Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 Dr. Tara prasad Das: ছবছৰতে উচ্চতৰ মাধ্যমিক, ১৪ বছৰত এমবিবিএছ উত্তীর্ণ !

বহু বিতর্কিত এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ ডাঃ তাৰা প্ৰসাদ দাসৰ বিৰুদ্ধে আৰু এক গুৰুতৰ অভিযো

publisher by publisher
July 14, 2025
in Assam, Crime, News
Reading Time: 1 min read
0
 Dr. Tara prasad Das: ছবছৰতে উচ্চতৰ মাধ্যমিক, ১৪ বছৰত এমবিবিএছ উত্তীর্ণ !
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

Assam Seed Corporation scam: বিয়াগোম কেলেংকাৰী সংঘটিত অসম বীজ নিগমত !

Bank Officer Arrested: মহানগৰীত চিআইডিৰ জালত বেংক কৰ্মচাৰী

গাজিয়াবাদত ভুৱা দূতাবাস স্থাপন কৰি জাল পেলালে 

 Dr. Tara prasad Das:

ব্যক্তিগত লাভালাভৰ অংকৰে ৰাজ্যৰ একাংশ লোকে জালিয়াতিৰে জাতিগত প্রমাণপত্র সংগ্রহ প্রমাণিত হৈছে। তদুপৰি কে’বাজনো অধ্যাপক, চিকিৎসক, চৰকাৰী শীর্ষ বিষয়া আদিব বিৰুদ্ধে তদন্তও অব্যাহত আছে। শেহতীয়াকৈ অভিযোগৰ তালিকাত নাম সাঙোৰ খাইছে প্রাক্তন বিধায়ক তথা অসম লোকসেৱা আয়োগৰ বিতর্কিত প্রাক্তন অধ্যক্ষ ডাঃ তাৰাপ্রসাদ দাসৰ।

ADVERTISEMENT

যোৱা ২৬ মে’ত ডাঃ দাসে জাতিগত প্রমাণপত্র লাভ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত অনুসূচিত জাতি, সংগ্ৰামী যুৱ পৰিষদৰ নেতৃবৃন্দই  অভিযোগ কৰে যে অসম চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা জাতিগত প্রমাণপত্র মিছন ভূমিপুত্ৰ এপছৰ জৰিয়তে জালিয়াতিৰে এই প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হয়। সংগঠনটোৰ সভাপতি সঞ্জীৱ দাসে কয় যে ডাঃ দাসৰ পূৰ্বৰ ঘৰ হ’ল বৰপেটা চহৰৰ ৰংপুৰহাটীত। চৰকাৰী তথ্য মতে, ৰংপুৰহাটীত নমূঃশূদ্র উপ-জাতিৰ কোনো লোক পূর্বেও নাছিল আৰু এতিয়াও নাই।

অথচ ১৯৭৯ৰ ছয় আগষ্টত সংৰক্ষণৰ সুবিধা ল’বলৈ ডাঃ দাসে জাতিগত প্ৰমাণপত্ৰ সংগ্ৰহ কৰিছিল। অৰ্থাৎ ইয়াৰ পাছত যোৱা ২৬ মে’ত ৰহস্যজনকভাৱে দ্বিতীয়বাৰলৈ ডাঃ দাসে জাতিগত প্রমাণপত্র সংগ্ৰহ কৰে। অথচ তাৰ পূৰ্বে ১৯৭২ত তেওঁ সাধাৰণ শ্ৰেণীৰ লোক হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএছ ডিগ্রী লৈছিল। ২০০১, ২০০৬ আৰু ২০১১ত তেওঁ সৰুক্ষেত্ৰী সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সময়তো মনোনয়নৰ স’তে গাঁঠি দিয়া নথিত অনুসূচিত জাতিৰ লোক বুলি উল্লেখ কৰা নাছিল।

সভাপতি সঞ্জীৱ দাসে কয়, ‘বিধায়ক হোৱাৰ স্বাৰ্থতে আৰু চাকৰিৰ সুবিধা আদায়ৰ বাবে ডাঃ দাসে দুবাৰ জাতিগত প্রমাণপত্র উলিয়াবলৈ সক্ষম হোৱাটো ৰহস্যজনক। তেওঁ যে জালিয়াতিৰেই সকলো কৰি আহিছে, সেয়া আধাৰকাৰ্ডৰ তথ্যয়ো প্ৰমাণ কৰে। আধাৰকাৰ্ডৰ তথ্য মতে, ডাঃ দাসৰ জন্ম ,তাৰিখ হ’ল ১৯৫৮ৰ পহিলা ছেপ্টেম্বৰ। নির্বাচন আয়োগত জমা দিয়া তথ্য মতে তথা এডিআৰৰ প্ৰতিবেদনতো উল্লেখ আছে যে তেওঁ ১৯৬৪ত বৰপেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু ১৯৭২ত এমবিবিএছ উত্তীর্ণ হৈছিল।

ইয়াৰ পৰা দেখা যায় যে তেওঁ ছবছৰ বয়সতে উচ্চতৰ মাধ্যমিক আৰু ১৪ বছৰত এমবিবিএছ ডিগ্রী আহৰণ কৰিছিল। এনে ভয়ংকৰ জালিয়াতিৰ আশ্রয় লোৱা ডাঃ দাসে জাতিগত প্রমাণপত্রতো একে জালিয়াতি সংঘটিত কৰিছে। আমি তেওঁক অনুসূচিত জাতিৰ লোক বুলি প্ৰমাণ ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনাইছো। নিজকে হঠাৎ অনুসূচিত জাতিৰ লোক বুলি এজন লোকে প্রমাণপত্র উলিয়াবলৈ সক্ষম হৈছে

মানে, কাইলৈ বাংলাদেশী অনুপ্ৰৱেশকাৰী এজনেও একে পন্থাৰে এনে প্ৰমাণপত্ৰ উলিয়াব পৰাটো নিশ্চিত। অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ নায়ক ডাঃ দাসৰ জাতিগত প্ৰমাণপত্ৰ তদন্তৰ আমি দাবী জনাইছো।’ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, অসম চৰকাৰৰ দ্বাৰা গঠিত ৰাজ্যিক পৰ্যায়ৰ জাতিগত প্ৰমাণপত্ৰ পুনৰীক্ষণ সমিতিৰ দ্বাৰা ইয়াৰ তদন্ত কৰি আইনী ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায়।

প্রসংগক্রমে সভাপতি দাসে উল্লেখ কৰে যে অসমৰ শশ অনা-অনুসূচিত জাতিৰ লোকে জাতিগত প্ৰমাণপত্ৰৰ জৰিয়তে বিভিন্ন ধৰণৰ সংৰক্ষণৰ সুবিধা গ্ৰহণ কৰি আহিছে। তেনে কে’বাজনৰো বিৰুদ্ধে সম্প্রতি তদন্ত অব্যাহত আছে। ইয়াৰ উদাহৰণ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা দীপামণি বৰুৱা দাস, টংলা চিভিল হাস্পতালৰ চিকিৎসক বিশ্বজিৎ ওজা, সহকাৰী অভিযন্তা গোপাল দাস, মাজবাট মহাবিদ্যালয়ৰ প্রবক্তা ৰিংকুমণি দাসৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে বুলি সভাপতি দাসে সদৰী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anusuchit jati Sangami yuba parishadEx Mla Tara Prasad DasScamScheduled Caste
publisher

publisher

Related Posts

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d