Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

    নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

    মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

    হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    ‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

    দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

samimsultana by samimsultana
October 16, 2024
in Health
Reading Time: 3 mins read
0
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

হেলমেট পিন্ধিলেই চুলি সৰে ?

How to stop hair loss:চুলি সৰা কেনেকৈ বন্ধ কৰিব?

প্রায়ভাগ লোকৰ চুলি সৰাৰ সমস্যা থাকে। কাৰোবাৰ কম আৰু কাৰোবাৰ বেছি চুলি সবে। নাৰী- পুৰুষ উভয়ৰে এনে ধৰণৰ সমস্যা থাকে। চুলি সৰিলে শৰীৰৰ বিশেষ ক্ষতি নহয় যদিও সৌন্দর্য ৰক্ষাত ব্যাঘাত জন্মে। সাধাৰণতে যিসকল লোকে দিনৰ দিনটো ঘৰৰ বাহিৰতে কটায় তেওঁলোকৰ বেছিকৈ চুলি সৰে।

ADVERTISEMENT

অৱশ্যে এটা কথা ঠিক যে বেছিকৈ চুলি সৰাৰ লগে লগে কিছুমান ইয়াকে লৈ মানসিক সমস্যাই গা কৰি উঠিব পাৰে। চুলি সৰা বন্ধ কৰিব পাৰি যদিহে কিছুমান বিষয়ত গুৰুত্ব প্রদান কৰা হয়। সাধাৰণতে কিছুমান কথাত গুৰুত্ব দিলেই চুলি সৰা বন্ধ হোৱাৰ উপৰি আন সমস্যাৰ পৰাও হাত সাৰিব পাৰিব।

➡️চুলিৰ গুৰিত যদি ভিটামিন ‘ই’ ব্যবহাৰ কৰা হয় তেতিয়াহ’লে মূৰৰ ছালখনত ৰক্ত সঞ্চালন স্বাভাবিক হ’ব। কিছুদিন এইবিধ ভিটামিন ব্যৱহাৰ কৰিলে লাহে লাহে চুলি সৰা বন্ধ হ’বলৈ ধষে।

➡️ কিছুমান লোকৰ প্ৰ’টিনৰ অভাৱতো চুলি সৰিবলৈ ধৰে। সেই বাবে খাদ্য তালিকাত প্র’টিন সমৃদ্ধ মাছ, মাংস, চয়াবিন আদি অন্তর্ভুক্ত কৰা উচিত। এনে ধৰণৰ খাদ্যই চুলি সৰা বন্ধ কৰাৰ উপৰি স্বাস্থ্য ৰক্ষাতো সহায় কৰে।

➡️ চুলিখিনি সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিলে উফি আদিয়ে গা কৰি উঠিব নোৱাবে। যিমানেই উফি আদিৰ সৃষ্টি হয় সিমানেই বেছিকৈ চুলি সবে। তাৰ উপৰি কিছুমানৰ মূৰৰ পৰা দুর্গন্ধ ওলায়। এনে ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ চুলিখিনি চেম্পু কৰা উচিত।

➡️ কেতিয়াও তিতি থকা চুলি আঁচুৰিব নালাগে। এই ক্ষেত্রত মহিলাসকল বেছ সতর্ক যদিও পুৰুষসকলে বিশেষ গুৰুত্ব প্রদান নকৰে। তিতা চুলি কোমল হৈ থাকে। চুলিৰ গুৰিও কোমল হৈ থাকে বাবে বেছিকৈ আঁচুৰিব ‘নালাগে। চুলি ভালদৰে শুকোৱাৰ পাছত আঁচুৰিলে বেছিকৈ নসৰে।

➡️ঘৰুৱা উপাদান কিছুমান ব্যৱহাৰ কৰিও সুফল লাভ কৰাটো সম্ভব। নিয়মীয়াকৈ আদা, নহৰু আৰু পিঁয়াজৰ ৰস ব্যৱহাৰ কৰিলে সুফল পোৱাটো সম্ভৱ।

➡️ আজিকালি কিছুমান লোকৰ শৰীৰত পানীৰ অভাৱ ডিহাইড্রেচন হ’লে এনে সমস্যাই গা কৰি উঠিব পাৰে। দৰাচলতে জলশূনা আদি সমস্যাই গা কৰি উঠিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

➡️ মদ্যপান, ধূমপানৰ বাবেও সোনকালে চুলি সৰিবলৈ আৰম্ভ কৰে। সেইবাবে এনে ধৰণৰ অভ্যাসৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগিব।

➡️ গৱেষকসকলে শেহতীয়াভাৱে এই বুলি মন্তব্য কৰিছে যে গ্রীণ টি ব্যৱহাৰ কৰিলে সুফল পোৱাটো সম্ভৱ। একাপ পানীত গ্রীণ টি দুই ৰেগ মিহলি কৰিব লাগে। সেয়া ভালদৰে উতলাই ঠাণ্ডা কৰি পাছত চুলিৰ আগৰ পৰা গুৰিলৈকে ব্যৱহাৰ কৰা উচিত। এঘণ্টামান পাছত ভালদৰে ধুলেও সুফল পোৱা যায়। ১০-১৫ দিনমান এনেদৰে ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হ’বলৈ ধৰে।

➡️ কিছুমান লোকৰ মূৰৰ ছালখন অনবৰতে তিতি থাকে। আচলতে তৈলাক্ত হোৱা বাবে এনে হয়। ফলত ধূলি-বালি আদি তাৰ ওপৰত পৰি সঘনাই মলিয়ন হয়। তৈলাক্ত ছালৰ বাবে বেছিকৈ চুলি সৰে। সাধাৰণতে পুৰুষসকলৰ এনে সমস্যাই সঘনাই হোৱা দেখা যায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: For Hair care TipsHair Loss
samimsultana

samimsultana

Related Posts

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য
Bussiness

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

August 25, 2026
Habit of biting nails:নখ কামোৰাৰ অভ্যাস, এই অভ্যাসে আপোনাৰ বহু দিশত গুৰুতৰ ক্ষতি কৰে
Health

August 13, 2025
GYM For Older People:৬০ৰ পাছতো যাব পাৰে জিমলৈ !
Assam

GYM For Older People:৬০ৰ পাছতো যাব পাৰে জিমলৈ !

July 19, 2025
Sudden Increase in deaths among youth: যুৱকৰ মাজত আকস্মিক মৃত্যু বৃদ্ধিৰ আঁৰত

July 8, 2025
ছালৰ যত্নত ভিটামিন চি’ ৰ গুৰুত্বপুৰ্ণ
Health

ছালৰ যত্নত ভিটামিন চি’ ৰ গুৰুত্বপুৰ্ণ

April 8, 2025
Basil পুৱাৰ চাহ কাপত দি খাওক তুলসীৰ পাত !
Health

Basil পুৱাৰ চাহ কাপত দি খাওক তুলসীৰ পাত !

February 26, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d