Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

    পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে

    পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি

    Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী

    আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

    ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Fields flooded by rain: এজাক বৰষুণতে জলমগ্ন খেতিপথাৰ , পানীৰ তলত শালি খেতি

publisher by publisher
August 14, 2025
in Assam, News
Reading Time: 1 min read
0
Fields flooded by rain: এজাক বৰষুণতে জলমগ্ন খেতিপথাৰ , পানীৰ তলত শালি খেতি
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Artificial Flood in Guwahati:কৃত্রিম বানৰ কৱলত গুৱাহাটী, জুবিন ক্ষেত্ৰৰ সন্মুখৰ পথতো একাঁঠু পানী

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

এহেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেঘৰ চাদৰে ঢাকিছে ভাৰতসহ তিনি দেশক

Fields flooded by rain:

দীর্ঘদিনীয়া খৰাং পৰিস্থিতিৰ পাছত নিশা আঠ ঘন্টাজোৰা মুষলধাৰে হোৱা বৰষুণৰ ফলত দেহাৰকুছি আৰু লৰমাবটাকুছি অঞ্চলৰ কে’বাখনো খেতিপথাৰৰ শালি খেতি পানীত ডুব যায়। মন কৰিবলগীয়া যে এটা জল নিষ্কাসনৰ নলা বন্ধ কৰি পুখুৰী খন্দাৰ ফলত বৃহত্তৰ অঞ্চল এটাৰ ৰাইজৰ বাৰীবস্তিৰ লগতে খেতিপথাৰ পানীত ডুব গৈ থাকিব লগা অৱস্থা হৈছে।

ADVERTISEMENT

উল্লেখ্য যে বৰ্তমানৰ বৰক্ষেত্ৰী সমষ্টিৰ বিশেষকৈ চমাৰকুছি,দেহাৰকুছি, লৰমাবটাকুছিৰ একাংশ ৰাইজ জল নিষ্কাসনৰ নলাৰ অভাৱত যন্ত্রণা ভোগ কৰিব লগা হৈছে। মন কৰিবলগীয়া যে উক্ত গাঁওসমূহৰ খেতিপথাৰ বা বাৰীবস্তিৰ পানীসমূহ নির্বিঘ্নে ওলাই যাব পৰা নলাৰ ব্যৱস্থা আছিল।

ৰাইজে মনৰ হেঁপাহত খেতি-বাতি কৰিছিল আনন্দৰে। বিশেষকৈ বানপানী অধ্যুষিত অঞ্চল হিচাপে এইকেইখন গাওঁৰ ৰাইজে খেতি পথাৰ সমূহত শালি খেতি কৰি নিজৰ বছৰেকৰ ধানমুঠি সংগ্ৰহ কৰিব পাৰিছিল। কেতিয়াবা বানপানীৰ প্রকোপ বেছি হ’লে শালি খেতিৰ পৰিৱৰ্তে বৰো বা অন্য যিকোনো খেতি কৰিছিল।

আনহাতে, প্ৰচুৰ পৰিমাণে ৰবিশস্যৰ খেতি কৰিও লাভান্বিত হৈছিল ৰাইজ। তদুপৰি এই গাঁওকেইখনৰ প্ৰতিঘৰ লোকৰে বাৰীবস্তিত বিভিন্ন ফলমূল আৰু মূল্যবান গছ-গছনিও প্ৰচুৰ পৰিমাণে আছে; কিন্তু দুর্ভাগ্যজনক কথা যে উক্ত গাঁওকেইখনৰ অতিৰিক্ত জলসমূহ নিষ্কাসন হোৱা প্ৰধান সোঁত চমাৰকুছি দলঙৰ সন্মুখতে এটি প্রকাণ্ড পুখুৰী খান্দি জল নিষ্কাসনৰ পথ ৰুদ্ধ কৰিছে।

তদুপৰি দেহাৰকুছি কলবাৰী পথাৰটো তদ্রূপ ধৰণে আন এটা প্রকাণ্ড পুখুৰী খান্দি পানী সৰবৰাহ হোৱা পথটো ৰুদ্ধ কৰি দিছে। ফলত উক্ত গাঁওকেইখনৰ খেতিপথাৰকে ধৰি বাৰীবস্তি পানীত ডুব গৈ থাকে। মন কৰিবলগীয়া যে চমাৰকুছিৰ পুখুৰীৰ গৰাকীয়ে পুখুৰীটোৰ কাষৰে এটা সামন্য জল নিষ্কাসনৰ নলা ৰখাৰ দৰে কলবাৰীটো একে ধৰণে এটা নলাৰ ব্যৱস্থা ৰাখিছে; কিন্তু সেয়াই যথেষ্ট নহয়। বৃহৎ অঞ্চল এটাৰ জল নিষ্কাসন সম্ভৱ নহয় সেই নলাটোৰে।

সেয়েহে উপায়ান্তৰ ৰাইজে বিগত বৰ্ষতে নলবাৰী জিলা আয়ুক্তক ইয়াৰ সমাধান বিচাৰি আবেদন কৰিছিল। শতাধিক ভুক্তভোগী ৰাইজৰ স্বাক্ষৰ সম্বলিত উক্ত আবেদন প্রতিলিপি বৰভাগ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু ঘগ্ৰাপাৰ আৰক্ষী থানতো দিয়া হৈছে। আবেদনত উল্লেখ কৰিছে যে উক্ত পুখুৰীকেইটাৰ বাবে অকল খেতিপথাৰ বা বাৰীবস্তিয়ে নহয় বাট-পথো পানীৰ তলত থকাৰ ফলত চমাৰকুছি আৰু লৰমাবটাকুছিৰ ৰাইজৰ যাতায়াতত যথেষ্ট অসুবিধা হয়।

সেয়েহে ৰাইজে জিলা আয়ুক্তই ইয়াৰ এটা চৰজমিন তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ বাবে আবেদনত উল্লেখ কৰিছিল; কিন্তু দুর্ভাগ্যজনক কথা যে জিলা আযুক্ত তথা বৰভাগ ৰাজহচক্ৰ বিষয়াজনে বৰ্তমানলৈ ইয়াৰ কোনো ব্যৱস্থা নোলোৱাত ৰাইজ বিতুষ্ট হৈ পৰিছে। সেয়েহে ৰাইজে ইয়াৰ এটা তৎকালীন সমাধান বিচাৰিছে, নহ’লে পূৰ্বৰ বছৰকেইটাৰ দৰে এইবেলি খেতিয়কসকলে খেতিৰ আশা বাদ দিব লাগিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BarkhetriDeharkuchiFields floodedHeavy RainfallLaramabatakuchi
publisher

publisher

Related Posts

Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ
Assam

September 8, 2026
পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে
International

পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে

September 8, 2026
পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি
Assam

পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি

September 8, 2026
Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী
Assam

Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী

September 8, 2026
আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান
Assam

আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

September 8, 2026
Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d