Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Mizoram Bye Election Results:মিজোৰামৰ উপ- নিৰ্বাচনত মুখথেকেচা শাসকীয় ডেড পিএম

ডাম্পা সমষ্টিত বিজয়ী এমএনএফৰ ড: আৰ লালথানলিয়ানা

publisher by publisher
November 14, 2025
in National
Reading Time: 1 min read
0
Mizoram Bye Election Results:মিজোৰামৰ উপ- নিৰ্বাচনত মুখথেকেচা শাসকীয় ডেড পিএম
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Mizoram Bye Election Results:

চুবুৰীয়া পাৰ্বত্য ৰাজ্য মিজোৰাম বিধানসভাৰ ডাম্পা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ আজি আছিল ভোট গণনা ৷ পুৱাৰে পৰা অনুষ্ঠিত হোৱা ভোট গণনাৰ অন্তত এমএনএফৰ প্ৰক্ষেপিত প্ৰাৰ্থী ড: আৰ লালথানলিয়ানা বিজয়ী হয় ৷ ড:লালথানলিয়ানাই পৰাভূত কৰে শাসকীয় ডেড পিএমৰ প্ৰাৰ্থী ভানলালচাইলোভাক ৷

ADVERTISEMENT

উল্লেখ্য যে ভাৰতৰ নিৰ্বাচন আয়োগে শুকুৰবাৰে ঘোষণা কৰা অনুসৰি ডাম্পা সমষ্টিৰ উপ-নিৰ্বাচনত ৫৬২ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে মিজো নেশ্যনেল ফ্ৰণ্টৰ প্ৰাৰ্থী আৰ লালথাংলিয়ানাই। আজি পুৱা ৮ বজাৰ পৰা ডাম্পা উপ-নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হয় আৰু ৫ ৰাউণ্ড গণনাৰ অন্তত এম এন এফৰ প্ৰাৰ্থী গৰাকীয়ে ৬৯৮১টা ভোট লাভ কৰি বিজয়ী সাব্যস্ত কৰে ৷ আনহাতে ৬৪১৯টা ভোট লাভ কৰে জোৰাম পিপলছ মুভমেণ্টৰ প্ৰাৰ্থী ভানলালছাইলোভাই।

ইফালে কংগ্ৰেছৰ জন ৰটলুয়াংলিয়ানাই ২৩৯৪টা, ভোট ৷ বিজেপিৰ লালমিংথাংগাই ১৫৪১টা আৰু মিজোৰাম পিপলছ কনফাৰেন্সৰ প্ৰাৰ্থী কে জাহমিংথাংগাকে ৫০টা ভোট লাভ কৰে ৷

উল্লেখযোগ্য চলিতবৰ্ষৰ ২২ জুলাইত নতুন দিল্লীৰ এখন চিকিৎসালয়ত এমএনএফৰ ডাম্পা সমষ্টিৰ বিধায়ক লালৰিণ্টলুয়াংগা চাইলোৰ মৃত্যু হয় ৷ ছাইলো দুবাৰৰ বিধায়ক আছিল ডাম্পাৰ ৷

আজি ডাম্পা সমষ্টিৰ উপ- নিৰ্বাচনত এম এন এফে ডাম্পা সমষ্টি পুনৰ দখল কৰাৰ জৰিয়তে বিধানসভাত দলটোৰ সংখ্যা হ’লগৈ ১০ ৷

৪০ জনীয়া মিজোৰাম বিধানসভাত শাসকীয় জেড পি এমৰ সংখ্যা ২৭ খন ৷ একক সংখ্যাগৰিষ্ঠতাৰে ৰাজ্যখন শাসন কৰি আছে জেড পি এমে ৷

বিহাৰ বিধানসভা নিৰ্বাচনৰ সমান্তৰালকৈ আজি পুৱা ৮ বজাৰ পৰা ৬খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮ খন বিধানসভাৰ আসনৰ বাবে উপ-নিৰ্বাচন ভোট গণনা আৰম্ভ হয় । একেদৰে জম্মু-কাশ্মীৰৰ বুডগাম, আৰু নাগ্ৰোটা, ৰাজস্থানৰ অন্তা, পঞ্জাৱৰ তৰ্ণ তৰণ; ঝাৰখণ্ডৰ ঘাটচিলা; ওড়িশাৰ নুৱাপাদা’ আৰু তেলেংগানাৰ জুবলী হিলছতো ভোট গণনা  হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mizoram Bye Election ResultsMNF winner
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

September 29, 2026
Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d