Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Zubeen Garg:ন্যায় কেতিয়া ! আজি জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন

বিজেপিৰ 'জীৱন সুৰভি'-অগপৰ 'জাতীয় স্বাভিমান দিৱস'-কংগ্ৰেছৰ বিশেষ কাৰ্যসূচী,আছুৰ মানৱ শৃংখল

publisher by publisher
November 18, 2025
in Assam
Reading Time: 1 min read
0
Zubeen Garg:ন্যায় কেতিয়া ! আজি জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Dispur:দ্বিবিভক্ত হোৱাৰ দিশে দিছপুৰ থানা !

Garima Saikia Garg Pressmeet:অসুস্থ দেহাৰে প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন গৰিমা শইকীয়া গাৰ্গ

Zubeen Garg:জুবিন গাৰ্গৰ বসতিস্থান ভগদত্তপুৰত সুৰা বিপণীৰ অনুজ্ঞা পত্ৰ নিদিবলৈ চৰকাৰক আহ্বান ৰাইজৰ

Zubeen Garg:

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি ৫৩ সংখ্যক জন্মদিন। ১৯৭২ৰ ১৮ নৱেম্বৰত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীৰ অবর্তমানত আজি প্ৰথমবাৰলৈ জন্মদিন পালন কৰিছে ৰাজ্যবাসীয়ে। উল্লেখ্য যে যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যুক সাৱটি লৈছিল জুবিন গার্গে। তেওঁৰ মৃত্যু কিদৰে কেনেকৈ হ’ল সেয়া আজিও ধূসৰ হৈয়ে আছে। মৃত্যুৰ দুমাহত ভৰি দিয়াৰ পাছতো আজিও এয়া হত্যা নে দুর্ঘটনা স্পষ্ট নহ’ল। অৱশ্যে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে চিআইডিৰ বিশেষ তদন্তকাৰী গোটে। সমান্তৰালভাৱে প্রতি ক্ষণত ঘটনাৰ দৃশ্যপট সলনি হৈ অহাৰ বিষয়টোরেও শিল্পীজনৰ লক্ষ লক্ষ অনুৰাগীৰ মনত বিভিন্ন প্ৰশ্নৰ উদ্রেক ঘটাইছে। সকলোৰে মনত মাথোঁ এটাই প্রশ্ন কেতিয়া ন্যায় পাব জুবিন গাৰ্গে? তাৰ মাজতে ন্যায়ৰ আশাত বন্দী পৰিয়ালৰ লগতে লক্ষ লক্ষ অনুৰাগীয়ে আজি প্রিয় শিল্পীজনৰ জন্মদিনৰ আয়োজন কৰিছে I

ADVERTISEMENT

। জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহত জন্মদিন আয়োজন কৰা হৈছে ৷ বিভিন্ন জনে জন্মদিনৰ শুভেচ্ছা জনাবলৈ ভীৰ কৰিছে হাৰ্টথ্ৰৱ গৰাকীৰ বাসগৃহত ৷ আনহাতে জন্মদিনৰ শুভেচ্ছা দিবলৈ অহা জুবিন গাৰ্গৰ অনুৰাগী মাজত বহি আবেগিক পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পিতৃ কপিল বৰঠাকুৰ I প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ উপলক্ষ্যে কাহিলীপাৰা বাসগৃহত নাম প্ৰসংগ পুৱাৰে পৰা আৰম্ভ কৰে আইমাতৃ সকলে ৷

আনহাতে  জুবিনৰ ফ্লেটৰ আৱাসিক অট্টালিকাটোৰ দেৱালসমূহ জুবিন গাৰ্গৰ ছবি, বাহন আদি অংকন কৰি সজাই তোলা হৈছে। কাইলৈ জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰি প্রিয় শিল্পীজনৰ ৰহস্যজনক মৃত্যুত পুনৰবাৰ ন্যায় দাবী তোলে লক্ষ লক্ষ অনুৰাগীয়ে I

ইফালে, অনুৰাগী, বিভিন্ন দল-সংগঠনসমূহৰ উপৰি ৰাজনৈতিক দলসমূহে আজি জুবিন গাৰ্গৰ জন্মদিন আয়োজন কৰিছে। এই বিশেষ দিনটোত ৰাজ্যৰ মুঠ ৫৩টা স্থানত ৰক্তদান শিবিৰ আয়োজন কৰিছে ৰাজ্যিক বিজেপিয়ে। খানাপাৰা খেলপথাৰত আয়োজিত ‘জীৱন সুৰভি’ শীর্ষক অনুষ্ঠানত ৰক্তদান কৰি মুকলি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। দুপৰীয়া এই অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰক্তদান কৰিব বুলি এক প্ৰেছ বার্তাত ৰাজ্যিক বিজেপিয়ে সদৰী কৰিছে। সমান্তৰালভাৱে জুবিন গাৰ্গৰ জন্মদিনটো প্ৰতি বছৰে ‘জাতীয় স্বাভিমান দিৱস’ৰূপে উদযাপন কৰিব অসম গণ পৰিষদে। ইতিমধ্যে অগপ সভাপতি অতুল বৰাই এই কথা সদৰী কৰিছে। এই উপলক্ষে আজি দলটোৱে ৰাজ্যজুৰি সংশ্লিষ্ট জিলা নেতৃত্বৰ উদ্যোগত এই দিৱস পালন কৰিছে। ইয়াৰ কেন্দ্রীয় কার্যসূচী দীঘলীপুখুৰীৰ সমীপৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আয়োজন কৰা হৈছে আৰু আমবাৰী কেন্দ্রীয় কার্যালয়ত এক ৰক্তদান শিবিৰৰ জৰিয়তে এই দিৱৰ কাৰ্যসূচী মুকলি কৰে সভাপতি বৰাই।

উল্লেখ্য যে ৰক্তদানৰ উপৰি এই বিশেষ দিনটোত শিল্পীগৰাকীৰ প্ৰিয় নাহৰ গছৰ পুলি ৰোপণ কৰিব অগপই। একেদৰে কংগ্ৰেছেও আজি ৰাজ্যজুৰি জুবিন গাৰ্গৰ জন্মদিন পালন কৰিছে। আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ আহানত কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন গাৰ্গৰ জন্মদিন পালন কৰিছে। আজি ৰ দিনটোত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আছুৱে ছহিদ ভৱনৰ পৰা মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি মহানগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ কলিতাই সদৰী কৰিছে। একেদৰে গুৱাহাটী প্ৰেছ ক্লাব, এছএফআই আদিয়েও আজি জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিছে। একেদৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি নাহৰ গছপুলি ৰোণ আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰিব।

#পুত্রবৎ ৰাহুল গৌতম শৰ্মা-আছুৰ নেতাসহ বহুকেইজনৰ সাক্ষ্য ল’লে এছআইটিয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্তত বিশেষকৈ বিত্তীয় দিশটোত অনিয়মৰ ওপৰত অনিয়মৰ তথ্য এছআইটিৰ সন্মুখত উন্মোচিত হৈছে। সেই বাবে তদন্তকাৰী গোটটোৱে বিত্তীয় লেনদেনৰ লগত যিকোনো প্ৰকাৰে জড়িত বিভিন্ন পক্ষক তাৎক্ষণিক জাননীৰে সাক্ষ্য প্রদানৰ বাবে আমন্ত্রণ জনাইছে। সোমবাৰেও তেনে কে’বাটাও পক্ষক আমন্ত্রণ জনোৱা হয়। জুবিনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ তথ্যবোৰ লাভ কৰা হৈছে আৰু তাৰ পৰিণতিতেই হিয়াৰ আমঠু শিল্পীগৰাকীক মৃত্যু গৰাহলৈ ঠেলি দিয়া হ’ল নেকি বুলি এছআইটিত বিশ্লেষণ চলিছে। অৱশ্যে এছআইটিয়ে এই কথা নিশ্চিত কৰিছে যে মেনেজাৰ সিদ্ধার্থই জুবিনৰ লগত ব্যাপক বিত্তীয় প্ৰৱঞ্চনা সংঘটিত কৰিছিল। সোমবাৰে এছআইটিয়ে জুবিনে পুত্ৰসম জ্ঞান কৰা ৰাহুল গৌতম শৰ্মাৰ সাক্ষ্য গ্রহণ কৰে। শিল্পীগৰাকীৰ অতি মৰ্মৰ আছিল ৰাহুল গৌতম শৰ্ম। তেওঁৰ মুখাগ্নিও কৰিছিল ৰাহুলে। জুবিনৰ ব্যক্তিগত বহু দিশক লৈ  এইআইটিয়ে কমেও নঘণ্টা জুৰি ৰাহুল গৌতম শৰ্মাৰ পৰা ভাষ্য সংগ্ৰহ কৰে।

ইপিনে, বিত্তীয় লেনদেনৰ বিষয়টোক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়াৰ সাক্ষ্য গ্রহণ কৰে এছআইটিয়ে। সংগঠনটোৰ শিৱসাগৰৰ এক অনুষ্ঠানত জুবিন অংশগ্রহণ কৰিছিল। ইয়াৰ বিনিময়ত হোৱা ধনৰ লেনদেন লৈ শইকীয়াৰ পৰা তথ্য সংগ্ৰহ কৰা হয়। দৰঙৰ মর্তোজা হুছেইন নামৰ এজন যুৱকৰ পৰা সোমবাৰে এছআইটিয়ে ভাষ্য সংগ্ৰহ কৰে। বিগত বৰ্ষৰ ২০ ডিচেম্বৰত দৰঙৰ দলগাঁৱত জুবিন গার্গে টিভিএছ কোম্পানীৰ এটা শ্ব’ৰূম মুকলি কৰিছিল।সোমবাৰে এছআইটিৰ এটা দল শ্ব’ৰূমটোত উপস্থিত হৈ বিভিন্ন তথ্য সংগ্ৰহ কৰিছিল তাৰ পাছত সোমবাৰে সাক্ষ্য দিবলৈ শ্ব’ৰূমটোৰ গৰাকী হুছেইনক মাতি পঠোৱা হয়।

হুছেইনে সদৰী কৰে যে শ্ব’ৰূমটো উদ্বোধনৰ বিনিময়ত তেওঁলোকে জুবিন গাৰ্গক ডেৰ লাখ টকা দিছিল। ৰাহুল গৌতম শৰ্মাৰ জৰিয়তে জুবিনৰ লগত যোগাযোগ কৰি পাছত মেনেজাৰ সিদ্ধার্থক ধন আদায় দিছিল। তাৰে ৯৫ হেজাৰ টকা অনলাইনযোগে আৰু ৫৫ হেজাৰ টকা নগদ হিচাপত আদায় দিছিল।

#জুবিনৰ মানৱীয়তাক প্ৰতাৰণা

সোমবাৰে উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ কল্প ভূমিজ নামৰ এজন লোকে জুবিন গাৰ্গৰ মানৱীয়তাক মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰে। লোকজনে আজি অভিযোগ কৰে যে হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰোতে কৰোতে শেষত এটকাও তেওঁৰ হাতত নাছিল। তেতিয়া এদিন জুবিন গাৰ্গক সাক্ষাৎ কৰি দুৰৱস্থা অৱগত কৰাত শিল্পীগৰাকীয়ে সিদ্ধার্থক ৩০ হেজাৰ টকা দিবলৈ কৈছিল। তাৰ পাছত লোকজনে সিদ্ধার্থক একাধিকবাৰ সাক্ষাৎ কৰিছিল যদিও সাহায্যৰ এটকাও দিয়া নাছিল। এনেদৰে বহুদিন পাৰ হোৱাত অৱশেষত হাতত ধন নথকাত চিকিৎসা আধৰুৱা কৰি লোকজনে গুৱাহাটী চিকিৎসা মহাবিদ্যলয় হাস্পতালৰ পৰা ঘৰলৈ গুচি গৈছিল। ইয়াৰ বহুদিন পাছত এদিন চিকিৎসালয়খনতে হঠাৎ লগ পাইছিল জুবিন গাৰ্গক। তেতিয়া লোকজনে তেওঁক সিদ্ধার্থই সাহায্যৰ ধনখিনি নিদিয়া বুলি অভিযোগ দিছিল। লগে লগে জুবিনে কাৰোবাৰ পৰা লৈ সেইখিনি টকা নিজেই লোকজনক দিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Kahiliparazubeen garg 53th birth dayzubeen resideance
publisher

publisher

Related Posts

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা
Assam

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

August 29, 2026
Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক
Assam

Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক

August 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d