Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cassino :মহানগৰীৰ ৰিজ’ৰ্টত নিষিদ্ধ কেচিন !

পৱন শৰ্মা মালিকানাধীন সোণাপুৰৰ বিলাসী 'ক্লাব নির্ভানা'ত কোটি কোটি টকাৰ জুৱা, সঞ্চালক দম্পতী-আন্তঃৰাষ্ট্ৰীয় জুৱাৰীসহ কে'বাজনকো আটক, বিভিন্ন সামগ্রী জব্দ

publisher by publisher
July 16, 2025
in Assam, News
Reading Time: 2 mins read
0
Cassino :মহানগৰীৰ ৰিজ’ৰ্টত নিষিদ্ধ কেচিন !
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

ক’ত লুকাল ‘ক্লাব নির্ভানা’ৰ পৱন শর্মা!

কেচিন’ৰ সমান্তৰালভাৱে পৱন শৰ্মাৰ ‘ক্লাব নির্ভানা’ত দেহ ব্যৱসায়

Cassino :

বিশ্বৰ বিখ্যাত ৰাজসিক জুৱা তথা অসমত নিষিদ্ধ ‘কেচিন‘ এই গুৱাহাটী মহানগৰীতে চলিছে অবাধে। মহানগৰীৰ সোণাপুৰ আৰক্ষীয়ে মঙলবাৰে অঞ্চলটোৰ এখন বিলাসী ৰিজ’ৰ্টত অতর্কিতে তালাটী চলাই সততে হলিউদ-বলিউডৰ ছবিত দেখিবলৈ পোৱা কেচিন’ জুৱাৰ এটা ঘাটি উৎখাত কৰে। সোণাপুৰৰ কমাৰকুছিস্থিত বিলাসী ৰিজ’ৰ্ট ‘ক্লাব নির্ভানা’ত গোপন খবৰৰ ভিত্তিত চলা এই-তালাচীত আৰক্ষীয়ে বহিঃৰাজ্যৰ চাৰিজন জুৱাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰিজ’ৰ্টখনৰ সঞ্চালক দম্পতীসহ তিনিজনক আটক কৰি অধিক তথ্যৰ সন্ধানত জেৰা অব্যাহত ৰাখিছে।

ADVERTISEMENT

ধৃত জুৱাৰীকেইজন ক্রমে মিজোৰামৰ আইজলৰ লালচানহিমা চাইল’ (৩৫), লালফকাৱামা বাল’টে (২৮), লালবিং হেটা (৩৫) আৰু যোছেফ লালপাৰমাবিআ (২৮) বুলি সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া মনোজ বৰুৱাই সদৰী কৰিছে। একেদৰে আটকাধীন কেইজন হৈছে ৰিজটখনৰ স্বত্বাধিকাৰী পৱন শৰ্মাৰ জীয়ৰী তথা সঞ্চালক জ্যোতি শৰ্মা (৩১), তেওঁৰ স্বামী অভিষেক শর্মা (৩১) আৰু দীপক শর্মা (৫০)।

উল্লেখ্য যে এই অভিযানত আৰক্ষীয়ে ধৃতসকলৰ জিম্মাৰ পৰা জুৱাত ব্যৱহৃত ২১০টা কেচিন’, নগদ ধন, প’কাৰ মুদ্রা, কেলকুলেটৰ, বিভিন্ন ব্ৰেণ্ডৰ বিলাসী সুৰাৰ বটল, তিনিটা ম’বাইল ফোন, মানিবেগৰ লগতে বহু আপত্তিজনক সামগ্রী জব্দ কৰিছে।

ইফালে, এই জুৱাত কোটি কোটি টকাৰ লেনদেন হোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে আৰু এই সন্দর্ভত তদন্ত আগবঢ়াই নিছে। উল্লেখ্য যে যোবা ন জুলাইত ধৃত জুৱাৰীকেইজনে ‘ক্লাব নির্ভানা’ ৰিজ’ৰ্টৰ পাঁচটাকৈ বিলাসী কোঠা বুকিং কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। বিশেষকৈ নিশাৰ ভাগত এই কোঠাসমূহত চলে সুৰা আৰু জুৱাৰ ৰঙীন আড্ডা। এই আড্ডাত গুৱাহাটীৰ বহুকেইজন প্রতিষ্ঠিত ব্যৱসায়ীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ আঢ্যৱস্তু লোকে অংশগ্রহণ কৰি আহিছে।

কিছুদিন ধৰি বৃহৎ জুৱাৰ আড্ডা চলিছিল আৰু অসমৰ লগতে পূব গুৱাহাটী আৰক্ষী জিলাৰ উপ-আয়ুক্ত মৃণাল ডেকাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, ৰিজ’টখনত বহিঃৰাজ্যৰ বহু অভিজাত তথা নামী-দামী লোকে ৰিজ’টখনত বাহৰ পাতি এই জুৱাত অংশগ্ৰহণ কৰিছিল, য’ত কোটি কোটি টকাৰ লেনদেন হৈছিল। অৱশ্যে অভিযানত এই জুৱাত অংশগ্রহণ কৰা প্রতিষ্ঠিত লোকসকল জালত নপৰিল আৰু সম্প্রতি আৰক্ষীয়ে ৰিজ’টখনৰ চিচিটিভি পৰীক্ষা কৰি অংশগ্ৰহণকাৰী জুৱাৰীৰ এখন দীঘলীয়া তালিকা প্রস্তুত কৰিছে।

কিন্তু ধনৱন্ত এইসকল জুৱাৰীক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হ’ব নে নাই, সেয়া অনাগত দিনতহে স্পষ্ট হ’ব। উল্লেখ্য যে নির্ভানা ৰিজ’ৰ্টৰ বিৰুদ্ধে বিভিন্ন সময়ত এনে অভিযোগ উত্থাপিত হৈ আহিছে। এনে অভিযোগত নাম সাঙোৰ খালেও অদৃশ্য শক্তিৰ বলত প্রতিবাৰে ৰিজ’ৰ্টখন সাৰি যায়। পৱন শর্মা মালিকানাধীন ৰিজ’ৰ্টখনে বিভিন্ন পক্ষক মেনেজ কৰি অহাৰো অভিযোগ আছে।

উল্লেখ্য যে এই ঘটনাত যদি আৰক্ষীয়ে হেঁচা লাভ নকৰে তথা নিৰপেক্ষ আৰু বাধাহীনভাৱে আৰক্ষীৰ তদন্ত আগবাঢ়ি যায়, জুৱাৰ লগত জড়িত বহু প্রখ্যাত লোক পোহৰলৈ অহাৰ সম্ভাৱনা প্রকট হৈ পৰিছে। আনহাতে, জেৰাত ধৃত জুৱাৰী কেইজনে বহু নামী-দামী লোকৰ নাম প্রকাশ কৰিছে। আনহাতে আৰক্ষীয়ে প্রাথমিক তদন্তত লাভ কৰা তথ্য’ অনুসৰি, ৰিজ’ট ক্লাব নির্ভানাৰ কেচিন’ জুৱাৰ নেতৃত্বত আছিল শিলিগুৰিৰ যুগল শেঠী নামৰ লোকজন।

এই জুৱাত অসম, মেঘালয়, অৰুণাচল আৰু মিজোৰামৰ অর্ধশতাধিক লোকে অংশ লয়, য’ত গুৱাহাটীৰ ১৫জনৰো অধিক অসমীয়া আৰু মাৰোৱাৰী সম্প্রদায়ৰ প্রতিষ্ঠিত ব্যৱসায়ী আছে। একেদৰে যোৰাবাটৰ এখন বিলাসী হোটেলতো মনোজ শেঠী নামৰ লোকজনৰ নেতৃত্বত কেচিন’ জুৱা চলাব তথ্য পোহৰলৈ আহিছে। সম্প্রতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CassinoClub Nirvana ResortGamblingSonapur Police Raid
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d