Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cid ADGP Pressmeet: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ এছআইটিৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত চিআইডিৰ এডিজিপি মুন্না প্ৰসাদ গুপ্তা

ছিংগাৰপুৰস্থ প্ৰবাসী অসমীয়া সকলৰ ভাষ্য ভিডিঅ কনফাৰেন্সৰ জৰিয়তে নহ'ব সোঁশৰীৰে গুৱাহাটীলৈ আহিব লাগিব

publisher by publisher
October 11, 2025
in Assam, Crime
Reading Time: 1 min read
0
Cid ADGP Pressmeet: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ এছআইটিৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত চিআইডিৰ এডিজিপি মুন্না প্ৰসাদ গুপ্তা
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

Cid ADGP Pressmeet:

অসমীয়াৰ হিয়াৰ আমঠু ৰহস্যজনক মৃত্যু ঘটনাই আজি ২২ দিন অতিক্ৰম কৰিলে যদিও সমস্ত ঘটনাৰ তদন্তত নিয়োজিত চিআইডিৰ এছআইটিয়ে এই পৰ্যন্ত ছিংগাৰপুৰৰ প্ৰবাসী অসমীয়া সকলক অসমলৈ আনিব নোৱাৰা বিষয়টোক লৈ অসমবাসী আশ্বস্ত হ’ব পৰা নাই বুলি শেহতীয়াকৈ বিভিন্ন মহলক চৰ্চা লাভ কৰাত শনিবাৰে চিআইডিৰ এডিজিপি তথা এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই এক সংবাদমেল সম্বোধন কৰে ৷
সংবাদমেলত চিআইডিৰ মুৰব্বী গৰাকীয়ে জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ অগ্ৰগতি সম্পৰ্কত কয়, এছ আইটিয়ে তদন্ত ক্ষীপ্ৰতাৰে চলাই আছে আৰু এছআইটিৰ দল ছিংগাপুৰলৈ যোৱাৰ কথা উল্লেখ কৰি কয়,ছিংগাপুৰলৈ যোৱা এটা বিশেষ ব্যৱস্থা আছে৷ বিদেশী ৰাষ্ট্ৰত অন্য দেশৰ পুলিচে নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰে৷আমি মিউচুৱেল লিগেল ৰিকুৱেষ্ট যোগে তদন্তৰ প্ৰস্তাৱ ইতিমধ্যে প্ৰেৰণ কৰিছো৷আমাৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে প্ৰস্তাৱ পঠিয়াইছো ৷ আনহাতে ছিংগাপুৰৰ এট’ৰ্নি জেনেৰেলৰ কাৰ্যালয়ত ইতিমধ্যে আমি পঠিওৱা প্ৰস্তাৱ গৈ পাইছে ৷
শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে আৰু কয় যে, ছিংগাপুৰে আমাক তালৈ যাবলৈ অনুমতি নিদিব | আমি ছিংগাপুৰত গৈ তদন্ত কৰিব নোৱাৰো ৷ অৱশ্যে আমি ছিংগাপুৰস্থ ভাৰতীয় দূতাবাসৰ জৰিয়তে ছিংগাৰপুৰৰ চৰকাৰৰ লগত যোগাযোগত আছো ৷
আমি জাৰি কৰা চমন অনুসৰি এজন প্ৰবাসী অসমীয়া গুৱাহাটী উপস্থিত হ’ল যদিও ছয় অক্টোবৰৰ নিৰ্ধাৰণ কৰি দিয়া অনুসৰি অন্য প্ৰবাসী অসমীয়া সকল উপস্থিত নথকা বিষয়টো এছ আই টিয়ে কঠোৰস্থিতি গ্ৰহণ কৰি পুনৰ প্ৰবাসী অসমীয়া সকলক আনিবৰ বাবে বিশেষ পদক্ষেপ লৈছে ৷
প্ৰবাসী অসমীয়া সকলৰ উপস্থিতিৰ বাবে বান্ধি দিয়া সময়সীমা ইতিমধ্যে উকলি গৈছে ৷ পুনৰ নিৰ্দিষ্ট সময় দিয়া হৈছে ৷ তেওঁলোকে তদন্তত আহিবই লাগিব৷ কেছ ৰেজিষ্টাৰ হোৱাৰ লগে লগে ছিংগাপুৰ চৰকাৰলৈ তদন্তৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছো ৷ প্ৰবাসী অসমীয়া সকলক অতি শীঘ্ৰে আহিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ হয়তু ছিংগাপুৰতো তেওঁলোকৰ বিৰুদ্ধে তদন্ত চলি আছে ৷ যাৰবাবে তেওঁলোক অহাতো পলম হৈছে ৷
আনহাতে চিআইডিৰ মুৰব্বী গৰাকীয়ে আৰু কয় যে,আমি যাও বুলিয়েই ছিংগাপুৰলৈ গৈ ক্ৰাইম ছিন ভিজিট কৰিব নোৱাৰো ৷ ছিংগাপুৰৰ চৰকাৰৰ সেউজ সংকেত পালেই এছআইটিয়ে ক্ৰাইম ছিন ভিজিট কৰিব ৷
আনহাতে ,কিছু কিছু মহলত চলি থকা চৰ্চা অনুসৰি তেওঁলোকে গুৱাহাটীত উপস্থিত নোহোৱাকৈ ভিডিঅ কনফাৰেন্স যোগে ভাষ্য প্ৰদানৰ বিষয়টো পোনচাতেই নাকচ কৰি এডিজিপি গৰাকীয়ে স্পষ্ট কৰি দিয়ে যে,ভিডিঅ কনফাৰেন্সত নহয় তেওঁলোকে সোঁশৰীৰে আহি তদন্তৰ সন্মুখীন হ’ব লাগিব ৷ আনহাতে ছিংগাপুৰৰ য়টত থকা ১১ জন লোকৰ নাম ইতিমধ্যে আমি পাইছো ৷
ইপিনে,ভিছেৰা ৰিপৰ্ট সম্পৰ্কত গুপ্তাই কয়, ইতিমধ্যে জুবিনৰ ভিছেৰা ৰিপৰ্ট দিল্লীৰ পৰা আমাৰ হাতত পৰিছে আৰু গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷ গুৱাহাটী মেডিকেল কলেজে এখন তদন্ত কমিটি গঠন কৰিছে ৷ তদন্ত কমিটিয়ে পৰীক্ষা কৰিব ভিছেৰা ৰিপৰ্ট I
তদন্ত কমিটিয়েহে ফাইনেল পোষ্টমৰ্টেম ৰিপ’ৰ্ট দিব ৷
শ্যামকানু মহন্ত,সিদ্ধাৰ্থ শৰ্মা সহ আন অভিযুক্ত সকলকএছআইটিয়ে যিমানদিন জিম্মাত ল’ব লাগে সিমান দিন লৈছেই ৷ আইনমতে ১৪ দিনতকৈ অধিক দিন আমি তেওঁলোকক জিম্মাত ল’ব নোৱাৰো ৷ আমি বহু লোকৰ সাক্ষী ইতিমধ্যে গ্ৰহণ কৰিছো ৷ জুবিনৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আওতাত পৰা কোনোৱে সাৰি যাব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে মুন্না প্ৰসাদ গুপ্তাই ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Adgp munna prasad guptacid hqCID InquiryGuwahatiPress MeetZubeen Garg death incident
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d