Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

    নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

    মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

    হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    ‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

    দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ম’বাইল ফোনৰ আসক্তিৰ পৰা মুক্তি বিচাৰে নেকি? এই সহজ পথ গ্রহণ কৰক

মস্তিষ্কৰ সুখৰ হৰমনৰো আছে ভূমিকা

publisher by publisher
January 4, 2026
in Lifestyle
Reading Time: 1 min read
0
ম’বাইল ফোনৰ আসক্তিৰ পৰা মুক্তি বিচাৰে নেকি? এই সহজ পথ গ্রহণ কৰক
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

ECI:ভোটদানৰ পূৰ্বে নির্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা ভোটাৰলৈ

Pathsala:সাংবাদিক ৰানা ডেকা আৰু সন্তানক ফোনযোগে হত্যাৰ ভাবুকি সন্দৰ্ভত গোচৰ

Mobile Blast : মোবাইলত গেম খেলি থকাৰ অৱস্থাতে বিস্ফোৰণ , মৃত্যু আঠ বছৰীয়া শিশু

আপুনি ম’বাইল ফোন আসক্ত হোৱা বুলি নিজে অনুভৱ কৰে নেকি? অর্থাৎ হাতত ইণ্টাৰনেট সংযুক্ত ম’বাইল ফোনটো নাথাকিলে সময় অতিবাহিত কৰোতে অত্যন্ত বিৰক্তি অনুভৱ কৰে নেকি? পৰিয়াল বা বন্ধু-বান্ধৱৰ মাজত থকাৰ সময়তো ম’বাইলটো অবিহনে এনে অনুভব হয় নেকি?

ADVERTISEMENT

যদিহে এনে পৰিস্থিতিৰ আপুনি অথবা আপোনাৰ চিনা-পৰিচিতজন সম্মুখীন হৈছে তেন্তে আপোনাৰ বা পৰিচিতজনৰ ম’বাইল ফোনৰ প্ৰতি আসক্তি আছে বুলি আখ্যা দিব পাৰি। একাংশ বিশেষজ্ঞৰ মতে ম’বাইল ফোনৰ আসক্তি দূৰ কৰাটো অসম্ভৱৰ নিচিনা। যদি আপুনি বা আপোনাৰ প্রিয়জনে ম’বাইলটোক লৈ ব্যস্ত থাকোতে পুৱা-গধূলিৰ আহাৰো গ্ৰহণ কৰিবলৈ পাহৰি যায় বা আহাৰ গ্রহণ কৰিবলৈ মাতিলে বিৰক্তি অনুভৱ কৰে তেন্তে তেনে লক্ষণো ম’বাইল আসক্তিৰ চিন।

এই আসক্তি দূৰ কৰাটো সহজ নহ’লেও শেহতীয়াভাবে এজন স্নায়ুৰোগ বিশেষজ্ঞই এক সমাধান সূত্র আগবঢ়াইছে। ডাঃ কল্লোল কুমাৰ দেৰ মতে ম’বাইল ফোনৰ প্ৰতি আসক্তি সৃষ্টিৰ কাৰণ হৈছে ফোনটোৰ স্ক্ৰীণত দেখা পোৱা বিভিন্ন ৰঙীণ বস্তু চকুত পৰাৰ লগে লগে মস্তিষ্কৰ ড’পামিন বা সুখৰ হর্মন প্রভাবিত হয়।

এই হর্মন নির্গত হ’লে এজন মানুহে সুখী অনুভৱ কৰে। ম’বাইল ফোনৰ ৰঙীণ কায়সমূহে ড’পামিনৰ ক্ষৰণ ঘটায়। ফলত চকুৰ সন্মুখত ম’বাইল ফোনটো লৈ থাকিলে ভাল লাগি থাকে। এনেদৰে এজন ব্যক্তি ম’বাইল আসক্ত হৈ পৰে। বিশেষজ্ঞসকলৰ মতে ম’বাইল ফোনৰ আসক্তি দূৰ কৰাৰ উপায় আছে।

ম’বাইল ফোনৰ স্ক্ৰীণৰ উজ্জ্বল আৰু ৰঙীণ পৰিচ্ছদ সলনি কৰি পাতল ক’লা কৰিব লাগে।তাকে কৰিলে পূৰ্বৰ দৰে ফোনটোৰ স্ক্রীণখন আৰু ভাল নলগা হ’ব। ফোনটোৰ এই অৱস্থাই ডপামিনৰ ক্ষৰণো ঘটাব নোৱাৰে। অর্থাৎ ফোনটো চালে পূৰ্বৰ দৰে মনত সুখানুভূতিৰ সৃষ্টি নহয়।

ফলত ম’বাইল আসক্তি লাহে লাহে দূৰ হ’বলৈ ধৰিব। এই সম্পর্কত ডাঃ দেই কয়, ‘ম’বাইল ফোনৰ পৰ্দাৰ স্ক্রীণ ৰঙীণৰ পৰা মটিয়া বা পাতল ক’লা তথা ধূসৰলৈ সলনি কৰিব লাগে। এনে অৱস্থাতো ম’বাইল ফোনটোত প্রয়োজনীয় কাম-কাজ কৰাত অসুবিধাৰ সৃষ্টি নহয়। ফোনটোৰ অৱস্থা এনে কৰি ল’লে ম’বাইলতে ঘণ্টাৰ পাছত ঘণ্টা চকু দি থাকিলেও আসক্তিৰ সৃষ্টি নহয়।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mobile Phone
publisher

publisher

Related Posts

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d