Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ট্রাম্পৰ কঠোৰ নীতিৰ পৰিণতি! আমেৰিকা যুক্তৰাষ্ট্ৰত ৮০ শতাংশ পর্যন্ত হ্রাস ভাৰতীয় ছাত্র-ছাত্রী

publisher by publisher
July 19, 2025
in International, News
Reading Time: 1 min read
0
ট্রাম্পৰ কঠোৰ নীতিৰ পৰিণতি! আমেৰিকা যুক্তৰাষ্ট্ৰত ৮০ শতাংশ পর্যন্ত হ্রাস ভাৰতীয় ছাত্র-ছাত্রী
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

হৰমুজ প্ৰণালীত অবৰোধ আঁতৰাবলৈ বিশেষ চুক্তিত সন্মত ইৰান-আমেৰিকা!

ইৰাণ-আমেৰিকা সংঘাতত যুদ্ধবিৰতি, ‘ৱাৰ পাওৱাৰ্ছ এক্ট’ লৈ নতুন বিতৰ্ক

Donald Trump:✒️পূৰ্বৰ তুলনাত এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ব্যাপক হাৰত হ্রাস পাইছে। দেশখনৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তি কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৭০ৰ পৰা ৮০ শতাংশ পর্যন্ত হ্রাস পাইছে বুলি শেহতীয়া তথ্যত পোৱা গৈছে।

ADVERTISEMENT

ইয়াৰ মূলতে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ বিদেশী ছাত্র বিদ্বেষী নীতিৰ ফলত বৃদ্ধি পোৱা ভিছা সংকট বুলি চিহ্নিত হৈছে। এই ভিছা সংকট ইমানেই গভীৰ হৈছে যে বিভিন্ন ভাৰতীয় শিক্ষা পৰামৰ্শদাতা সংস্থাসমূহকো চিন্তিত কৰি তুলিছে।

এই সম্পর্কত হায়দৰাবাদস্থিত অভাৰচীজ কনছালটেন্ট শীর্ষক সংস্থাটোৰ কৰ্মকর্তা সঞ্জীৱ ৰায়ে কয়, ‘বছৰৰ এনে সময়ত ছাত্ৰ-ছাত্ৰীয়ে ভিছা সাক্ষাৎকাৰত অৱতীৰ্ণ হৈ উৰা মাৰিবলৈ প্রস্তুতি চলায়।

এই বছৰ আমি প্রতিদিনে প’র্টেল বিফ্ৰেছ কৰিও ভিছা শ্লট পোৱা নাই। বহু বছৰৰ পাছত এনে বেয়া অৱস্থাৰ সৃষ্টি হৈছে।’ মার্কিন বিষয়াবর্গই শীঘ্রে পর্যায়ক্রমে ভিছা শ্লট মুকলিৰ বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো ফল ধৰা নাই বুলি ৰয়ে জনায়। পৰিণতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত অধ্যয়নৰ সপোন পুহি ৰখা ভাৰতীয় ছাত্র-ছাত্রীসকলে উদ্বিগ্নতাৰে সময় অতিবাহিত কৰিব লগা হৈছে।

ৰয়ে জনোৱা মতে, ভিছা শুটৰ ক্ষেত্ৰত আন এটা সমস্যাও দেখা দিছে। বহু ছাত্র-ছাত্রীয়ে শ্লট বুকিং কৰিবলৈ সক্ষম হৈছে যদিও তেওঁলোকে নিশ্চিতি পোৱা নাই। এই সম্পৰ্কত উইণ্ড’ অভাৰচীজ এডুকেছন কনছালটেন্সীৰ অংকিত জৈনে কয় যে মার্কিন কর্তৃপক্ষৰ পৰীক্ষণ পর্ব অব্যাহত থকাত অনুমতি অবিহনে ভিছা শ্লট মুকলি হ’ব পাৰে। গতিকে ভিছা শুট লাভ কৰাসকলেও নিশ্চিতি পোৱা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত একাংশ ছাত্র-ছাত্রীয়ে আন বিদেশী ৰাষ্ট্ৰত অধ্যয়নৰ সুযোগৰ সন্ধান কৰিবলৈ লৈছে।

এই সম্পর্কত এজন ২৩ বছৰীয়া ছাত্রই কয়, ‘মই অপেক্ষা কৰি থাকিব নোৱাৰিম। মই ইতিমধ্যে এটা শিক্ষাবর্ষ হেৰুৱালো। গতিকে মই আবেদনপত্র প্রত্যাহাৰৰ সিদ্ধান্ত লৈছো।’ সম্প্রতি ছাত্রজনে জার্মানীৰ কোনো শিক্ষানুষ্ঠানত অভিযান্ত্ৰিকৰ স্নাতকোত্তৰ শিক্ষা গ্ৰহণৰ চেষ্টা কৰিছে।

আনহাতে, এই সমস্যা সম্পর্কত আই-২০ ফেভাৰ নামৰ কনছালটেন্সীৰ অৰবিন্দ মাণ্ডুরাই কয়, ‘আগন্তুক কিছুদিনত ভিছা শ্লট খোল নাখালে হেজাৰ হেজাৰ সপোন ভাঙি চূৰমাৰ হ’ব। ভিছা নোপোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৮০ শতাংশ হ’ব। আমি আতংকিত হৈছো, কাৰণ প্রতিদিনে অগণন ছাত্র-ছাত্রী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ ফোনকল পাই আছো।’

এই ক্ষেত্রত আন এটা সমস্যায়ো দেখা দিছে বুলি উল্লেখ কৰে মাণ্ডুৱাই। তেওঁ কয় যে যোৱা মার্চত আবেদন কৰা ভাৰতীয় ছাত্র-ছাত্ৰীসকলৰ যিসকলে সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল, তেওঁলোকৰ অধিকাংশৰ আবেদনপত্র নাকচ হৈছে। আবেদনপত্ৰ নাকচৰ হাৰ অত্যধিক হৈছে বুলিও তেওঁ জনায়।

বিশেষজ্ঞসকলৰ মতে, সচৰাচৰ মার্কিন প্ৰব্ৰজন আৰু ৰাষ্ট্ৰীয়ত্ব আইনৰ ২১৪ (বি) ধাৰাৰ বাবে ভিছা আবেদন নাকচ হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত শিক্ষা গ্রহণৰ পাছত স্বদেশলৈ ঘুৰি অহাৰ বলিষ্ঠ যুক্তি দিব নোৱাৰিলে উক্ত ধাৰাৰ অধীনত ভিছা আবেদন নাকচ হয়। অৱশ্যে এই সম্পর্কত টেক্সাছস্থিত ইউএছ এডমিছন নামৰ সংস্থাটোৰ ৰবি লথুমল্লাই জনায় যে ভিছা আবেদন নাকচ হোৱাৰ উক্ত আইনৰ সংশ্লিষ্ট ধাৰা পূৰ্বৰে পৰা আছে যদিও এইবাৰহে বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী কৰা হয়।

ফলত ভিছা আবেদন নাকচ হোৱাৰ ঘটনা বৃদ্ধি পাইছে। অৱশ্যে হায়দৰাবাদস্থিত মার্কিন কনছুলে প্ৰকাশ কৰা অনুসৰি, ভিছা শ্লটসমূহ পুনৰ কাৰ্যক্ষম হৈছে। কনছুল জেনেৰেলে ছাত্র-ছাত্রীসকলক দূতাবাস অথবা ৱেবছাইট পৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে যোৱা বছৰ চীনক পিছপেলাই ভাৰতৰ তিনি লাখ ৩০ হেজাৰৰো অধিক ছাত্র-ছাত্রীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ শিক্ষা গ্রহণ কৰিবলৈ যায়। দেশৰ বৈদেশিক মন্ত্রণালয়ৰ তথ্য অনুসৰি, ২০২৪ৰ পহিলা জানুৱাৰীলৈকে বিশ্বৰ বিভিন্ন দেশত শিক্ষা গ্রহণ কৰি থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১১.৬ লাখৰো অধিক আছিল

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMP
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d