Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ভেনিজুৱেলাত আক্রমণ সন্দৰ্ভত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ

কোনো আন্তর্জাতিক আইন আমি নামানো

publisher by publisher
January 10, 2026
in International, News
Reading Time: 1 min read
0
ভেনিজুৱেলাত আক্রমণ সন্দৰ্ভত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

হৰমুজ প্ৰণালীত অবৰোধ আঁতৰাবলৈ বিশেষ চুক্তিত সন্মত ইৰান-আমেৰিকা!

Donald Trump:✒️’হয়, এটা বস্তু আছে। মোৰ নিজস্ব নীতি। মোৰ নিজৰ মন। এয়াই হৈছে একমাত্র বস্তু যিয়ে মোক ৰখাব পাৰে। আমাক আন্তর্জাতিক আইনৰ প্রয়োজন নাই।’ অলপতে মার্কিন বিশেষ বাহিনীয়ে কৰা ভেনিজুবেলা আক্রমণ সন্দর্ভত এক সাক্ষাৎকাৰত এই মন্তব্য কবে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে।

ADVERTISEMENT

উল্লেখ্য যে ট্রাম্পে আন্তর্জাতিক আইন উলংঘা কৰি ভেনিজুরেলা আক্রমণ কৰে বুলি বিশ্বজুৰি চৰ্চা হৈ আছে। ইতিমধ্যে সমগ্র বিশ্বত মার্কিন বাহিনীৰ এই আক্ৰমণৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত হৈছে। বহুতে মার্কিন বাহিনীয়ে বন্দী কৰি অহা ভেনিজুবেলাৰ ৰাষ্ট্ৰপতি নিক’লাছ মাদুৰ’ আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক তাৎক্ষণিকভাবে মুক্তি দিবলৈও দাবী উত্থাপন কৰিছে।

আনকি মার্কিন সংসদেও পৰৱৰ্তী সামৰিক পদক্ষেপ গ্রহণ বন্ধ কৰিবলৈ ট্রাম্পলৈ বার্তা দিছে। এনে অবস্থাতে ‘দ্য নিউ য়র্ক টাইমছ’ৰ স’তে হোৱা এক সাক্ষাতত ৰাষ্ট্ৰপতি ট্রাম্পে মন্তব্য কৰে যে মার্কিন সেনাৰ সৰ্বাধিনায়কৰূপে তেওঁৰ ক্ষমতা কেৱল নৈতিকতাৰ দ্বাৰাহে নিয়ন্ত্রিত।

আন দেশৰ বিৰুদ্ধে সেনা অভিযানৰ পদক্ষেপ গ্রহণৰ ক্ষেত্রত কোনো আন্তর্জাতিক আইন মানি নচলে বুলিও বেপৰোৱা মন্তব্য কৰে ট্রাম্পে। ভেনিজুবেলাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক বন্দী কৰাৰ প্ৰাক্‌মুহূৰ্তত মার্কিন বাহিনীয়ে কৰা বোমাবর্ষণত কোনো লোক নিহত হোৱা নাই বুলিও ট্রাম্পে দাবী কৰি আহিছে।

আগন্তুক দিনত অধিক বেপৰোৱা নীতি গ্ৰহণৰ ইংগিত দি তেওঁ লগতে কয়, ‘আমি কোনো সাধাৰণ মানুহক আঘাত কৰিবলৈ বিচৰা নাই।’ আনহাতে আন্তর্জাতিক আইন মানি চলাৰ দায়বদ্ধতা তেওঁৰ চৰকাৰৰ আছে নে নাই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ট্রাম্পে কয়, ‘আন্তর্জাতিক আইনৰ আপোনাৰ সংজ্ঞা কি? তাৰ ওপৰত উত্তৰ নিৰ্ভৰ কৰিব।’

উল্লেখ্য যে ৰাষ্ট্ৰপতি ট্রাম্পৰ ভেনিজুরেলা আক্রমণৰ বিৰুদ্ধে নিজ দল ৰিপাব্লিকান পার্টিৰে একাংশ সাংসদ থিয় দিছে। কালি মার্কিন সংসদৰ উচ্চ সদন ছিনেটত যুদ্ধ ক্ষমতা সংক্রান্তীয় প্রস্তাৱৰ সপক্ষে ৫২ জন আৰু বিপক্ষে ৪৭ জন সাংসদে ভোট দিয়ে। এনেদৰে পাঁচটা ভোটৰ ব্যৱধানত উচ্চ সদনত এই প্রস্তাব গৃহীত হয়।

এই প্রস্তাবৰ জৰিয়তে ট্রাম্পৰ যুদ্ধবাজ নীতিৰ বিৰোধিতা কৰা হৈছে। লক্ষ্যণীয়ভাবে প্রস্তাৱটোৰ সমর্থনত ৰিপাব্লিকান পার্টিবো কে’বাজনো সাংসদে ভোট দিয়ে। অর্থাৎ ট্রাম্পৰ যুদ্ধ নীতি বিৰোধিতাৰ ক্ষেত্ৰত ডেম’ক্রেট সাংসদসকলৰ স’তে ৰিপাব্লিকান পার্টিৰ এইসকল সাংসদেও স্থিতি গ্রহণ কৰে।

লক্ষ্যণীয় যে দলৰে একাংশই বিৰোধিতা কৰা সত্ত্বেও ট্রাম্পে নিজ স্থিতিত অটল থাকি মেক্সিকো, কলম্বিয়া আৰু কিউবালৈ সতর্ক বার্তা প্ৰেৰণ কৰিছে। এই তিনি দেশেও কলম্বিয়া সদৃশ পৰিস্থিতিৰ সম্মুখীন হ’ব পাৰে বুলি দেশকেইখনক সকীয়াই দিছে মার্কিন ৰাষ্ট্ৰপতিজনে। তদুপৰি কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভ’ পেট্ৰ’ৰ স’তে ফোনত উত্তপ্ত বাক্য বিনিময়ো কৰিছে ট্রাম্পে। কলম্বিয়াৰ ৰাষ্ট্ৰপতিজনে অভিযোগ উত্থাপন কৰিছে যে তেওঁক হত্যাৰ ষড়যন্ত্র ৰচনা কৰিছে ট্রাম্পে।

অৱশ্যে উক্ত সাক্ষাৎকাৰত ট্রাম্পে মেক্সিকো, কলম্বিয়া আৰু কিউবাক আক্রমণ কৰিব নেকি সেই কথা প্রকাশ নকৰিলে। তাৰ পৰিৱৰ্তে তেওঁ ডেনমার্কৰ নিয়ন্ত্রণত থকা গ্রীণলেণ্ডৰ ওপৰত পৰা তেওঁৰ দৃষ্টিৰ কথা উল্লেখ কৰে। স্পষ্টভাবে তেওঁ কয়, ‘গ্রীণলেগুক আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংশ কৰা হ’বই। মালিকীস্বত্বৰ বিষয়টো খুবেই গুৰুত্বপূৰ্ণ।’

গ্রীণলেণ্ড দখলৰ উদ্দেশ্যে সামৰিক অভিযান চলাব নেকি বুলি সোধা প্রশ্নৰ উত্তৰত তেওঁ কয়, ‘মই মন কৰিছো যে সফলতাৰ বাবে মানসিক প্রস্তুতিৰো প্রয়োজন। লগতে মন কৰিছো যে মালিকীস্বত্ব আপোনাক কিছু দি আনক কিছু দিব নোৱাৰে। নাজানো যে আপুনি চুক্তিৰ কথা কৈছে নে নাই। প্রকৃততে মালিকীস্বত্ব আপুনি কেরল এখন নথিত স্বাক্ষৰ কৰিলেই নাপায়।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMP
publisher

publisher

Related Posts

এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে
India

September 21, 2026
ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই
News

চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

September 21, 2026
তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি
Assam

তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

September 21, 2026
নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!
India

নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d