Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

    CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বাস্তৱৰ ‘ৰেঞ্চো’ৰ বাবেই লাডাখত ‘অল ইজ নট বেল?’

ন বছৰ পৰ্যন্ত স্কুললৈ যোৱা নাছিল শৈশৱৰ পৰাই 'বিদ্রোহী' বাংচুক

publisher by publisher
September 26, 2025
in India, News
Reading Time: 1 min read
0
বাস্তৱৰ ‘ৰেঞ্চো’ৰ বাবেই লাডাখত ‘অল ইজ নট বেল?’
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

 Sonam Wangchuk:লাডাখৰ লেহত সোনম ৱাংচুকৰ মমবাতি সমদল

লাডাখৰ জোজিলাত হিমস্খলনত সাতজনৰ মৃত্যু!

উত্তপ্ত লাডাখ: পৰিৱেশ কৰ্মী ৱাংচুকক এনএছএত গ্ৰেপ্তাৰ কৰি লৈ গ’ল অজ্ঞাত স্থানলৈ

Ladakh:✒️সম্প্রতি অশান্ত হৈ পৰিছে লাডাখ।কেন্দ্রশাসিত অঞ্চলটোক সংবিধানৰ ষষ্ঠ অনুসূচীৰ আওতালৈ আনি পূর্ণ ৰাজ্যৰ মৰ্যাদা প্রদানৰ দাবীত বুধবাৰে লাডাখৰ লেহত বিক্ষোভআৰম্ভ হয়। সেই বিক্ষোভে লাহে লাহে হিংসাৰ ৰূপ লয়। প্রাপ্ত তথ্য অনুসৰি, নিৰাপত্তা বাহিনীৰে বিক্ষোভকাৰীৰ সংঘৰ্ষৰ ফলত এই পর্যন্ত চাৰিজন লোক নিহত হৈছে। আহত হৈছে প্রায় ৮০ জন। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাডাখত সান্ধ্য আইন জাৰি কৰা হৈছে।

ADVERTISEMENT

অহা ছয় অক্টোবৰত লাডাখৰ প্রতিনিধি দলৰ স’তে কেন্দ্রই বৈঠকত মিলিত হোৱাৰ কথা। তাৰ পূৰ্বে বুধবাৰে এদল যুৱকে চহৰত বিক্ষোভ প্রদর্শন কৰে। অভিযোগ অনুসৰি, বিক্ষোভ চলি থকাৰ সময়তে একাংশ বিক্ষোভকাৰীয়ে লেহত বিজেপিৰ কার্যালয়ত অগ্নি সংযোগ কৰে। কেৱল সেয়াই নহয়, বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত থকা আৰক্ষীৰ গাড়ীতো অগ্নি সংযোগ কৰা হয়। তাৰ পাছতে পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰে। আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ জোৱানৰ স’তে সংঘর্ষত লিপ্ত হয় একাংশ বিক্ষোভকাৰী।

উত্তেজিত লোকসকলক ছত্রভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ এৰে। লাঠিচালনাও কৰা হয়। লাডাখত বুধবাৰৰ বিক্ষোভক লৈ ক্ষোভ প্রকাশ কৰিছে লাডাখক পূৰ্ণ ৰাজ্যৰ দাবীত চলা আন্দোলনৰ অন্যতম মুখ ছোনম ৱাংচুকে।

অভিযন্তা, গৱেষক তথা শিক্ষা সংস্কাৰক ৱাংচুকৰ মতে, হিংসাৰ আগত শান্তিপূর্ণ প্রতিবাদৰ পৰাজয় হ’ল। অৱশ্যে তেওঁ লগতে কয় যে লাডাখৰ ৰাজনৈতিক দলসমূহ অযোগ্য। তেওঁলোকে তৰুণ প্রজন্মক সঠিক দিশ দেখুওৱাত ব্যর্থ হৈছে। ৱাংচুকৰ মতে, এয়া দীর্ঘদিন ধৰি পুঞ্জীভূত হৈ থকা জুইৰ বহিঃপ্রকাশ। অৱশ্যে বাংচুকে স্পষ্টভারে জনায় যে কোনো হিংসাত্মক আন্দোলনক তেওঁ সমর্থন নকৰে।

অথচ লাডাখৰ অশান্ত পৰিস্থিতিৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ তৰফৰ পৰা ৱাংচুককে দায়ী কৰা হৈছে। কোৱা হৈছে যে তেওঁৰ ‘উচতনিমূলক’ মন্তব্যৰ বাবেই লাডাখ অশান্ত হৈ পৰিছে। ‘স্টুডেন্টছ এডুকেচনেল এণ্ড কালচাৰেল মুভমেন্ট অৱ লাডাখ’ৰ প্রতিষ্ঠাপক তথা সমাজকর্মী বাংচুকক সমালোচনা কৰি কেন্দ্রই দাবী কৰিছে যে বাৰে বাৰে আবেদন কৰা সত্ত্বেও একাধিক নেতাই অনশন প্রত্যাহাৰ নকৰা আৰু ‘আৰব বসন্ত’, ‘নেপালৰ জেন জি’ আদি প্রসংগ উত্থাপন কৰি লাডাখৰ জনগণক বিভ্রান্ত কৰা হৈছে। বিবৃতিত কোৱা হৈছে যে ৱাংচুকৰ বক্তব্যত ‘উদ্বুদ্ধ’ হৈয়েই জনতাৰ এটা অংশই অনশনস্থলী ত্যাগ কৰি ৰাজনৈতিক দলৰ কাৰ্যালয় আৰু চৰকাৰী কাৰ্যালয়ত আক্রমণ চলায়। চৰকাৰী সূত্ৰই দাবী কৰিছে যে ইচ্ছাকৃতভাৱেই অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে।

এতিয়া প্রশ্ন হৈছে যে এই ছোনম বাংচুক কোন? কিদৰে তেওঁ লাডাখত আন্দোলনৰ মুখ হৈ উঠিছে? জীবিকাত অভিযন্তা যদিও সামগ্রিকভাবে এজন শিক্ষাবিদ তথা সমাজকর্মী রাংচুকৰ কথা দেশৰ মানুহে প্রথম জানিব পাৰে প্ৰধানকৈ ‘গ্রী ইডিয়টছ’ ছবিখন মুক্তি পোৱাৰ পাছত। ২০০৯ত মুক্তি পাইছিল ছবিখনে। আমিৰ খান অভিনীত চৰিত্ৰ ৰঞ্চোৰদাস শ্যামলদাস চাঁচড় ওৰফে ‘বেঞ্চো’ চৰিত্ৰটো সৃষ্টি কৰা হৈছিল ৱাংচুকৰ জীৱনৰ ভিত্তিত।

১৯৬৬ত লাডাখৰ লেহৰ আলাচিৰ সমীপত ৱাংচুকৰ জন্ম হয়। ন বছৰ বয়স পর্যন্ত তেওঁ কোনো স্কুলত ভর্তি হোৱা নাছিল। কাৰণ তেওঁৰ গাঁৱত কোনো স্কুলেই নাছিল। প্রাথমিক শিক্ষা লাভ কৰিছিল মাতৃৰ পৰা। ন বছৰ বয়সত বাংচুকক শ্রীনগৰলৈ লৈ যোৱা হয় আৰু তাৰ এখন স্কুলত ভর্তি কৰোৱা হয়। যিহেতু বাংচুক দেখাত আন ছাত্ৰসকলৰ তুলনাত পৃথক আছিল, সেয়ে তেওঁৰ স’তে কোনেও বিশেষ কথা নাপাতিছিল।

বাংচুকৰ মতে, সেই সময়খিনি তেওঁৰ জীৱনৰ সবাতোকৈ অন্ধকাৰ সময় আছিল। শ্রীনগৰৰ স্কুলত বাংচুকৰ স’তে এনে আচৰণ কৰা হৈছিল যে সেয়া সহ্য কৰিব নোৱাৰি ১৯৭৭ত তেওঁ অকলে দিল্লীলৈ পলাই যায়। তাত তেওঁ বিশেষ কেন্দ্রীয় বিদ্যালয়ৰ অধ্যক্ষক সাক্ষাৎ কৰে। সেই অধ্যক্ষৰ সাহায্যতে স্কুলত নতুনকৈ ভর্তি হয় তেওঁ।

স্কুলৰ পঢ়া-শুনা শেষ কৰি বাংচুকে ইঞ্জিনীয়াৰিং পঢ়িবলৈ লয়। ১৯৮৭ত নেচনেল ইনষ্টিটিউট অব টেকন’লজি, শ্রীনগৰৰ পৰা তেওঁ মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিগ্রী অর্জন কৰে। ইঞ্জিনীয়াৰিঙৰ কোন শাখাত অধ্যয়ন কৰিব, সেই বিষয়ত পিতৃৰ স’তে হোৱা মতবিৰোধৰ বাবে পঢ়া-শুনাৰ খৰচ ৱাংচুকেই উলিয়াবলগীয়া হৈছিল। স্নাতক হোৱাৰ পাছত ১৯৮৮ত ভ্রাতৃ আৰু পাঁচ সহকর্মীৰ স’তে তেওঁ ‘স্টুডেন্টছ এডুকেচনেল এন্ড কালচাবেল মুভমেন্ট অব লাডাখ’ (এছইচিএমঅ’এল) নামেৰে এটা বেচৰকাৰী সংস্থা আৰম্ভ কৰে। ছাছপোলৰ চৰকাৰী উচ্চ বিদ্যালয়ত স্কল সংস্কাৰক লৈ পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত তেওঁৰ সংস্থাটোৱে চৰকাৰী শিক্ষা বিভাগ আৰু গাঁৱৰ ৰাইজৰ সহযোগিতাত ‘অপাৰেচন নিউ হোপ’ আৰম্ভ কৰে।

১৯৯৩ত লাডাখত ছপা হোৱা একমাত্র পত্রিকা ‘লাডা মেলং’ প্রকাশ কৰে ৱাংচুকে। ২০০৫ৰ আগষ্ট পর্যন্ত তেওঁ উক্ত পত্রিকাৰ সম্পাদকৰূপে কার্যনির্বাহ কৰে। ২০০১৩ তেওঁ পার্বত্য পৰিষদ চৰকাৰৰ শিক্ষা উপদেষ্টাৰূপে নিযুক্ত হয়। ২০০২৩ রাংচুকে লাডাখৰ বেচৰকাৰী সংস্থাসমূহৰ স’তে একত্রিত হৈ ‘লাডাখ ভলিউল্টেবা নেটৱক’ প্রতিষ্ঠা কৰে। ২০০৫ পর্যন্ত তেওঁ উক্ত সংস্থাৰ কাৰ্যবাহী সমিতিৰ সচিবৰূপে দায়িত্ব পালন কৰিছিল। লাডাখ পার্বত্য পৰিষদৰ ‘লাডাখ ২০২৫’ শীর্ষক নথিৰ খচৰা সমিতিতো তেওঁ নিযুক্ত হয়। ২০০৪ত লাডাখৰ শিক্ষা আৰু পর্যটন নীতি প্রণয়নৰ দায়িত্ব পায় রাংচুকে।

২০০৫ত ভাৰতৰ তৎকালীন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ আমোলত তেওঁ ভাৰত চৰকাৰৰ মানবসম্পদ উন্নয়ন মন্ত্রণালয়ত জাতীয় পৰিচালনা পৰিষদৰ সদস্য নিযুক্ত হয়। ২০০৭ৰ পৰা ২০১০ পর্যন্ত তেওঁ শিক্ষা সংস্কাৰৰ বাবে শিক্ষা মন্ত্রণালয়ক সাহায্য কৰা কামত যুক্ত এটা বেচৰকাৰী সংস্থাৰ উপদেষ্টাৰ দায়িত্ব পালন কৰে। ইয়াৰ পাছত ২০১১ত উচ্চশিক্ষাৰ বাবে তেওঁ ফ্ৰান্সৰ শ্ৰেণ’বলৰ ‘ফ্ৰেটেৰ স্কুল অৱ আর্কিটেকচাৰ’ত ভর্তি হয়। তাত দুবছৰ অধ্যয়ন কৰি তেওঁ দেশলৈ উভতি আহে। ২০১৬ত রাংচুকে ‘ফার্মষ্টেছ লাডাখ’ নামৰ এটা প্রকল্প আৰম্ভ কৰে। সেই প্রকল্পৰ মাধ্যমেৰে পর্যটকসকলক লাডাখৰ স্থানীয় পৰিয়ালসমূহৰ স’তে থকাৰ ব্যৱস্থাও কৰা হয়।

২০১৩ৰ শেষৰফালে কৃত্রিম বৰফস্তূপৰ এটা নমুনা তৈয়াৰ কৰে রাংচুকে। এই কৃত্রিম বৰফৰ স্তূপ আচলতে এটা কৃত্রিম হিমবাহ। শীতকালত নদীৰ পানী বিশাল বৰফস্তূপৰ আকাৰত সংৰক্ষণ কৰি সেয়া বসন্তৰ শেষৰ ফাৰে বৰফ গলাৰ সময়ত এৰি দিয়া হয়। ২০১৩ত বাংচুকক জম্মু আৰু কাশ্মীৰৰ ৰাজ্য স্কুল শিক্ষা ব’ৰ্ডত নিযুক্তি দিয়া হয়। সেইদৰে ২০১৪ত তেওঁক জম্মু আৰু কাশ্মীৰৰ ৰাজ্য শিক্ষানীতি প্রস্তুতৰ বাবে গঠিত বিশেষজ্ঞ পেনেলতো যুক্ত কৰা হয়।

২০১৫ৰ পৰা ৱাংচুকে বৰফাবৃত হিমালয়ৰ কোলাত ‘হিমালয়ান ইনষ্টিটিউট অব অল্টাৱনেটিভছ’ নামৰ এক শিক্ষা প্রতিষ্ঠান আৰম্ভকৰাৰ কামত হাত দিয়ে। ইয়াৰ উদ্দেশ্য আছিল কেরল পুথিগত বিদ্যা নহয়, হাতে-কলমে শিক্ষার্থীক জীৱন ধাৰণৰ পাঠ শিকোৱা। ২০১৮ত তেওঁৰ সেই প্রতিষ্ঠান নির্মাণ হয়।

কৃত্রিম হিমবাহ তৈয়াৰৰ উপৰি লাডাখ, ছিক্কিম আৰু নেপালৰ দৰে পাহাৰীয়া অঞ্চলত সৌৰশক্তিচালিত ঘৰৰ নক্সা আৰু তত্ত্বাৱধানতো রাংচুকে দীর্ঘদিন ধৰি সাহায্য কৰি আহিছে। রাংচুকৰ শিক্ষা প্রতিষ্ঠানখনো সৌবশক্তিচালিত। লাডাখ অঞ্চলত শীতকালত যেতিয়া তাপমাত্রা শূন্য ডিগ্ৰীৰ তললৈ নামি যায়, তেতিয়াও তেওঁৰ বিদ্যালয়ৰ শিক্ষার্থীসকলক মনোৰম পৰিৱেশ প্রদান কৰে। ২০২১ ৰ ফেব্ৰুৱাৰীত তেওঁ ভাৰতীয় সেনাবাহিনীৰ বাবে সৌৰশক্তিচালিত তম্বু তৈয়াৰ কৰে। প্রত্যেক তম্বুত প্রায় ১০জন সেনা থাকিব পাবে। শিক্ষা আৰু সমাজ সংস্কাৰমূলক কামৰ বাবে তেওঁ দেশ-বিদেশত একাধিক পুৰস্কাৰ লাভকৰিছে। লাডাখত সমাজসেৱামূলক কামৰ বাবে ২০১৮ত বমন মেগছেছে বঁটাও লাভ কৰে।

ইয়াৰ পাছত ২০২৩ত লাডাখৰ প্ৰকৃতি আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ দাবীত সৰৱ হয়। কেন্দ্ৰীয় চৰকাৰে সেই দাবী মানি নোলোৱাত তেওঁ অনশনো আৰম্ভ কৰিছিল। পাথৰ আৰু প্রাকৃতিক সম্পদ আহৰণৰ বাে ২০১৯ৰ পৰা বাচ্চুকে নতুন সংগ্ৰাম আৰম্ভ কৰে। কেন্দ্রক লাডাখৰ বাবে কে’বাটাও দাবী নির্বিচাৰে ডিনামাইট বিস্ফোৰণ ঘটাই লাডাখৰ পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰা হৈছে বুলিও তেওঁ অভিযোগ তুলিছিল। ইয়াৰ সমান্তৰালকৈ জনজাতি অধ্যুষিত এই কেন্দ্রশাসিত অঞ্চলে কিয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ মর্যাদা নাপাব, তাক লৈও প্রশ্ন তুলিছিল বাংচুকে।

লাডাখক ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবীত বিগত কিছু বছৰৰ পৰা আন্দোলন অব্যাহত আছে। সেই আন্দোলনৰ অন্যতম মুখ হৈ পৰে রাংচুক। তেওঁৰ বক্তব্য হৈছে, লাডাখক সংবিধানৰ ষষ্ঠ অনুসুচীত অন্তর্ভুক্ত কৰি পূৰ্ণ ৰাজ্যৰ মর্যাদা প্রদান কৰা হওক। লাডাখৰ বাবে এক পৃথক পাব্লিক ছার্ভিচ কমিচন গঠন কৰা হওক। তাৰ লগতে লেহ আৰু কার্গিল জিলাৰ বাবে পৃথক লোকসভা আসনৰ ব্যৱস্থা কৰা হওক। এই ধৰণৰ নানা দাবী লৈ সঘনাই সৰৱ হৈ আহিছে বাস্তৱ জীৱনৰ ‘বেঞ্চো’।

বিগত বছৰৰ আৰম্ভণিৰ পৰা কে’বাবাবো অনশনতো বহিছে। লাডাখৰ বাবে পৃথক পাব্লিক ছার্ভিচ কমিচন আৰু তাত চাকৰি দিয়াৰ পৃথক প্ৰক্ৰিয়া, খনি ব্যৱসায়ী আৰু উদ্যোগ গোষ্ঠীসমূহৰ কবলৰ পৰা লাডাখৰ প্রাকৃতিক পৰিৱেশক ৰক্ষা কৰা তথা সর্বোপৰি লাডাখক সংবিধানৰ ষষ্ঠ অনুসূচীৰ আওতাভূক্ত কৰাক লৈও তেওঁ সঘনাই সৰৱ হৈ আহিছে।

যোৱা ১০ ছেপ্টেম্বৰত ৱাংচুকে একাংশ সতীর্থৰ স’তে অনশনত বহিছিল। অহা ছয় অক্টোবৰত কেন্দ্রই লাডাখৰ প্রতিনিধিসকলৰ স’তে বৈঠকত মিলিত হোৱাৰ কথা আছে; কিন্তু তাৰ আগতেই বুধবাৰে লেহ চহৰত বিক্ষোভে হিংসাৰ ৰূপ লয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ladakh
publisher

publisher

Related Posts

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য
India

September 24, 2026
Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক
India

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

September 24, 2026
CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ
India

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

September 24, 2026
Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d