Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পুনৰ সংস্থাপন মৌলিক অধিকাৰ নহয়! 

publisher by publisher
July 21, 2025
in India, News
Reading Time: 1 min read
0
পুনৰ সংস্থাপন মৌলিক অধিকাৰ নহয়! 
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Supreme Court :✒️ভূমি অধিগ্রহণৰ পাছত মাটিৰ গৰাকীয়ে অধিকাৰৰূপে পুনৰ সংস্থাপন দাবী কৰিব নোৱাৰে। এই কথা স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে। অলপতে হাৰিয়ানাৰ একাংশ মাটিৰ গৰাকীয়ে পুনৰ সংস্থাপন দাবী কৰি দাখিল কৰা এক আবেদন খাৰিজ কৰি ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ এখন বিচাৰপীঠে লগতে কয় যে এক ৰাজহুৱা উদ্দেশ্যত আইন অনুসৰি কৰা ভূমি অধিগ্রহণে দেশৰ সংবিধানৰ ২১ অনুচ্ছেদ উলংঘা নকৰে।

ADVERTISEMENT

উল্লেখ্য যে সংবিধানৰ উক্ত অনুচ্ছেদে সকলোকে জীৱন-জীৱিকাৰ অধিকাৰ প্ৰদান কৰিছে। এই আবেদনসমূহ খাৰিজৰ সময়ত দুজনীয়া বিচাৰপীঠখনে উক্ত অনুচ্ছেদৰ অধিক ব্যাখ্যা কৰি কয়, ‘ভূমি অধিগ্রহণৰ ক্ষেত্ৰত সংবিধানে সঠিক ক্ষতিপূৰণৰ নিশ্চয়তাহে দিছে। আইন বা নিৰ্দিষ্ট নীতিৰ বাহিৰত পুনৰ সংস্থাপনৰ নিশ্চয়তা দিয়া নাই।’

বিচাৰপীঠে এই বুলিও স্পষ্ট কৰি দিয়ে যে এক ৰাজহুৱা উদ্দেশ্যত সম্পত্তি অধিগ্রহণ কৰিলে সংশ্লিষ্ট ভূমিৰ গৰাকীয়ে জীৱিকাৰ অধিকাৰক প্ৰয়োগ কৰিব নোৱাৰে বা আইনী অধিকাৰৰ বিষয়ৰূপে অধিগৃহীত ভূমিৰ বিকল্প ভূমিও দাবী কৰিব নোৱাৰে।

এই ক্ষেত্ৰত ন্যায়ালয়ে আৰু কয়, ‘এক নীতিৰ অধীনত সুনির্দিষ্টভাৱে পুনৰ সংস্থাপনৰ কথা উল্লেখ নাথাকিলে অধিগৃহীত ভূমি বা গৃহৰ বিকল্প আগবঢ়োৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ আইনী বাধ্যবাধকতা নাথাকে।’

অৱশ্যে এনে নীতি নিজস্ব পৰিসৰৰ মাজত নিকাকৈ প্ৰয়োগ কৰিব লাগিবই বুলি ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। বিভিন্ন ৰাজ্য চৰকাৰে জনমুখী বা তুষ্টিকৰণ নীতিৰে অধিকৃত ভূমিৰ গৰাকীসকলৰ বাবে পুনৰ সংস্থাপন নীতি ঘোষণা কৰি ভূমি অধিগ্রহণ প্ৰক্ৰিয়াক জটিল কৰে বুলি অসন্তুষ্টি ব্যক্ত কৰি ন্যায়ালয়ে লগতে কয় যে ইয়ে দীঘলীয়া আইনী যুঁজৰো জন্ম দিয়ে।

ন্যায়ালয়ে লগতে এই বুলিও কয়, ‘যেতিয়া কোনো এক ৰাজহুৱা উদ্দেশ্যত এজন ব্যক্তিৰ ভূমি অধিগ্রহণ কৰা হয়, তেতিয়া ব্যক্তিজনে আইনৰ প্ৰতিষ্ঠিত নীতি অনুসৰি উপযুক্ত ক্ষতিপূৰণ পোৱাৰ যোগ্য হয়। চৰকাৰে স্থানচ্যুত ব্যক্তিসকলক ধনৰ ক্ষতিপূৰণ দিয়াৰ উপৰি বিৰলৰ বিৰলতম ক্ষেত্ৰতহে পুনৰ সংস্থাপন আঁচনি মুকলি কৰিব পাৰে। যিমানেই ভাল অভিপ্ৰায়ৰ নহওক কিয়, যেতিয়া আইনী বাধ্যবাধকতা নাথাকে তেতিয়া অপ্রয়োজনীয় জনকল্যাণ আঁচনি প্ৰতিটো ভূমি অধিগ্ৰহণৰ ঘটনাৰ ক্ষেত্ৰতে প্রত্যাশাত পৰিণত হ’ব নোৱাৰিব।’

বহু সময়ত ৰাজ্য চৰকাৰসমূহে জনতাক তুষ্টিকৰণৰ উদ্দেশ্যে অপ্রয়োজনীয় আঁচনি মুকলি কৰি সৰ্বশেষত জটিলতাৰ সন্মুখীন হয় বুলি ন্যায়ালয়ে ক্ষোভপ্রকাশ কৰে। ন্যায়ালয়ে অসন্তুষ্টি প্রকাশ কৰে যে চৰকাৰৰ এনে কাৰ্যই অপ্রয়োজনীয় গোচৰৰ সংখ্যা বৃদ্ধি কৰে।

এই শুনানিৰ সময়ত ন্যায়ালয়ে ২০১১ৰ মধ্যপ্ৰদেশ ৰাজ্য বনাম নর্মদা বচাও আন্দোলন আৰু অমৰজিৎ সিং বনাম পঞ্জাৱ ৰাজ্য গোচৰৰ ৰায়ৰ কথাও উল্লেখ কৰি কয় যে পুনৰ সংস্থাপন এক সংবিধান প্রদত্ত অধিকাৰ নহয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Supreme Court
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d