Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ইন্দোৰত ১০ জন লোকৰ মৃত্যুৰ বাবে দায়ী ‘বিষাক্ত’ পানী!

publisher by publisher
January 2, 2026
in India, News
Reading Time: 1 min read
0
ইন্দোৰত ১০ জন লোকৰ মৃত্যুৰ বাবে দায়ী ‘বিষাক্ত’ পানী!
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Tragic road accident in Dhar district of Madhya Pradesh:মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু সহ ১৬জন লোক,১৬ আহত

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

অশালীন শব্দ ক’লেই পাঁচশ টকা জৰিমনা

Madhya Pradesh:✒️মধ্যপ্ৰদেশৰ ইনদওৰ চহৰৰ ভগীৰথপুৰা অঞ্চলত বিষাক্ত পানী পান কৰাৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰী তথ্য অনুসৰি এই ঘটনাত এতিয়ালৈকে ১০ জন লোকৰ মৃত্যু হৈছে যদিও স্থানীয় বাসিন্দাসকলে মৃতৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পোৱাৰ দাবী কৰিছে। একেদৰে, অঞ্চলটোত প্ৰায় ১৪০০ ৰো অধিক লোক অসুস্থ হৈ পৰিছে।

ADVERTISEMENT

তথ্য অনুসৰি ইনদওৰৰ মুখ্য স্বাস্থ্য আধিকাৰিক তথা চিকিৎসক মাধৱ প্ৰসাদে জনোৱা মতে, এটা চিকিৎসা মহাবিদ্যালয়ৰ গৱেষণাগাৰত কৰা পৰীক্ষাত পানী দূষিত হোৱা বুলি নিশ্চিত হৈছে। তদন্তত প্ৰকাশ পাইছে যে পানীৰ পাইপলাইন ফাটি যোৱাৰ ফলতেই শৌচাগাৰৰ নিষ্কাশন পানী খোৱা পানীৰ লগত মিহলি হয় আৰু সেই দূষিত পানী পান কৰাৰ বাবেই ডায়েৰিয়াৰ প্ৰাদুৰ্ভাৱ ঘটে।

স্থানীয় প্ৰশাসনৰ সূত্ৰে জনোৱা মতে, ভগীৰথপুৰাৰ এটা থানাৰ সমীপত পানীৰ পাইপলাইনৰ ফাট চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে, ফটা পাইপলাইনৰ ওপৰতেই এটা শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল। পাইপ ফটাৰ ফলত শৌচাগাৰৰ পানী গৈ খোৱা পানী দূষিত কৰে আৰু তাৰ ফলতেই এই বিপৰ্যয় সংঘটিত হয়।

ইনদওৰৰ মেয়ৰ পুষ্যমিত্ৰ ভার্গৱে জনাইছে যে চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে ১০ জনৰ মৃত্যু হৈছে। আনফালে, স্থানীয় বাসিন্দাসকলে অভিযোগ কৰিছে যে মৃত্যুৰ সংখ্যা ইয়াতকৈ অধিক।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। অতিৰিক্ত মুখ্য সচিব সঞ্জয় দুবেই জনাইছে যে ক্ষতিগ্ৰস্ত পাইপলাইন মেৰামতি কৰি অঞ্চলটোত পুনৰ পৰিষ্কাৰ পানীৰ যোগান আৰম্ভ কৰা হৈছে।

লগতে সুৰক্ষাৰ স্বাৰ্থত আন ঠাইত পাইপলাইনৰ ফাটি আছে নেকি সেয়াও পৰীক্ষা কৰা হৈছে।

এই ঘটনাক লৈ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে ৰাজ্য চৰকাৰলৈ নোটিছ জাৰি কৰিছে। বহুদিন ধৰি দূষিত পানীৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো কিয় সময়মতে ব্যৱস্থা গ্ৰহণ কৰা নহ’ল, সেই সন্দৰ্ভত ব্যাখ্যা বিচাৰিছে আয়োগে।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী মোহন যাদৱে ইনদওৰৰ বিভিন্ন চিকিৎসালয় পৰিদৰ্শন কৰি অসুস্থসকলৰ স’তে সাক্ষাৎ কৰে আৰু পৰিস্থিতি সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠকো কৰে।

স্বাস্থ্য বিভাগৰ মতে, ভগীৰথপুৰাৰ ১৭১৪টা ঘৰত সমীক্ষা চলোৱা হৈছে আৰু ৮৫৭১ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰে ৩৩৮ জনৰ মাজত ডায়েৰিয়াৰ মৃদু লক্ষণ ধৰা পৰিছে।

উল্লেখযোগ্য যে, যি ভগীৰথপুৰা অঞ্চলত এই ডায়েৰিয়াৰ প্ৰাদুৰ্ভাৱ হৈছে, সেই এলেকাটো ৰাজ্যৰ আবাসন আৰু নগৰোন্নয়ন মন্ত্ৰী কৈলাস বিজয়বৰ্গীয়ৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত। এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ৰাজনৈতিক বিতৰ্কই ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MADHYA PRADESH
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d