Horoscope:✒️মেষ: আর্থিক ক্ষেত্রত উন্নত পৰিৱেশ। আপুনি দিনৰ ১২ বজাৰ পাছতহে যাত্ৰা কৰিব। যাত্ৰাৰ সময়ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব। দাম্পত্যত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।
বৃষ: কর্মক্ষেত্রত জটিলতা আছে। সন্ধিয়া তুলসীৰ তলত চাকি জ্বলালে শুভ হ’ব। নীলা ৰং আপোনাৰ বাবে শুভ। প্রেমত শুভ। যাত্রা নকৰাই উচিত। শুভ ৰং ৰঙা। সংখ্যা ৬।
মিথুন: আগদিনাৰ তুলনাত আজিৰ দিনটো শুভ। আজি আপুনি যাত্রা কৰিলে বগা ৰং ব্যৱহাৰ কৰিব। শুভ কাম কৰিব। বগা ৰং ব্যৱহাৰ কৰিব। শুভ ৰং কমলা। শুভ সংখ্যা ১।
কর্কট: ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। পুৱা যাত্ৰা কৰিব পাৰে। আপোনাৰ শুভ ৰং সেউজীয়া। সহযোগী বন্ধুৰ পৰা আনন্দ পাব। শুভৰং বগা। শুভ সংখ্যা ৩।
সিংহ: কর্মক্ষেত্রত সফলতাৰ বাবে যথেষ্ট চেষ্টা কৰিব লাগিব। পুৱাৰ ভাগত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰি মন্দিৰত যাব। যাত্রা সন্ধিয়া পাঁচ বজাৰ পাছত নকৰিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।
কন্যা: পাৰিবাৰিক জীৱনত স্বামী-স্ত্ৰীৰ মাজত মতানৈক্য হ’ব পাৰে। পৰাপক্ষত আজি আপুনি যাত্রা নকৰাই ভাল। কৰিলেও মন্দিৰত পূজা-পাতল কৰি ল’ব। শুভ ৰং বগা। শুভ সংখ্যা ৭।
তুলা: কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে। কোনো সমস্যাৰ সমাধান হ’ব। আজি সন্ধিয়া আপুনি শিৱ মন্দিৰত চাকি জুলাব। যাত্ৰা কৰিব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।
বৃশ্চিক: ব্যৱসায়ত কঠিন পৰিশ্ৰমৰ অন্তত দিনটোত সফলতা। বিদ্যার্থীসকল শুভ। আবেলি তিনি বজাৰ পাছত যাত্রা নকৰাই ভাল। বিশেষ প্রয়োজন থাকিলে নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰি ল’ব। শুভ ৰং নীলা। শুভ সংখ্যা ৮।
ধনু: কৰ্মস্থানত নিজৰ অস্তিত্ব বজাই থাকিব। পুৰণি ৰোগৰ উপশম ঘটিব। কমলা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰক। পুৱা ভাগত যাত্ৰা কৰিব। শুভ ৰং কমলা। শুভ সংখ্যা ৩।
মকৰ: আর্থিকত শুভ। শৰীৰ মধ্যম। উত্তৰ দিশত যাত্রা নকৰিব। মেৰুণ ৰং ব্যৱহাৰ কৰক। বিদ্যার্থীসকলৰ শুভ। শুভ ৰং মেৰুণ। শুভ সংখ্যা ২।
কুম্ভ: ব্যৱহায়ত আয়ৰ পথ মুকলি হ’ব। ঘৰুৱাত শুভ। যাত্রা নকৰাই ভাল। সন্ধিয়া মন্দিৰত যাব। কলা ৰং আপোনাৰ বাবে শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।
মীন: কথা-বতৰাত সতর্কতাৰ প্ৰয়োজন। আজিৰ দিনটো যাত্ৰাৰ বাবে শুভ। বিদ্যাত শুভ। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত সুখী হ’ব নোৱাৰি। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৪।































