Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শিৱসাগৰত বান সাহায্য বিচাৰি হেজাৰ হেজাৰ বন্যাৰ্তৰ ‘আর্তনাদ’

    সাহায্য দি ওভতাৰ পথত বীৰ লাচিত সেনাৰ নেতাৰ ৰহস্যজনক দুর্ঘটনাত মৃত্যু

    Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ

    ভুল অস্ত্রোপচাৰত যুৱতীৰ অকাল মৃত্যুৰ অভিযোগ, ৩০ৰো অধিক দল-সংগঠনৰ প্রতিবাদত উত্তাল হৈ পৰিল গোলাঘাট

    ব্যক্তিগত প্রতিষ্ঠানলৈ কৃত্রিম উপগ্ৰহৰ পৰা মহাকাশযান নির্মাণলৈ ১২০টা প্রযুক্তি হস্তান্তৰিত

    Kanda Express:আজি নাছিকৰ পৰা ৮০০ টন পিঁয়াজ কঢ়িয়াই অনা  ‘কাণ্ডা এক্সপ্রেছ’ ৰে’ল খন অসম আহি পোৱাৰ সম্ভাৱনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

হেলমেট পিন্ধিলেই চুলি সৰে ?

কাৰণ কি ,সমাধান সম্পৰ্কে জনালে কেশসজ্জা শিল্পী জাভেদ হাবিবে

publisher by publisher
July 18, 2025
in Lifestyle
Reading Time: 1 min read
0
হেলমেট পিন্ধিলেই চুলি সৰে ?
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Hair loss: ✒️চুলি সৰি মূৰ প্রায় উকা হৈ পৰিছে নেকি? বহুতেই ক’ব যে দোষটো হেলমেটৰ। মটৰ চাইকেল বা স্কুটাৰ চলাবলৈ হ’লে বা দুচকীয়া বাহনৰ আৰোহী হোৱাৰ বাবেও সুৰক্ষাৰ স্বাৰ্থতে হেলমেট পৰিধান কৰাটো আৱশ্যক।

ADVERTISEMENT

অথচ দীর্ঘ সময় ধৰি হেলমেট পৰিধান কৰি থাকিলে বহুতৰে চুলি সৰাৰ সমস্যা হয়। মূৰৰ ছালত ঘাম লাগি ধৰে। তাৰ পৰাই সংক্রমণ হয়। আকৌ চুলিৰ গুৰি তিতি থকাৰ ফলতো চুলি সৰে।

হেলমেট পৰিধান কৰাৰ ফলত এনে সমস্যাৰ সন্মুখীন কম-বেছি পৰিমাণে অধিকাংশ লোকেই হয়। অৱশ্যে এই ক্ষেত্ৰত চুলিৰ যত্ন কিদৰে ল’ব লাগিব সেই কথাই শিকাইছে দেশৰ খ্যাতিমান কেশসজ্জা শিল্পী জাভেদ হাবিবে।

তেওঁৰ দক্ষতাৰ কথা কেৱল ভাৰতেই নহয়, বিশ্বৰ অধিকাংশ লোকেই জানে। হাবিবে মন্তব্য কৰিছে যে হেলমেট নিৰ্বাচনৰ ভুলতো চলিৰ ক্ষতি হ’ব পাৰে। তদুপৰি মূল সমস্যা হৈছে মূৰৰ ছালত ঘাম লাগি ধৰা। ইয়াৰ ফলতে চুলিৰ গুৰি নৰম হৈ চুলি সৰিবলৈ আৰম্ভ কৰে।

সম্প্রতি কেশসজ্জা শিল্পীজনে সামাজিক মাধ্যমত হেলমেট পৰিধান কৰাৰ ফলত চুলি সৰা কিদৰে ৰোধ কৰিব পাৰি, সেই বিষয়ত এটা ভিডিঅ’ প’ষ্ট কৰিছে। তাতেই হাবিবে জনাইছে যে সমস্যাৰ কাৰণ হ’ব পাৰে ভুল হেলমেটৰ নিৰ্বাচন।

অতি পাতল হেলমেট যিদৰে সুৰক্ষাৰ বাবে অনুপযুক্ত, সেইদৰে মূৰত লিপিট খাই থকা হেলমেটো অনুপযুক্ত। হাবিবৰ মতে, ইয়াৰ ফলত ছালত ঘাম বেছিকৈ লাগি ধৰে, লগতে হেলমেট খোলাৰ সময়ত চুলিতো টান ধৰে। যিটো চুলি সৰাৰ অন্যতম কাৰণ।

হাবিবে লগতে পৰামৰ্শ দি কয় যে হেলমেট সম্পূর্ণ আৰামদায়ক হোৱা উচিত। তদুপৰি নিয়মিত হেলমেট পৰিধান কৰিবলগীয়া হ’লে চুলিৰ যত্নৰ বাবে প্রতিদিনেই ছেম্প্যু কৰিব লাগে। ইয়াৰ ফলৰ ঘাম গোেট মাৰি ছালত সংক্ৰমণৰ আশংকা হ্রাস পায়।

পূৰ্বেও এক সাক্ষাৎকাৰত হাবিবে এই প্রসংগত একাধিক পৰামৰ্শ প্রদান কৰিছিল। তেওঁ জনাইছিল যে সিক্ত চুলিত হেলমেট পিন্ধা একেবাৰে অনুচিত। নিয়মিতৰূপে ছেম্প্যু কৰাৰ সমান্তৰালকৈ চুলিত যাতে ঘাম লাগি নধৰে তাৰ বাবে সূতাৰ কাপোৰ এখন মূৰত বান্ধি ল’বলৈ তেওঁ পৰামৰ্শ দিছিল।

তাৰ লগতে তেওঁৰ জোৰ দিছিল হেলমেটৰ পৰিচ্ছন্নতাৰ বিষয়তো। হেলমেটৰ ভিতৰৰ অংশত যি নৰম পেড থাকে, তাতো ঘাম লাগি থাকে। সঠিকভাৱে পৰিষ্কাৰ কৰা নহ’লে তাৰ পৰাও মূৰৰ ছালত সংক্রমণ হ’ব পাৰে। সপ্তাহত এদিন চুলিৰ যত্নৰ বাবে এলো ভেৰা জেল সনাৰো পৰামৰ্শ দিছে কেশসজ্জা শিল্পীজনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Hair Loss
publisher

publisher

Related Posts

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক
Lifestyle

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

August 22, 2026
পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি
Lifestyle

পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

August 22, 2026
গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?
Lifestyle

গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

August 20, 2026
সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?
Lifestyle

সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

May 7, 2026
ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়
Lifestyle

ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

May 7, 2026
গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়
Lifestyle

গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

May 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d