Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

74,000 Indians leave Britain:৭৪ হেজাৰ ভাৰতীয়ই ত্যাগ কৰিলে ব্রিটেইন

publisher by publisher
December 8, 2025
in Uncategorized
Reading Time: 1 min read
0
74,000 Indians leave Britain:৭৪ হেজাৰ ভাৰতীয়ই ত্যাগ কৰিলে ব্রিটেইন
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Trump’s policies in the UK:ব্ৰিটেইনত ট্ৰাম্পৰ নীতি !

Rishi Sunak : মিঠাইৰ প্রতি বিশেষ আসক্তি ব্রিটেইনৰ সর্বকনিষ্ঠ প্রধানমন্ত্রী ছুনকৰ !

ৰাজদায়িত্ব লৈ উভতি নাহে ৰাণী এলিজাবেথ

74,000 Indians leave Uk:

ক্ৰমাৎ দক্ষতা সম্পন্ন ভাৰতীয় লোকৰ গ্রেট ব্রিটেইন ত্যাগ বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি, দেশখনলৈ যোৱা ৭৪ হেজাৰ ভাৰতীয় লোকে ব্রিটেইন ত্যাগ কৰিছে। উল্লেখ্য যে চলিত বৰ্ষৰ জুনলৈ ব্রিটেইনত বাস কৰা ভাৰতীয় প্ৰব্ৰজনকাৰীৰ সংখ্যা দুই লাখ চাৰি হেজাৰ হয়। এই সংখ্যা ২০২৩ৰ তুলনাত ৮০ শতাংশ কম।

ADVERTISEMENT

লক্ষ্যণীয়ভাবে শেহতীয়াভাবে ব্রিটেইন চৰকাৰে ধাৰণা কৰিছে যে বিদেশৰ পৰা উচ্চ হাৰৰ প্ৰব্ৰজনে দেশখনৰ গৃহ, স্বাস্থ আৰু স্থানীয় সেবাসমূহত নেতিবাচক প্রভাৱ পেলাইছে। এনে অৱস্থাতে ভাৰতীয় লোকৰ ব্রিটেইন আগ বৃদ্ধি পাবলৈ ধৰিছে। ব্রিটেইন ত্যাগ কৰ বিশ্বৰ বিভিন্ন দেশৰ ভিতৰত সৰ্বাধিক সংখ্যক হৈছে ভাৰতীয়। শেহতীয়াভাবে ব্রিটেইন ত্যাগ কৰা এইসকল লোকৰ মাজত ৪৫ হেজাৰ অধ্যয়ন ভিছাত আছিল। ২২ হেজাৰ জীৱিক ভিছা আৰু আন সাত হেজাৰ অন্যান্য ভিছাত ব্রিটেইনলৈ গৈছিল।

এনেদৰে বিগত দুবছৰত মুঠ ৭৪ হেজাৰ ভাৰতীয লোকে ব্রিটেইন ত্যাগ কৰে। এই ক্ষেত্রত দ্বিতীয় স্থানত আছে চীনৰ লোক। বিগত সময়ত চীনৰ ৪২ হেজাৰ লোকে ব্রিটেইন ত্যাগ কৰে। এই সম্পৰ্কত ব্রিটেইনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়ে কয় যে দেশখন ত্যাগ কৰা আন দেশৰ লোকৰ সর্বাধিক সংখ্যক হৈছে ভাৰতীয়। অৱশ্যে ব্রিটেইনলৈ যোৱা বিশ্বৰ বিভিন্ন দেশৰ লোকৰ ভিতৰত সর্বাধিক সংখ্যক হৈছে ভাৰতীয় লোক। বিগত সময়ত ভাৰতীয় ছাত্র-ছাত্রীক দেশখনে ১০ হেজাৰ ভিছা আৰু ভাৰতীয় পেছাদাৰীক ৪৬ হেজাৰ জীৱিকা ভিছা প্রদান কৰে।

উল্লেখ্য যে ব্রিটেইনলৈ যোৱা আৰু ব্রিটেইন ত্যাগ কৰা লোকৰ মাজৰ পাৰ্থক্যক বুজাবলৈ ‘নেট মাইগ্রেছন’ শীর্ষক সংজ্ঞা ব্যৱহাৰ কৰা হয়। নেট মাইগ্ৰেচন হ্ৰাসৰ সম্পৰ্কত ব্রিটেইনৰ পৰিসংখ্যা কাৰ্যালয়ৰ বিষয়া মেৰী গ্রেগ’ৰীয়ে কয় যে ২০২১ব পাছত সম্প্রতি এই পৰিসংখ্যা সর্বনিম্ন হৈছে। একাংশ বিশেষজ্ঞৰ মতে,শেহতীয়াভাৱে ভাবতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ লোকে ব্রিটেইনত অধ্যয়ন বা কাম কৰিবলৈ অনিচ্ছা প্রকাশ কৰিবলৈ লৈছে। তদুপৰি জীৱন ধাৰণৰ বাবে সন্তানৰ ওপৰত নিৰ্ভৰ কৰা লোকৰো ব্রিটেইনলৈ হ্রাস পাবলৈ ধৰিছে।

সেয়েহে দেশখনলৈ প্ৰব্ৰজন ঘটাব বিচৰা লোকৰ সংখ্যা হ্রাস পাই আহিছে। অর্থাৎ দেশখনলৈ বিদেশী লোকৰ আগমন যিমান হৈছে তাৰ তুলনাত দেশখন ত্যাগ কৰা লোকৰ সংখ্যা অধিক হৈছে। পৰিসংখ্যা কার্যালয়ে স্পষ্ট কৰি দিছে যে সম্প্রতি ব্রিটেইনৰ নেট মাইগ্ৰেচন বিগত পাঁচ বছৰৰ সৰ্বনিম্ন হৈছে। অৱশ্যে প্রব্রজন হ্রাসক আদৰণি জনাইছে ব্রিটেইনৰ গৃহমন্ত্রী শ্বাবনা মেহমুদে। মন্ত্রী গৰাকীয়ে কয়, ‘আমি এনে সংস্কাৰৰ ব্যৱস্থা কৰিছো যিসকল ইয়ালৈ আহিব সেইসকলে আমাৰ পৰা অধিক লোৱাতকৈ অধিক বৰঙণি আগবঢ়াব।’

আনহাতে, দেশখনৰ গৃহ মন্ত্রণালয়ে প্রকাশ বা অনুসৰি, চলিত বৰ্ষৰ ছেপ্টেম্বৰলৈকে ব্রিটেইনে ৩১ লাখ ভিছাত অনুমোদন জনায়। যোৱা বছৰতকৈ এই শেহতীয়াভাৱে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশব লোকে ব্রিটেইনত অধ্যয়ন বা কাম কৰিবলৈ অনিচ্ছা প্রকাশ কৰিবলৈ লৈছে। তদুপৰি জীৱন ধাৰণৰ বাবে সন্তানৰ ওপৰত নিৰ্ভৰ কৰা লোকৰো ব্রিটেইনলৈ হ্রাস পাবলৈ ধৰিছে। সেয়েহে দেশখনলৈ প্ৰব্ৰজন ঘটাব বিচৰা লোকৰ সংখ্যা হ্রাস পাই আহিছে। অর্থাৎ দেশখনলৈ বিদেশী লোকৰ আগমন যিমান হৈছে তাৰ তুলনাত দেশখন ত্যাগ কৰা লোকৰ সংখ্যা অধিক হৈছে।

পৰিসংখ্যা কার্যালয়ে স্পষ্ট কৰি দিছে যে সম্প্রতি ব্রিটেইনৰ নেট মাইগ্ৰেচন বিগত পাঁচ বছৰৰ সৰ্বনিম্ন হৈছে। অৱশ্যে প্রব্রজন হ্রাসক আদৰণি জনাইছে ব্রিটেইনৰ গৃহমন্ত্রী শ্বাবনা মেহমুদে। মন্ত্ৰীগৰাকীয়ে কয়, ‘আমি এনে সংস্কাৰৰ ব্যৱস্থা কৰিছো যিসকল ইয়ালৈ আহিব সেইসকলে আমাৰ পৰা অধিক লোৱাতকৈ অধিক বৰঙণি আগবঢ়াব।’ আনহাতে, দেশখনৰ গৃহ মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি, চলিত বৰ্ষৰ ছেপ্টেম্বৰলৈকে ব্রিটেইনে ৩১ লাখ ভিছাত অনুমোদন জনায়। যোৱা বছৰতকৈ এই বছৰৰ ভিছা অনুমোদনৰ পৰিমাণ এক লাখ কম।

যোৱা বছৰ দেশখনে ৩২ লাখ ভিছা অনুমোদন জনায়। একেদৰে যোৱা বছৰতকৈ এইবাৰ দেশখনে অনুমোদন জনোৱা জীৱিকা ভিছা বা বর্ক ভিছা ৩৯ শতাংশ হ্রাস পায়। এই হ্ৰাসৰ পৰিমাণ ২০২০ৰ ভিতৰত সর্বোচ্চ। গতিকে দেশখনলৈ যোৱা দক্ষতা সম্পন্ন পেছাদাৰীৰ সংখ্যা হ্রাস পাবলৈ ধৰিছে। চলিত বিত্তীয় বৰ্ষৰ তৃতীয়টো ত্রিমাসিকত দেখা গ’ল যে দক্ষতাসম্পন্ন পেছাদাৰীক মাথোঁ ১১.৭৩৩ ভিছাহে প্রদান কৰা হ’ল।

অথচ ২০২৩ৰ তৃতীয়টো ত্রিমাসিকত দেশখনে স্বাস্থ্য আৰু চিকিৎসা কর্মীক ৪৫ হেজাৰৰো অধিক ভিছা প্রদান কৰিছিল। কিন্তু চলিত বর্ষত এনে ভিছা অনুমোদন চকুত লগাকৈ হ্রাস পায়। যোৱা বছৰৰ প্ৰথম ত্রিমাসিকত দক্ষতা সম্পন্ন বিদেশী পেছাদাৰীক ২১,০৩৫ ভিছা অনুমোদন জনোৱা হয় যদিও চলিত বৰ্ষৰ তৃতীয়টো ত্রিমাসিকলৈ ইয়াৰ সংখ্যা ৯,১০৫ লৈ হ্রাস পায়। গতিকে ব্রিটেইনলৈ প্রব্রজন হাসৰ আভাস স্পষ্ট হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 000 Indians leave74United Kingdom
publisher

publisher

Related Posts

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

October 17, 2026
Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d