ধাৰ নাম গৌড়া বাঈ। মধ্যপ্ৰদেশৰ ধৰ জিলাৰ লোহাৰি গাঁৱত তেওঁৰ সংসাৰ। শৈশৱতে বিয়া হৈ তেওঁ সেই গাঁৱলৈ আহিছিল। তাৰ পাছত বহু বছৰ পাৰ হৈ গৈছে। বৃদ্ধাই দেখিছে স্বামী আৰু পুত্ৰৰ মৃত্যু। এতিয়া বৃদ্ধাৰ সংসাৰত তেওঁৰ লগতে আছে বিধৱা বোৱাৰীয়েক আৰু দুই নাতি-নাতিনী। প্রায় ১০ মাহৰ আগলৈকে তেওঁলোকে মাটিৰে নিৰ্মিত ঘৰতে বাস কৰিছিল; কিন্তু তেওঁলোকৰ সংসাৰ সেই গছজোপাৰ তলতে।

দুর্ভগীয়া বৃদ্ধাই দাবী কৰিছে যে প্রধানমন্ত্রী আবাস যোজনাৰ কেতবোৰ ‘ত্রুটি’ৰ কাৰণেই তেওঁলোকৰ এই দশা হৈছে। ঘটনাৰ সূত্রপাত হয় ১০ মাহৰ পূৰ্বে। গাঁৱৰ মুৰব্বীয়ে গৌড়াক জনালে যে তেওঁ প্রধানমন্ত্রী আবাস যোজনাৰ ঘৰ লাভ কৰিছে; কিন্তু সেই ঘৰ পাবলৈ হ’লে তেওঁলোক থকা মাটিৰ ঘৰটো ভাঙি পেলাব লাগিব। কাৰণ বিভাগীয় বিষয়াসকলে যেতিয়া পৰিদৰ্শন কৰিবলৈ আহিব, তেতিয়া যাতে দেখা যায় যে তেওঁৰ কোনো ঘৰ নাই। সেয়াই সমস্যাৰ আৰম্ভণি। পকী ঘৰৰ আশাত গৌড়াই তেওঁলোকৰ মাটিৰ ঘৰটো ভাঙি পেলায়। আশ্রয় লয় খৈৰ গছজোপাৰ তলত। তাৰ পাছৰে পৰা সঘনাই গাঁৱৰ পঞ্চায়ত, খণ্ড উন্নয়ন কার্যালয়লৈ তাঁতবাটি কৰি আছে; কিন্তু এতিয়াও ঘৰ পোৱা নাই।

এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি, ২০২৪ৰ ছেপ্টেম্বৰত মাটিৰ ঘৰটো ভাঙি পেলাইছিল অশীতিপৰ বৃদ্ধাগৰাকীয়ে। আশা কৰিছিল যে শীঘ্রেই এটা পকী ঘৰ লাভ কৰিব। অথচ ঘৰ ক’ত? বৃদ্ধাই কয়, ‘এদিন আমাৰ গাঁৱৰ পঞ্চায়ত প্রধান আৰু পঞ্চায়ত সচিবে আহি আমাক ক’লে যে মই প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত ঘৰৰ বাবে অনুমোদন পাইছো। তেওঁলোকৰ কথামতেই মই মোৰ মাটিৰ ঘৰটো ভাঙি দিলো; কিন্তু তাৰ পাছৰে পৰা যেতিয়াই মই নিৰ্মাণৰ টকাৰ বাবে যোগাযোগ কৰিলো, তেতিয়া মোক কোৱা হ’ল যে সমগ্র প্রক্রিয়াটো সম্পন্ন হ’বলৈ কিছু সময় লাগিব।’

সেই ‘সময়’ কেতিয়া আহিব, তাৰ আশাতে এতিয়া দিন অতিবাহিত কৰিছে বৃদ্ধা আৰু তেওঁৰ পৰিয়ালে। এই বিষয়ত গাঁৱৰ পঞ্চায়ত প্রধান অমৰ সিঙে তেওঁৰ ‘অসহায়তা’ৰ কথা জনাইছে। সিঙে কয়, ‘প্রধানমন্ত্রী আবাস যোজনাৰ হিতাধিকাৰীৰ তালিকাত গৌড়াৰ নামটো দেখিয়েই আমি বিষয়াটো তেওঁক অৱগত কৰিছিলো; কিন্তু পাছত অনলাইনত তেওঁৰ আবেদন আগনাবাঢ়িল। এতিয়া আৰু পঞ্চায়ত পর্যায়ত একো কৰিব পৰা নাযাব। তেওঁ উপায়ুক্ত বা মহকুমা অফিচত যোগাযোগ কৰিব লাগিব।’

আনহাতে, খণ্ড উন্নয়ন কাৰ্যালয়ৰ এজন বিষয়াই কয়, ‘যেতিয়া তেওঁ (গৌড়া)ৰ আবেদন অনলাইনত কৰা হয়, তেতিয়া ছিষ্টেমত কিছু ত্রুটিয়ে দেখা দিয়ে। বিষয়টো চালি-জাৰি চোৱাৰ নিৰ্দেশ দিয়া হৈছে। দ্রুত সমাধান কৰাৰো চেষ্টা কৰা হৈছে।’ এই বিষয়ত অবগত নাছিল বুলি জানিবলৈ দি ধৰ জিলাৰ মহকুমাধিপতি প্রিয়ংক মিশ্রই কয়, ‘এতিয়া বিষয়টো মোৰ দৃষ্টিলৈ আহিছে। অগ্ৰাধিকাৰ দি বিবেচনা কৰিম |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MADHYA PRADESHOld Womenpmgsy
publisher

publisher

Related Posts

ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ
Assam

September 27, 2026
পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d