Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Imposition Of US Tariffs;ট্রাম্পৰ শুল্কবাণ: ছদিন ধৰি ভাৰতীয় টকাৰ মূল্যৰ পতন অব্যাহত

publisher by publisher
August 28, 2025
in News, International
Reading Time: 2 mins read
0
Imposition Of US Tariffs;ট্রাম্পৰ শুল্কবাণ: ছদিন ধৰি ভাৰতীয় টকাৰ মূল্যৰ পতন অব্যাহত
0
SHARES
1
VIEWS
ShareShareShareShare

RelatedPosts

Iran-US War Ceasefire Update:ইৰাণৰে যুদ্ধবিৰতি ঘোষণাৰ পিছতে গৰজি উঠিল মাৰ্কিন সাংসদ

ইৰানৰ বিদ্যালয়ত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণ

 India- Us Trade Deal:আমেৰিকা-ভাৰত অন্তৱৰ্তী বাণিজ্য বুজাবুজি : শুল্ক হ্ৰাস, আমদানিত বৃহৎ প্ৰতিশ্ৰুতি

Imposition Of US Tariffs:

মার্কিন শুল্কবাণত একপ্ৰকাৰ জৰ্জৰিত হৈছে ভাৰতীয় টকা। মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতীয় সামগ্রীত অত্যধিক শুল্ক আৰোপৰ ফলত বিগত ছদিন ধৰি ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ অৱনমন অব্যাহত আছে।
বুধবাৰে এক মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৮৭.৬৬ টকা হয়। কালিলৈকে এই অনুপাত ৮৭.৬৮লৈ অবনমিত হৈছিল। ভাৰতীয় মুদ্রাৰ মূল্যৰ এই অৱনমন বুধবাৰেও অব্যাহত থকাত ভাৰতীয় টকাৰ মূল্য পুনৰ দুই পইচা হ্রাস পায়।
তদুপৰি মঙলবাৰে বোম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক ছেনছেক্সৰো৮৪৯,৩৭ৰ পতন ঘটে। ফলত বিনিয়োগকাৰীসকলৰ কমেও ছয় লাখ কোটি টকাৰ লোকচান হয়। একেদৰে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংকও ২৫৫.৭০ হ্রাস পায়।
স্বাভাৱিকতে ইয়াক লৈ উদ্বিগ্ন হৈছে অর্থনীতিবিদসকল। কালি গণেশ চতুর্থীৰ পৰিপ্ৰেক্ষিতত ষ্টক এক্সচেঞ্জ বন্ধ থাকে। ইপিনে, একাংশ বিশ্লেষকৰ মতে, মার্কিন শুল্কবাণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা বিনিয়োগকাৰীসকলে ধন তুলি নিবলৈ ধৰাত এনে বিপৰ্যয়ৰ উদ্ভৱ হৈছে।
এই সম্পর্কত মুদ্রা বিশ্লেষক দিলীপ পার্মাৰে কয়, ‘ডলাৰৰ চাহিদা আৰু সৰবৰাহৰ মাজত ভাৰসাম্যহীনতাৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত ভাৰতীয় মুদ্রাৰ প্রতি পক্ষপাতিত্ব কম। বর্তমানে বজাৰ পৰিস্থিতি লক্ষ্য কৰি ক’ব পাৰি যে ভাৰতীয় মুদ্রাৰ অভিলেখ সৃষ্টিকাৰী পতন অৱশ্যম্ভাবী।’
উল্লেখ্য যে শেহতীয়াভাৱে নৰেন্দ্ৰ মোদী চৰকাৰে জিএছটিৰ হাৰ হ্ৰাসৰো সিদ্ধান্ত লৈছে। আগন্তুক দীপাৱলীৰ পৰা জিএছটিৰ নতুন হাৰ বলবৎ হোৱাৰ সম্ভাৱনা আছে। সম্প্রতি বজাৰত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া লক্ষ্য কৰি জিএছটি হ্রাস হোৱালৈ অপেক্ষা কৰাৰ বাহিৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে আন উপায় নোহোৱা হৈছে। ক্ষতিগ্রস্ত ব্যৱসায়ীলৈ বিত্তীয় সাহায্য যোগানৰ যো-জা মোদী চৰকাৰৰ
একবিংশ শতিকাত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সবল হোৱা ৰণকৌশলগত সহযোগিতাত মাধমাৰ শোধাই ট্রাম্পে ভাৰতীয় সামগ্রীত অত্যধিক (৫০ শতাংশ) শুল্ক আৰোপ কৰাৰ ফলত অধিকাংশ খণ্ডৰে ব্যৱসায় তথা দেশৰ ৰপ্তানি বাণিজ্য ক্ষতিগ্রস্ত হোৱাৰ আশংকা প্রৱল হৈছে।
ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ ক্ষোভত ট্রাম্পে আৰোপ কৰা এই ৫০ শতাংশ শুল্কক লৈ দেশৰ বাণিজ্য মন্ত্রণালয়ে বর্তমানলৈকে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই যদিও সম্ভাব্য ক্ষতিৰ জোৰা মাৰিবলৈ চৰকাৰে প্ৰস্তুতি চলোৱাৰ ইংগিত পোৱা গৈছে।
উল্লেখ্য যে ট্রাম্পৰ এই শুল্কই প্রধানমন্ত্রী মোদীৰ গৃহ ৰাজ্য গুজৰাটসহ দেশৰ বিভিন্ন স্থানৰ লাখ লাখ ক্ষুদ্ৰ ৰপ্তানিকাৰীৰ লগতে চাকৰিৰ বজাৰলৈও ভাবুকি কঢ়িয়াই আনিছে। ঘাইকৈ এই শুল্কই বস্ত্র, মণিমুকুতা আৰু আ-অলংকাৰ, জোতা-ছেণ্ডেল, ক্রীড়াৰ সামগ্রী, আচবাব, ৰাসায়নিক দ্রব্য আদি খণ্ডত লোকচানৰ সাগৰত পেলোৱাৰ আশংকা আছে।
কাৰণ এনে সামগ্ৰী ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানি হয়। গতিকে ভাৰত চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰক বাদ দি আন দেশলৈ এনে সামগ্ৰী ৰপ্তানি বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰপ্তানিকাৰীসকলৰ স’তে আলোচনাত মিলিত হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য যে সম্প্রতি ব্রিটেইনকে ধৰি অন্যান্য ইউৰোপীয় দেশ, অস্ট্রেলিয়া, সংযুক্ত আৰব আমিৰ শ্বাহী আদিৰ স’তে ভাৰতৰ বাণিজ্যিক চুক্তি আছে।
এই দেশসমূহলৈ বিভিন্ন সামগ্রী বিশেষকৈ বস্ত্ৰ ৰপ্তানি বৃদ্ধিৰ চেষ্টা চৰকাৰে চলাব বুলি সূত্রই সদৰী কৰিছে। উল্লেখ্য যে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ বাবে ভাৰতক ‘ব্লেকমেইলিং’ৰ অপচেষ্টাত নামিছে ট্রাম্প। ট্রাম্পৰ অভিযোগ হ’ল যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি দেশখনক ইউক্রেইনৰ স’তে যুদ্ধত লিপ্ত থাকিবলৈ সহায় কৰি আহিছে।
ইয়াৰ ‘পোটক’ তুলিবলৈ মার্কিন প্রশাসনে আজিৰ পৰা প্ৰযোজ্য হোৱাকৈ ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক ৫০ শতাংশলৈ বৃদ্ধি কৰিছে। আনহাতে, মার্কিন প্রশাসনে আৰোপ কৰা শুল্ক সম্পৰ্কত দেশৰ বৈদেশিক দপ্তৰৰ ৰাজ্যিক মন্ত্রী কীর্তি বর্ধন সিঙে কয়, ‘আমাৰ দেশৰ অর্থনীতি যাতে ক্ষতিগ্রস্ত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি যথোপযুক্ত পদক্ষেপ গ্রহণ কৰিম। মই নিশ্চিতি দিব বিচাৰিছো যে আমাৰ অৰ্থনীতিৰ শক্তিয়ে এই সময়ছোৱাৰ মাজেৰে আমাক আগবঢ়াই নিব। আমি লাভবান হোৱা দেশৰ পৰা শক্তি ক্ৰয় কৰি যাম।’
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Donald Trampfall of indian rupeeimposition of us tariffs
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d