Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aaranyak :শগুণ সংৰক্ষণত গাওঁবুঢ়া সকলক জড়িত কৰাৰ পদক্ষেপ

কামৰূপৰ ছয়গাঁও ৰাজহ চক্ৰত শগুণ সংৰক্ষণৰ প্ৰথমটো অভিযান আৰম্ভ

publisher by publisher
August 26, 2025
in Assam, News
Reading Time: 1 min read
0
Aaranyak :শগুণ সংৰক্ষণত গাওঁবুঢ়া সকলক জড়িত কৰাৰ পদক্ষেপ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

Aaranyak:মানৱ-হাতী সংঘাত প্ৰশমনত সহায়ৰ পদক্ষেপ

Dr. Bibhab Kr. Talukdar : সংৰক্ষণ ক্ষেত্ৰলৈ উৎকৃষ্ট অৱদানৰ বাবে ড: বিভৱ কুমাৰ তালুকদাৰলৈ অসমৰ বন বিভাগৰ প্ৰশংসা পত্ৰ

Aaranyak :

শগুণ সংৰক্ষণৰ বাৰ্তা বিয়পোৱা তথা কামৰূপ জিলাত অহা দিনবোৰত শগুণৰ মৃত্যুৰ হাৰ শূণ্যলৈ হ্ৰাস কৰাৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে জিলাখনৰ ছয়গাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত ২১ আগষ্টত সংৰক্ষণ শিক্ষা আৰু সজাগতা অভিযান বিষয়ক এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

ADVERTISEMENT

উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) ছয়গাঁও ৰাজহ চক্ৰ কাৰ্যালয়, অসম বন বিদ্যালয়, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ (এছটেক), ব’ম্বে নেচাৰেল হিষ্ট্ৰী চ’চাইটী (বিএনএইচএছ) আৰু বন্যবন্ধুৰ সহযোগত আৰু “অৰিয়েণ্টেল বাৰ্ড ক্লাব”ৰ সমৰ্থনত আয়োজন কৰা এই অনুষ্ঠানত ছয়গাঁও ৰাজহ চক্ৰৰ ভালেসংখ্যক গাওঁবুঢ়াৰ লগতে স্থানীয় লোকে অংশগ্ৰহণ কৰে।

“প্ৰকৃতিৰ জামাদাৰ” হিচাপে পৰিচিত শগুণে পৰিৱেশক ৰোগমুক্ত আৰু পৰিষ্কাৰ কৰি ৰখাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । পাৰিপাৰ্শ্চিক ভাৰসাম্য বজাই ৰখাৰ বাবে অপৰিহাৰ্য্য এই পক্ষীকূল এতিয়া বিভিন্ন কাৰণত অস্তিত্বৰ সংকটত ভুগিছে ।

যোৱা দুটা দশকত আমাৰ স্থানীয় শগুনৰ সংখ্যা অতি দ্ৰুত গতিত হ্ৰাস পাইছে । উল্লেখ্য যে “স্লেণ্ডাৰ-বিল্ড ভলচাৰ” আদিৰ দৰে প্ৰজাতিৰ শগুণৰ সংখ্যা ইহঁতৰ বিচৰণ পৰিসৰত ৯০০ টাতকৈও কম থাকে I পশুৰ বিষ আৰু জ্বৰৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ডাইক্ল’ফিনেক, এচিক্ল’ফিনেক, কেট’প্ৰ’ফেন আৰু নিমেছুলাইড আদি ষ্টেৰ’ইড বিহীন প্ৰদাহ প্ৰতিৰোধী (NSAID) ঔষধক শগুণ সন্মুখীন হোৱা বিপৰ্য্যৰ প্ৰধান কাৰণ হিচাপে চিনাক্ত কৰা হৈছে।

ভাৰত চৰকাৰে পশুৰ চিকিৎসাত ওপৰত উল্লেখ কৰা সকলো ঔষধৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে যদিও অৰ্গেন’ফছফেট আৰু কাৰ্ব’ফুৰনৰ দৰে কীটনাশকৰ বিষক্ৰিয়াৰ ফলত শগুণৰ মৃত্যু অব্যাহত আছে। শগুনৰ সংখ্যা হ্ৰাস হোৱাৰ ফলত প্ৰদুৰ্ভাৱ বৃদ্ধি হোৱা জলাতংক ৰোগৰ সৈতে মোকাবিলা কৰাৰ নামত দেশত বছৰি প্ৰায় ২০ কোটি টকা ব্যয় কৰিব লগা হয় বুলি অনুমান কৰা হৈছে। আনহাতে ভাৰতত এই ৰোগত বছৰি ৪৮ হাজাৰ লোকে প্ৰাণ হেৰুৱাব লগা হয় । শগুণৰ সংখ্যা হ্ৰাসৰ সৈতে জলাতংক ৰোগ বৃদ্ধিৰ প্ৰত্যক্ষ সম্পৰ্ক আছে ।

কামৰূপ জিলাত যোৱা ডেৰ দশকত কীটনাশক মিহলি জীৱ জন্তুৰ মৃতদেহ ভক্ষণ কৰি কেইবাশ শগুনৰ মৃত্যু হৈছে। একাংশ লোকে মাংসভোজী বন্য জন্তু আৰু অঘৰী কুকুৰৰ পৰা ঘৰচীয়া জীৱ জন্তুক ৰক্ষা কৰাৰ বাবে মৰা জীৱ জন্তুত কীটনাশক দি থয় বুলি অনুষ্ঠানত উপস্থিত থকা এজন গাঁওবুঢ়াই উল্লেখ কৰে ।

অনুষ্ঠানত ছয়গাঁও ৰাজহ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চিৰঞ্জীৱ দাসে সকলোকে শগুন সংৰক্ষণৰ দিশত অৰিহণা যোগাবলৈ আহ্বান জনায় আৰু গাঁওসমূহত সংৰক্ষণৰ বাৰ্তা বিলোৱাৰ ক্ষেত্ৰত গাঁওবুঢ়াসকলে পালন কৰিব পৰা ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ শগুন সংৰক্ষণৰ প্ৰচেষ্টাৰ প্ৰতি পূৰ্ণ সমৰ্থন আৰু প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে।

জ্যেষ্ঠ সংৰক্ষণ জীৱবিজ্ঞানী তথা আৰণ্যকৰ সহকাৰী সঞ্চালক ড০ দীপাংকৰ লহকৰে কয় যে কামৰূপ জিলাত শগুন সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । যোৱা ডেৰ দশকত ৰাসায়নিক বিষক্ৰিয়াৰ ফলত কমেও ৬০০ শগুনৰ মৃত্যু হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে শগুণৰ ভৱিষ্যত সুৰক্ষাৰ বাবে মানুহক সজাগ কৰা আৰু সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকক জড়িত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বিষমুক্ত খাদ্যই শগুনৰ সংখ্যা পুনৰ বৃদ্ধি কৰিব বুলি মন্তব্য কৰি ড০ লহকৰে কয়, “আমি আমাৰ ধ্বজাবাহী ‘শগুণ মিত্ৰ’ আৰু ‘নেষ্ট গাৰ্ডিয়ানশ্বিপ’ পদক্ষেপৰ জৰিয়তে সকলোকে জড়িত কৰাৰ চেষ্টা কৰিছো।”।

ড: লহকৰে শগুন সংৰক্ষণ বাৰ্তা প্ৰচাৰৰ বাবে প্ৰস্তুত কৰা অনন্য তথ্য, শিক্ষা আৰু যোগাযোগ (আই ই চি) সামগ্ৰী ব্যৱহাৰ কৰি দৰ্শকৰ সৈতে মত বিনিময় কৰে আৰু শগুণ সংৰক্ষণৰ প্ৰত্যাহ্বান আৰু সম্ভাৱ্য সমাধানৰ ওপৰত আলোকপাত কৰে। আৰণ্যকৰ সহকাৰী সঞ্চালক জয়ন্ত কুমাৰ পাঠকে সংৰক্ষণ প্ৰচেষ্টাক প্ৰতিষ্ঠানিকীকৰণৰ বাবে পঞ্চায়ত পৰ্যায়ৰ পৰিকল্পনাত শগুন সংৰক্ষণৰ বিষয়টো চামিল কৰাৰ পোষকতা কৰে। অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক শগুনে বাহ সজাৰ বাবে ব্যৱহাৰ কৰা গছৰ পুলি উপহাৰ দিয়া হয়

“এছটেক”ৰ ড: মনীষা শৰ্মা, সমীৰণ কলিতা; অসমৰ বন বিভাগৰ পাঞ্চালী হাজৰিকা আৰু ধৰ্মেন্দ্ৰ বৰুৱা; বন্যবন্ধুৰ প্ৰসন্ন কলিতা আৰু পৰশমণি ৰাভা, আৰণ্যকৰ নিতুল কলিতা আৰু ৱাছিমা বেগম আদিয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AaranyakConservation Education And Awareness CampaignConservation Of Voltures
publisher

publisher

Related Posts

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d