Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Karishma’s ex-husband Sanjay Kapoor: কৰিশ্মাৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ ৩০ হেজাৰ কোটিক লৈ টনা-আঁজোৰা তুংগত

এক মৃত্যু, এখন উইল, এখন পত্ৰ, তিনি নাৰী আৰু একাধিক অভিযোগ

publisher by publisher
July 29, 2025
in India, News
Reading Time: 1 min read
0
Karishma’s ex-husband Sanjay Kapoor: কৰিশ্মাৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ ৩০ হেজাৰ কোটিক লৈ টনা-আঁজোৰা তুংগত
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

Karishma’s ex-husband Sanjay Kapoor:

এখন উইল, এখন পত্র, তিনি গৰাকী নাৰী আৰু একাধিক অভিযোগ- অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্রাক্তন স্বামী সঞ্জয় কাপুৰৰ মৃত্যুৰ পাছত সম্পত্তিক লৈ হোৱা অশান্তি সম্প্রতি তুংগত উঠিছে। যোৱা ১২ জুনত আকস্মিকভাবে মৃত্যু হৈছিল উদ্যোগপতি সঞ্জয়ৰ। এটা মৌমাখি গিলি দিয়া ফলতে তেওঁৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হৈছিল। অৱশ্যে সঞ্জয়ৰ মাতৃ ৰাণী কাপুৰে দাবী কৰে যে তেওঁৰ পুত্ৰৰ মৃত্যু স্বাভাৱিক নহয়। বিষয়টোক লৈ তেওঁ ষড়যন্ত্ৰৰো ইংগিত দিছিল।

ADVERTISEMENT

সেই প্ৰসংগতে ৰাণী কাপুৰে পুত্ৰ সঞ্জয়ৰ কোম্পানী ‘সোণা বিএলডব্লিউ প্রিচিছন ফ’ৰজিংছ’ বা ‘সোণা কমষ্টাৰ’ৰ অংশীদাৰসকললৈ এখন পত্ৰও প্ৰেৰণ কৰিছে। সেই পত্ৰতে যোৱা জুনত পুত্ৰৰ আকস্মিক মৃত্যুৰ পাছত ‘পাৰিবাৰিক উত্তৰাধিকাৰ দখল’ৰ যুঁজক লৈ তেওঁ উদ্বেগো প্রকাশ কৰে।

‘সোণা কমষ্টাৰ’ৰ বাৰ্ষিক সাধাৰণ সভাৰ প্ৰাক্ষণত প্ৰেৰণ কৰা সেই পত্ৰত ৰাণী কাপুৰে দাবী কৰিছে যে পুত্ৰৰ মৃত্যুৰ পাছত যেতিয়া তেওঁ মানসিক যন্ত্ৰণাৰ মাজত দিন অতিবাহিত কৰিছিল, তেতিয়া তেওঁক বলপূর্বক এনে কেতবোৰ কাগজত স্বাক্ষৰ কৰাই লোৱা হয় যাৰ অৰ্থ তেওঁ বুজি পোৱা নাছিল। ৰাণী কাপুৰে দাবী কৰে যে তেওঁৰ স্বামীয়ে কৰি যোৱা উইলৰ একমাত্র সুবিধাভোগী তেওঁহে।

তেওঁ কোম্পানীৰ গৰিষ্ঠ সংখ্যক শ্বেয়াৰৰ গৰাকী বুলিও তেওঁ দাবী কৰে। অথচ তেওঁৰ বেংক একাউণ্টৰ পৰা কোনো ধৰণৰ বিত্তীয় লেনদেন তেওঁকৰিব পৰা নাই। কোম্পানী সংক্রান্তীয় কোনো তথ্যও তেওঁক দিয়া হোৱা নাই বুলিও সঞ্জয়ৰ মাতৃয়ে অভিযোগ কৰে। ইচ্ছাকৃতভাবে কোম্পানীৰ বাবে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ পৰা তেওঁক বাদ দিয়া হৈছে বুলিও মহিলা গৰাকীয়ে অভিযোগ কৰে।

‘সোণা কমষ্টাৰ’ৰ অংশীদাৰসকললৈ প্ৰেৰণ কৰা পত্ৰত ৰাণী কাপুৰে লিখিছে, ‘মোক তলাবন্ধ দুৱাৰৰ আঁৰত নথিত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰোৱা হৈছিল।’ একেলগে উদ্বেগ প্রকাশ কৰি তেওঁ জনাইছে যে শোকসন্তপ্ত অৱস্থাত তেওঁৰ স্বাক্ষৰিত নথিসমূহ এতিয়া পৰিয়ালৰ উত্তৰাধিকাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অপব্যৱহাৰ কৰা হৈছে। অৱশ্যে ‘সোণা কমষ্টাৰ’ৰ তৰফৰ পৰা স্পষ্ট কৰিছে যে কোম্পানীৰ সমস্ত সিদ্ধান্ত কর্পোৰেট আইন মানি গ্রহণ কৰা হৈছে।

কোম্পানীৰ তৰফৰ পৰা লগতে জনাইছে যে ৰেকৰ্ড অনুসৰি ৰাণী কাপুৰ কোম্পানীৰ অংশীদাৰ নহয়। সেয়ে কোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত তেওঁৰ লগত পৰামৰ্শ কৰাৰ কোনো আইনী বাধ্যবাধকতা পৰিচালন সমিতিৰ নাই। সোণা কমষ্টাৰে নিশ্চিত কৰিছে যে যোৱা ২৫ জুলাইত তেওঁলোকৰ বার্ষিক সাধাৰণ সভা সম্পন্ন হয় আৰু পৰিচালন সমিতিত এক নতুন সদস্যক নিয়োগ কৰা হৈছে। সেই নতুন সদস্য হৈছে প্রয়াত সঞ্জয়ৰ পত্নী প্রিয়া সচদেৱ কাপুৰ।

মনোনয়নৰ ভিত্তিত প্রিয়াক কোম্পানীৰ নন-এক্সিকিউটিভ ডিৰেক্টৰৰূপে অন্তর্ভুক্ত কৰা হৈছে। পৰিচালন সমিতিয়ে জনাইছে যে মনোনয়ন আৰু পাৰিশ্ৰমিক কমিটীয়ে বিষয়টো পর্যালোচনা কৰাৰ পাছত প্ৰিয়াৰ নিয়োগত অনুমোদন জনাইছে। সোণা কমষ্টাৰে লগতে জনাইছে যে ২৪ জুলাইৰ বিয়লি তেওঁলোকে ৰাণী কাপুৰৰ পত্ৰ লাভকৰিছিল আৰু বিষয়টোক লৈ আইনী পৰামৰ্শদাতাৰ স’তে আলোচনা কৰাৰ পাছত সিদ্ধান্ত লৈছিল যে বার্ষিক সাধাৰণ সভা স্থগিত ৰখাৰ কোনো কাৰণ নাই।

কোম্পানীটোৰ পৰিচালন সমিতিয়ে লগতে জনাইছে যে সঞ্জয়ৰ মৃত্যুৰ পাছত ৰাণী কাপুৰৰ পৰা কোনো স্বাক্ষৰিত নথি তেওঁলোকে লাভ কৰা নাই। যথাযথ প্রক্রিয়া অনুসৰণ কৰিয়েই কোম্পানীৰ হকে সিদ্ধান্ত লোৱাৰ বাবে তেওঁলোক প্রতিশ্রুতিবদ্ধ বুলিও জনাইছে সোণা কমষ্টাৰে। যদিও সঞ্জায়ৰ পাৰিবাৰিক ইচ্ছাপত্রত কি লিখা আছে তথা কোম্পানীত কোন কিমান শতাংশৰ অংশীদাৰ, তাক লৈ বহুতে উদ্বেগ ব্যক্ত কৰিছে। বিষয়টোক লৈ গভীৰ পাৰিবাৰিক দ্বন্দ্বও পোহৰলৈ আহিছে।

এজন আইনজীৱীয়ে জনাইছে যে ভাৰতীয় আইন অনুযায়ী কোম্পানীৰ অংশীদাৰৰ মৃত্যুৰ পাছত এজন মনোনীত ব্যক্তি সেই অংশৰ চূড়ান্ত মালিক নহয়। মনোনীত ব্যক্তিজন কেৱল শ্বেয়াৰৰ এজন তত্ত্বাবধায়ক বা ট্রাষ্টি। যেতিয়ালৈকে বৈধ উত্তৰাধিকাৰী বা সুবিধাভোগীসকলে বৈধ ইচ্ছাপত্ৰৰ অধীনত শ্বেয়াৰৰ ওপৰত তেওঁলোকৰ অধিকাৰ সাব্যস্ত নকৰে, সেই পর্যন্ত সেইবোৰ চোৱাচিতাৰ দায়িত্ব তত্ত্বাৱধায়কৰ।

একাংশ আইন বিশেষজ্ঞই এই ধাৰণাও কৰিছে যে ৰাণী কাপুৰে পৰৱৰ্তী পদক্ষেপৰূপে প্রয়াত স্বামীৰ ইচ্ছাপত্ৰৰ প্ৰমাণপত্ৰ বিচাৰিব পাৰে, যিয়ে সেই ইচ্ছাপত্ৰৰ সত্যতাক প্ৰতিষ্ঠা কৰিব। অৱশ্যে একাংশ আইনজীৱীয়ে লগতে জনাইছে যে ২০১৩ৰ কোম্পানী আইন অনুযায়ী কোম্পানীৰ ব’ৰ্ডত পৰিৱৰ্তন অনাৰ পূৰ্বে কোম্পানীসমূহক আইনগতভাৱে পৰিয়ালৰ সদস্যসকলক অৱগত কৰা বা তেওঁলোকৰ সন্মতি লোৱাৰ প্রয়োজন নাই।

ফলত ৰাণী কাপুৰৰ যুক্তি গ্রাহ্য নহ’বও পাৰে। সঞ্জয়ৰ মৃত্যুৰ পাছতে শুনা গৈছিল যে তেওঁৰ কোম্পানী সোণা কমষ্টাৰৰ দায়িত্ব যাব পাৰে সঞ্জয়-কৰিশ্মাৰ কন্যা ছামাইৰা কাপুৰৰ হাতলৈ। অৱশ্যে তেনেকুৱা নহ’ল, বৰঞ্চ বৰ্তমানৰ পত্নী প্রিয়াইহে সকলো চোৱাচিতা কৰিছে। কাৰণ সঞ্জয়-প্ৰিয়াৰ দুই সন্তান এতিয়াও বহু সৰু হৈ আছে।

ইপিনে, অভিনেত্ৰী কৰিশ্মাৰ স’তে বিচ্ছেদৰ পাছত তেওঁলোকৰ কন্যা ছামাইৰা আৰু পুত্ৰ কিয়ানৰ শিক্ষা-দীক্ষাৰ বাবে প্রয়াত সঞ্জয়ে ১৪ কোটি টকাৰ বণ্ড ক্রয় কৰি ৰাখিছিল। সেই সম্পত্তিৰ কি হ’ব, তাক লৈও চৰ্চা আৰম্ভ হৈছে। এক সূত্রই জনাইছে যে প্রাক্তন পত্নী কৰিশ্মায়ো হেনো সঞ্জয়ৰ ৩০ হেজাৰ কোটিৰ সম্পত্তিৰ ভাগ পোৱাৰ দাবী উত্থাপন কৰিছে; কিন্তু কৰিশ্মাৰ তৰফৰ পৰা এই বিষয়ত এই পর্যন্ত কোনো বিবৃত্তি প্ৰকাশ কৰা নাই ।

সম্পত্তিৰ পৰিমাণ ৩০ হেজাৰ কোটি টকা; কিন্তু ৰাণী, কৰিশ্মা আৰু প্রিয়া- এই তিনি নাৰীৰ ভিতৰত কোন উত্তৰাধিকাৰী হ’ব সেই সিদ্ধান্তক কেন্দ্ৰ কৰি দিল্লীৰ কাপুৰ পৰিয়ালৰ গৃহত এতিয়া চেপা অশান্তিয়ে বিৰাজ কৰিছে। এই মুহূৰ্তত যি পৰিস্থিতি, তাৰ পৰা বিষয়টোৱে দীর্ঘস্থায়ী আইনী যুঁজৰ দিশেই অগ্ৰসৰ হোৱা বুলি বহুতে ধাৰণা কৰিছে। একাংশ বিশেষজ্ঞৰ মতে, সম্পত্তিক লৈ পাৰিবাৰিক অশান্তিয়ে আদালতৰ মজিয়াও পাবগৈ পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BOLLYWOODDivision Of PropertyKarishma's ex-husband Sanjay Kapoor
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d