Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

উদ্বেগজনকভাৱে হ্রাস পাইছে চৰকাৰী স্কুলৰ সংখ্যা:বিজেপিশাসিত ৰাজ্যতে সর্বাধিক

publisher by publisher
December 25, 2025
in India, News
Reading Time: 1 min read
0
উদ্বেগজনকভাৱে হ্রাস পাইছে চৰকাৰী স্কুলৰ সংখ্যা:বিজেপিশাসিত ৰাজ্যতে সর্বাধিক
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Education Minister Announces in Assembly:সদনত শিক্ষামন্ত্ৰীৰ ঘোষণা

Mid Day Meal Scheme:✒️দেশত উদ্বেগজনকভাবে হ্রাস পাবলৈ ধৰিছে চৰকাৰী আৰু চৰকাৰী সাহায্যপ্রাপ্ত স্কুলৰ সংখ্যা। বিগত পাঁচটা শিক্ষাবর্ষত অসমতে বন্ধ হ’ল ৯,৩২১খন চৰকাৰী আৰু চৰকাৰী সাহায্যপ্রাপ্ত স্কুল। কেৱল অসমতে নহয়, সমগ্ৰ দেশৰ ভিতৰত সৰ্বাধিক চৰকাৰী আৰু চৰকাৰী সাহায্যপ্রাপ্ত স্কুল বন্ধ হৈছে বিজেপিশাসিত ৰাজ্যসমূহত।

ADVERTISEMENT

দেশৰ চৌদিশে চৰকাৰী স্কুলৰ সংখ্যা হ্রাস পোৱাৰ তথ্য ফাদিল হৈছে স্বয়ং কেন্দ্রীয় চৰকাৰে প্রকাশ কৰা তথ্যত। কেন্দ্রীয় ৰাজ্যিক শিক্ষামন্ত্রী জয়ন্ত চৌধুৰীয়ে ৰাজ্যসভাত দাখিল কৰা তথ্য অনুসৰি, ২০২০-২১ত সমগ্র দেশত ১১.১৯ লাখ স্কুলত মধ্যাহ্ন ভোজন বিতৰণ কৰা হয়। ২০২৪-২৫ত ইয়াৰ সংখ্যা ১০.৩৫ লাখলৈ হ্রাস পায়। অর্থাৎ মাথোঁ পাঁচ বছৰতে দেশত ৮৪,৪৩৫ খন চৰকাৰী স্কুল বন্ধ হয়। শতকৰা হিচাপত এই সংখ্যা ৭.৫ শতাংশ হয়।

কেন্দ্ৰৰ তথ্য অনুসৰি, বিজেপিশাসিত ৰাজ্যসমূহতে উক্ত পাঁচ বছৰত অধিকসংখ্যক স্কুলৰ সংখ্যা হ্রাস পায়। বিজেপিশাসিত ৰাজ্যসমূহৰ অন্যতম উত্তৰ প্ৰদেশত এই পাঁচ বছৰত ২৬ হেজাৰ চৰকাৰী স্কুল হ্রাস পায়। একেদৰে মধ্য প্রদেশত উক্ত পাঁচটা বছৰত চৰকাৰী আৰু চৰকাৰী সাহায্যপ্রাপ্ত স্কুলৰ সংখ্যা ২৪,৭০৪ খন হ্রাস পায়।এনে উদ্বেগজনক পৰিস্থিতি আন বিজেপিশাসিত ৰাজ্যসমূহৰ ক্ষেত্ৰতো দেখা গৈছে।

সদনত মন্ত্রী চৌধুৰীয়ে প্রকাশ কৰা অনুসৰি, ২০২০-২১ শিক্ষাবর্ষৰ পৰা ২০২১-২২লৈ ৩৫,৫৭৪খন স্কুলৰ সংখ্যা হ্রাস পায়। ২০২০-২১ত মধ্যাহ্ন ভোজন বিতৰণ কৰা স্কুলৰ সংখ্যা আছিল ১১.১৯ লাখ। ইয়াৰ পাছৰ শিক্ষাবর্ষ অর্থাৎ ২০২১-২২ত এনে স্কুলৰ সংখ্যা ১০.৮৪ লাখ হয়।

অর্থাৎ মাথোঁ এটা শিক্ষা বৰ্ষৰ ভিতৰতে চৰকাৰী আৰু চৰকাৰী সাহায্যপ্রাপ্ত স্কুলৰ সংখ্যা ৩.১৮ শতাংশ হ্রাস পায়। উল্লেখ্য যে ২০২০-২১ শিক্ষাবৰ্ষত দেশত কৰ’না মহামাৰীৰ প্রাদুর্ভাব আছিল। এই মহামাৰীৰ সময়ছোৱাত কেৱল উত্তৰ প্রদেশতে বন্ধ হয় ২৫,১৯৭খন স্কুল।

লক্ষ্যণীয়ভাবে উক্ত বছৰ পশ্চিমবংগত এখনো স্কুল বন্ধ হোৱা নাছিল। ইয়াৰ পাছৰ বছৰ অৰ্থাৎ ২০২২-২৩ত সমগ্র দেশত স্কুলৰ সংখ্যা ৭,৬০৪খন হ্রাস পায়। ২০২৩-= ২৪৩ এনে স্কুলৰ সংখ্যা ৯,৫০৯খন হ্রাস পায়। ফলত ২০২০ৰ পৰা ২০২৫ৰ সময়ছোৱাত দেশত চৰকাৰী আৰু চৰকাৰী সাহায্যপ্রাপ্ত স্কুলৰ – সংখ্যা ৩১,৭৬৬খন হ্রাস পায়।

অৱশ্যে এনেদৰে উদ্বেগজনকভাৱে চৰকাৰী আৰু চৰকাৰী সাহায্যপ্রাপ্ত স্কুলৰ সংখ্যা হ্রাস পোৱাৰ কাৰণ স্পষ্টভাৱে ব্যাখ্যা কৰাৰ পৰা বিৰত থাকে কেন্দ্ৰীয় ৰাজ্যিক শিক্ষামন্ত্রী। আনহাতে তেওঁ কয় যে দেশৰ ১০.৩৫ লাখ স্কুলত ১১ কোটি ছাত্র-ছাত্রীয়ে নাম লগাইছে। চৰকাৰী আৰু চৰকাৰী সাহায্যপ্রাপ্ত স্কুলসমূহত বছৰৰ ২২০ দিনত মধ্যাহ্ন ভোজন যোগান ধৰা হয়।

নিতৌ আঠ কোটি ছাত্র-ছাত্রীয়ে মধ্যাহ্ন ভোজন গ্ৰহণ কৰে। উল্লেখ্য যে যোৱা এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত প্ৰতি সাঁজৰ ব্যয় বৃদ্ধি কৰিছে। সেই অনুসৰি, ইয়াৰ বাবদ প্ৰাকপ্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ প্রত্যেক ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে নিতৌ ৬.৭৮ টকা ব্যয় কৰা হয়। পূর্বে ইয়াৰ পৰিমাণ ৬.১৯ টকা আছিল।

একেদৰে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে পূৰ্বৰ ৯.২৯ টকাৰ পৰা ১০.১৭ টকা ব্যয় কৰা হৈ আহিছে। আনহাতে, মধ্যাহ্ন ভোজনৰ বাবদ ২০২৪-২৫ বিত্তীয় বৰ্ষত চৰকাৰে ১২,৪৬৭.৩৯ কোটি টকা ব্যয় কৰে। ২০২৫-২৬ বিত্তীয় বর্ষত মধ্যাহ্ন ভোজনৰ বাবদ কেন্দ্রই ১২,৫০০ কোটি টকা বাজেটত ধাৰ্য কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mid Day Meal Scheme
publisher

publisher

Related Posts

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d