Horoscope:মেষ: ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত। পুৱা-গধূলি ভগৱানৰ নাম ল’ব। যাত্ৰাৰ বাবে দিনটো শুভ। শুভ ৰং নীলা। শুভসংখ্যা ৭।
বৃষ: কর্মক্ষেত্রত নানা সমস্যা সূচিত হোৱাৰ সম্ভাৱনা। যাত্ৰা কৰোতে সতর্ক হোৱা উচিত। ক’লা ৰঙৰ বস্ত্ৰ পুৱাৰ ভাগত পৰিধান কৰিলে শুভহ’ব। প্রেমত শুভ। শুভ ৰং ক’লা। শুভ সংখ্যা ১।
মিথুন: আয় অনুপাতে ব্যয় বৃদ্ধি পাব। কর্মত সফলতা লাভ কৰিব। পুৱাৰ ভাগত যাত্ৰা কৰিব। বিদ্যাত শুভ হ’ব। শুভ ৰং সেউজীয়া। শুভসংখ্যা ৯।
কর্কট: ব্যৱসায়ত লাভৱান হ’ব। প্ৰেমত ভুল বুজাবুজি হ’ব পাৰে। যাত্রা দুপৰীয়া ১২ বজাৰ পাছত কৰিব। বেঙুনীয়া ৰং শুভ, শুভ সংখ্যা ৫।
সিংহ: কর্মক্ষেত্রত শুভ ফল পাব। পাতল হালধীয়া বা ক্ৰীম ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। সন্ধিয়া ছয় বজাৰ পাছত যাত্রা নকৰিব। প্রেমত বাধা। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।
কন্যা: সমাজত হেয় হ’ব পাৰে। আনৰ প্ৰতি হিংসা-দ্বেষ আদিৰ পৰা বিৰত থাকিব। পৰাপক্ষত যাত্ৰা নকৰাই ভাল। শুভ ৰং পাতল গুলপীয়া। শুভ সংখ্যা ৭।
তুলা: অর্থপ্রাপ্তিৰ ক্ষেত্ৰত সমস্যা সৰু-সুৰা ৰোগৰ সন্মুখীন হ’ব। যাত্রা কৰিব পাৰে। শুভ ৰং বগা। সন্ধিয়া শিৱৰ মন্ত্র জপ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ১।
বৃশ্চিক: পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব। যাত্ৰা কৰোতে সাৱধান হ’ব। সন্তানৰ স্বাস্থ্য লৈ চিন্তিত হ’ব। কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। শুভৰং কমলা। শুভ সংখ্যা ৩।
ধনু: শাৰীৰিক শুভ যদিও পিত্তজনিত ৰোগত ভুগিব পাৰে। হাতত হালধীয়া ৰঙৰ সূতা মেৰিয়াই ল’ব। যাত্ৰাৰ বাবে শুভ দিন। প্ৰেমত সফলতা। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।
মকৰ : ব্যৱসায়-বাণিজ্য মধ্য গতিত চলিব। যাত্রা পুৱা ১০ বজাৰ পাছত কৰিব। ক’লা ৰঙৰ বাহিৰে যিকোনো ৰং আপোনাৰ বাবে শুভ। প্রেমত সন্দেহ ভাব। শুভ ৰং ক’লা। শুভ সংখ্যা ৬।
কুম্ভ: ধনাগমন বৃদ্ধি পাব। বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে দিনটো শুভহ’ব। যাত্ৰাৰ বাবে শুভ। ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ৩।
মীন: অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব। স্বামী-স্ত্ৰীৰ মাজত মতানৈক্য। যান-বাহনৰ দ্বাৰা আঘাত পাব পাৰে। গতিকে চাই-চিতি যাত্ৰা কৰিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।































