✒️ভাৰতৰ পৰা অৰ্ডাৰ লোৱা বন্ধ কৰাৰ পথত Amazone ! সে
ADVERTISEMENT
✒️একেই পথ অনুসৰণ কৰিছে ৱালমাৰ্ট, টাৰ্গেট, গেপৰ দৰে কোম্পানীসমূহে ।
✒️ প্ৰাপ্ত তথ্য অনুসৰি, আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছৰে পৰা ই-কমাৰ্চ কোম্পানীসমূহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।



































