Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শিশুৰ মৃত্যুৰ দুৰ্ভাগ্যজনক ঘটনাই জোঁকাৰিছে গুৱাহাটীবাসীক

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ছেটেলাইটৰ জৰিয়তে চাব উন্মুক্ত নলা-নর্দমা

publisher by publisher
September 5, 2025
in Assam, News
Reading Time: 1 min read
0
শিশুৰ মৃত্যুৰ দুৰ্ভাগ্যজনক ঘটনাই জোঁকাৰিছে গুৱাহাটীবাসীক
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

Guwahati:আউটছোর্চিং নিষিদ্ধ হ’ল মাধ্যমিক শিক্ষানুষ্ঠানত

Child death:✒️অৰাজকতাই চৌদিশ গ্ৰাস কৰা অসমত সম্প্ৰতি মূল্যহীন হৈ পৰিছে চৰকাৰী নির্দেশনা। বহু সময়ত ৰাইজৰ ক্ষোভপ্রশমিত কৰিবলৈ তাৎক্ষণিকভাবে এনে কেতবোৰ নিৰ্দেশনা চৰকাৰীভাৱে দিয়া হয়, যিবোৰ ফুটুকাৰ ফেনত পৰিণত হয়।

ADVERTISEMENT

এই ধৰণৰ ব্যৱস্থাৰ পৰিণতিতে অতি দুর্ভাগ্যজনকভাবে খেলি থকা অৱস্থাতে ঘৰৰ সম্মুখৰ নির্মীয়মাণ পদপথৰ উন্মুক্ত অংশৰে নলাত সৰি পৰি এটি নিষ্পাপ শিশুৱে মহানগৰীত কালি প্রাণ হেৰুৱায়।

উল্লেখ্য যে এই ধৰণৰ কে’বাটাও ঘটনা ইতিপূর্বে মহানগৰীত সংঘটিত হৈছে। ২০২৩ত গণেশগুৰিত সুৰক্ষা ব্যৱস্থা গ্রহণ নকৰাকৈ নলা নিৰ্মাণৰ বাবে খন্দা গাঁতত এখন দুচকীয়া বাহন বাগৰি পৰিছিল আৰু সেই বাহনখনত উঠি যোৱা এগৰাকী ছাত্রী উফৰি গৈ ৰাজপথত পৰিছিল। তেতিয়াই ছাত্ৰীগৰাকীৰ মূৰৰ ওপৰৰে এখন স্কুল বাছৰ চকা পাৰ হৈ গৈছিল। ২০২৪তো পদপথৰ নলাৰ উন্মুক্ত অংশৰে অবিনাশ সৰকাৰ নামৰ এটি আঠ বছৰীয়া শিশু নলাত সৰি পৰিছিল।

তিনি দিনৰ মূৰত শিশুটিৰ মৃতদেহ ঘটনাস্থলীৰ পৰা কে’বা কিলোমিটাৰ নিলগত উদ্ধাৰ হৈছিল। এয়া মাত্র দুটাহে উদাহৰণ। এই দুটা ঘটনাৰ পাছত নলা নিৰ্মাণৰ সময়ত সম্পূর্ণ সুৰক্ষা ব্যৱস্থা গ্রহণ কৰিবলৈ স্বয়ং মুখ্যমন্ত্রীয়ে নির্দেশ দিছিল। সেই নির্দেশ তেনেই এটা সাময়িক কৌশলহে আছিল।

সেই কথাই প্রমাণিত কৰি মহানগৰীৰ আৰ্যনগৰত সুনিত কুমাৰ শ্বাহ নামৰ শিশুটিয়ে কালি করুণ মৃত্যুক সাবটি লয়। কালাপাহাৰ অঞ্চলত উৰণ সেতু আৰু নলা নিৰ্মাণ কৰি থকা ঠিকাদাৰী প্রতিষ্ঠানে যি মইমতালিবে অব্যাহত ৰাখিছে, তাৰেই পৰিণামত এই ঘটনা সংঘটিত হয়।

এই ঘটনাটোক লৈ আজিও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ এক ঘোষণাই কৌতূহলৰ সৃষ্টি কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয়, ‘মই আজি মুখ্য সচিবক নির্দেশ দিছো। নলা-নর্দমাসমূহ ক’ত ক’ত উন্মুক্ত হৈ আছে, ছেটেলাইটৰে চাবলৈ দিছো। নলা উন্মুক্ত হৈ থাকিলে আমি ব্যৱস্থা গ্রহণ কৰিম।’

মুখ্যমন্ত্রীয়ে লগতে কয় যে একাংশ স্থানত নলাত সংস্থাপন কৰা শ্লেব চুৰিও হৈছে। গতিকে ইয়াত সামাজিক সমস্যাও জড়িত আছে। চুৰিৰ দৰে আইন-শৃংখলাৰ স’তে জড়িত বিষয়ক কেবল ৰাইজক বিপথে পৰিচালিত কৰিবলৈকে সামাজিক সমস্যা আখ্যা দিয়াৰ অপচেষ্টা চলোৱা হৈছে বুলি চর্চিত হৈছে।

সম্প্ৰতিৰ ঘটনাটো এক হত্যাকাণ্ড বুলিও স্থানীয় ৰাইজে অভিযোগ কৰে। কাৰণ সেতুৰ লগতে নলা নির্মাণ কার্য অতি বিপজ্জনকভারে চলাই থকা হৈছে। নিশাৰ কথা বাদেই, দিনতেই মানুহ নির্মীয়মাণ পদপথৰে খোজ কাঢ়ি যোৱাটো অতি বিপজ্জনক হৈ পৰিছে। কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্রহণ নকৰাকৈ এই কাম কৰি অহা হৈছে। প্রশাসনো অস্তিত্বহীন।

পৌৰ নিগমৰ স্থানীয় পাৰিষদৰ পৰা আৰম্ভ কৰি আৰক্ষী, জিলা প্রশাসনৰ প্ৰতিনিধি কোনেও এই ধৰণৰ বিপজ্জনক পৰিৱেশক ন্যূনতমো গুৰুত্ব দিয়া নাই। স্থানীয় ৰাইজে ইয়াৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছে। তেনে অভিযোগ অৰণ্যৰোদনত পৰিণত হৈছে।

গতিকে নিজৰ ঘৰৰ সন্মুখত খেলি থকা অবস্থাত কালি যিদবে শিশুটিয়ে প্রাণ হেৰুৱালে, সেয়া প্ৰকাৰান্তৰে এক হত্যা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। কালিৰ ঘটনাটোক লৈ স্থানীয় বহু লোকে আজি প্রতিবাদ সাব্যস্ত কৰে। ইয়াৰ ফলত আজি পুৱা দীর্ঘ সময় ব্যস্ত এ কে আজাদ ৰোড সম্পূর্ণরূপে বন্ধ হৈ পৰে।

ৰাইজে কৰা পথ অৱৰোধত আৰক্ষীও দৌৰি আহে। নানান কূট কৌশলৰে আৰক্ষীয়ে পথ অৱৰোধ প্রত্যাহাৰ কৰিবলৈ ৰাইজক বাধ্য কৰায়। পথ অৱৰোধক লৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ বিপৰীতে কালিৰে পৰা দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত কোনো থিয় হোৱা নাই।

প্রশাসনৰ লোক, স্থানীয় জনপ্রতিনিধি, ঠিকাদাৰী প্রতিষ্ঠানটোৰ প্ৰতিনিধি, কাৰো ওচৰত শিশুটি হেৰাই যোৱা ঘটনাটোৰ মূল্য নাই। আৰ্যনগৰৰ বাসিন্দা ব্যৱসায়ী অজয় দাসে কয়, ‘উৰণ সেতু আৰু পদপথ নিৰ্মাণৰ নামত আমাৰ গোটেই অঞ্চলটোত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰা হৈছে।

কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্রহণ নকৰাকৈ নির্মাণকার্য চলাই থকা হৈছে। সাধাৰণ ৰাইজৰ প্রতি কাৰো দায়িত্ব নাই। তেওঁলোকৰ বেপৰোৱা কাৰ্যৰ পৰিণাম কি হ’ব পাৰে, তাৰ প্ৰতি ন্যূনতমো গুৰুত্ব নাই। পদপথত যেনি-তেনি লোহা ওলাই আছে। সেইবোৰত লাগি বহু লোক আঘাতপ্রাপ্ত হৈছে। আমাৰ ৰাইজে নির্মাণৰ দায়িত্বত থকাসকলক এই বিষয়ে বহুবাৰ অভিযোগ দিছে; অথচ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব নাই। শেষত কালি এটা জীবনেই শেষ হৈ গ’ল। তাৰ পাছতো যেন কাৰোৰেই দায়িত্ব নাই। মুঠতে এক অৰাজক পৰিস্থিতি হৈছে। সেইবাবে কালি ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়।’

বুধবাৰে ঘটনা সংঘটিত হোৱা অংশটোকে ধৰি পদপথটোত ২০টা স্থান উন্মুক্ত হৈ আছে আৰু সেইবোৰত কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নাই।

ইপিনে, কালি শিশুটিৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। খেলি থকা অৱস্থাতে নলাত সৰি পৰা শিশুটি বহু সময় ধৰি ঘৰৰ মানুহে দেখা পোৱা নাছিল। তেতিয়াহে বিচাৰ-খোচাৰত নামিছিল। এটা চিচি কেমেৰাত শিশুটি নলাত পৰাৰ দৃশ্য আৱদ্ধ হৈছিল।

তেনেদৰেহে শিশুটিৰ সন্ধান ওলাইছিল। নলাটো প্রায় সাত ফুট দ। তাত চাৰি ফুট পানী আছিল। সেই পানীত ওপঙি আছিল শিশুটিৰ নিথৰ দেহ। এনেদৰে হঠাৎ সন্তানক হেৰুওৱা ঘৰখনত বিৰাজ কৰিছে অবর্ণনীয় পৰিৱেশ। পিতৃ-মাতৃ, ককাক-আইতাক, আনকি চুবুৰীয়াও আজি শোকত দগ্ধ। পিতৃ-মাতৃক সান্ত্বনা দিবলৈ কাৰো ভাষা নাই। তাৰ মাজতে যন্ত্রবৎ পিতৃয়ে আজি মৰণোত্তৰ পৰীক্ষাৰ সময়ত জিএমচিএইছত উপস্থিত থাকে। শোকত দগ্ধ মাতৃ মুহূর্তে মুহূর্তে মূছকছ যায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamChildDeathGuwahati
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d