Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

মার্কিন ৰাষ্ট্ৰপতিক নিজ হাতে প্ৰদান কৰিব নিজৰ ন’বেল বঁটা!

publisher by publisher
January 11, 2026
in International, News
Reading Time: 1 min read
0
মার্কিন ৰাষ্ট্ৰপতিক নিজ হাতে প্ৰদান কৰিব নিজৰ ন’বেল বঁটা!
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

Donald Trump:✒️ভেনিজুৱেলাৰ শান্তিৰ ন’বেল বঁটা বিজয়ী মেৰিয়া কৰিনা মাচাদো যে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ এজেন্ট তথা ঘৰ বিভীষণ তাক লৈ থকা সন্দেহ সম্প্রতি সম্পূর্ণৰূপে অতীত হ’ল।শাস্তিৰ ন’বেল বঁটাপ্ৰাপকগৰাকীয়ে নিজেই ট্রাম্পৰ এজেন্ট বুলি প্রমাণ দি নিজৰ ন’বেল শান্তি বঁটা ট্রাম্পক নিজ হাতে প্রদান কৰিব বুলি ঘোষণা কৰিছে।

ADVERTISEMENT

কেৱল সেয়াই নহয়, তেওঁ যোৱা তিনি জানুৱাৰীৰ মার্কিন বিশেষ বাহিনীৰ ভেনিজুবেলা আক্রমণ কাণ্ডৰ প্ৰশংসাত পঞ্চমুখ হৈছে। লক্ষ্যণীয় যে যি সময়ত সমগ্র বিশ্বত ট্রাম্পৰ ভেনিজুৱেলা আক্রমণক নিন্দা কৰা হৈছে তেনে সময়তে স্বদেশত বিদেশী বাহিনীৰ চলা আক্ৰমণত প্রশংসা কৰি ৰাষ্ট্ৰপতি ট্রাম্পৰ প্ৰতি গদগদ হৈছে মাচাদো। আনকি তেওঁ ট্রাম্প শান্তিৰ ন’বেল বঁটাৰ বাবে যোগ্য বুলিও মন্তব্য কৰিছে। মার্কিন বাহিনীৰ ভেনিজুবেলা আক্ৰমণৰ দিনটো অর্থাৎ যোৱা তিনি জানুৱাৰীৰ দিনটো ইতিহাসত ন্যায়ৰ দ্বাৰা অত্যাচাৰীৰাজ পৰাস্ত হোৱাৰ দিনৰূপে লিপিবদ্ধ হ’ব বুলিও শান্তিৰ ন’বেল প্রাপকগৰাকীয়ে মন্তব্য কৰিছে।

উল্লেখ্য যে অহা সপ্তাহত মাচাদোরে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰাৰ কথা। এই ভ্ৰমণৰ সময়তে তেওঁ ট্রাম্পক নিজৰ ন’বেল বঁটা হস্তান্তৰ কৰাৰ সম্ভাৱনাও প্রবল হৈছে। উল্লেখ্য যে ভেনিজুৱেলাৰ বিৰোধী নেত্রী মাচাদোবে যোৱা বছৰ শান্তিৰ ন’বেল বঁটা লাভ কৰে। সম্প্রতি তেওঁ ট্রাম্পক এই সম্মানীয় বঁটা হস্তান্তৰ কৰিব বুলি কৰা ঘোষণাক লৈ ন’বেল সমিতিয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। এই সম্পৰ্কত এক বিবৃতিত ন’বেল সমিতিয়ে কয়, ‘এটা ন’বেল বঁটা প্রত্যাহাৰ, ভাগ বাটোৱাৰা আৰু আনলৈ হস্তান্তৰ কৰিব নোৱাৰি। এবাৰ ঘোষণা হোৱাৰ পাছত সিদ্ধান্ত সকলো সময়ৰ বাবে থাকে।’

লক্ষ্যণীয় যে মার্কিন বাহিনীয়ে ৰাষ্ট্ৰপতি নিক’লাছ মাদুৰ’ আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক বন্দী কৰি স্বদেশলৈ নিয়াৰ পাছত বিৰোধী নেত্ৰীগৰাকীয়ে ভেনিজুৱেলাৰ শাসকৰ দায়িত্ব লাভ কৰিব বুলি ব্যাপক চর্চা হৈছিল। কিন্তু তেওঁৰ পৰিৱৰ্তে সমাজবাদী ভাবধাৰাৰ উপ-ৰাষ্ট্ৰপতি ডেলচি বড্রিগুৱেজেহে মাদুৰ’ৰ পদবী লাভ কৰে। লক্ষ্যণীয় যে মার্কিন বিশেষ বাহিনীয়ে মাদুৰ’ আৰু তেওঁৰ পত্নীক বন্দী কৰি নিয়াৰ পাছতে উল্লাস প্রদর্শন কৰে মাচাদোরে। এই নাটকীয় ঘটনাৰ ফলত মুক্তিৰ সময় আহিল বুলিও তেওঁ মন্তব্য কৰে। তেওঁৰ এনে উচ্ছাসভৰা মন্তব্যৰ বিপৰীতে ট্রাম্পে তেতিয়া কৌশলী স্থিতি গ্রহণ কৰে।

তেওঁৰ স’তে দূৰত্ব সৃষ্টি কৰি ট্রাম্পে এখন সংবাদমেলত কয়, ‘দেশৰ ভিতৰতে তেওঁ (মাচাদো)ৰ প্রতি সমর্থন নাই। মই ভাবো যে তেওঁ নেত্রী হোৱাটো অতি কঠিন হ’ব। নিজ দেশতে তেওঁৰ প্ৰতি সমর্থন বা সম্মান নাই। তেওঁ এগৰাকী অতি ভাল মহিলা; কিন্তু তেওঁৰ প্ৰতি নিজ দেশতে সম্মান নাই।’ উল্লেখ্য যে যোৱা মাহত ন’বেল বঁটা গ্ৰহণৰ উদ্দেশ্যে মাচাদোবে ভেনিজুৱেলাৰ পৰা নৰৱেলৈ যাত্ৰা কৰে। বর্তমানেও তেওঁ স্বদেশলৈ উভতি অহা নাই। অৱশ্যে তেওঁ প্রকাশ কৰা অনুসৰি শীঘ্রে স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে তেওঁ পৰিকল্পনা কৰি আছে। সম্প্রতি তেওঁ নিজৰ ন’বেল বঁটা ট্রাম্পক প্রদান কৰিব বুলি ঘোষণা কৰি এই সম্মানীয় বঁটাৰ ইতিহাসতে এক বিতৰ্কৰ সূত্রপাত ঘটাইছে। ট্রাম্পক নিজৰ বঁটা প্ৰদান কৰিব পালে ভাল পাব বুলি প্ৰকাশ কৰি তেওঁ কয়, ‘মই এই বঁটা তেওঁক প্রদান কৰিবলৈ বিচাৰিছো। আমি যি বিশ্বাস কৰো সেয়া তেওঁক ব্যক্তিগতভারে সাক্ষাৎ কৰি জনাবলৈ নিশ্চিতভাবে ভাল পাম। ভেনিজুৱেলাৰ জনতাই নিশ্চিতভাবে তেওঁক এই বঁটা প্রদান কৰিবলৈ আৰু তেওঁৰ স’তে ভাগ বাটোৱাৰা কৰিবলৈ বিচাৰে।’

এই বঁটা লাভৰ পাছত ট্রাম্পৰ স’তে বাৰ্তালাপ কৰিছে নে নাই বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত নেত্ৰীগৰাকীয়ে কয়, ‘শান্তিৰ ন’বেল বঁটা ঘোষণাৰ দিনটোতে যোৱা ১০ অক্টোবৰত মই তেওঁৰ স’তে কথা পাতিছিলো। কিন্তু তেতিয়াৰ পৰা আৰু পতা নাই।’ বঁটাপ্ৰাপক ঘোষণাৰ পাছতে তেওঁ এই বঁটা ট্রাম্পলৈ উৎসর্গা কৰে বুলিও দাবী কৰে। এই সম্পর্কত তেওঁ আৰু কয়, ‘ন’বেল শান্তি বঁটা ঘোষণাৰ কথা জনাৰ লগে লগে মই ৰাষ্ট্ৰপতি ট্রাম্পলৈ বঁটাটো উৎসর্গা কৰো। কাৰণ মই বিশ্বাস কৰো যে তেওঁ এই বঁটাৰ যোগ্য। বহু মানুহে কৈছে যে তেওঁ (ট্রাম্প) যোৱা তিনি জানুৱাৰীত যি কৰিলে তাৰ বাবে তেওঁ আৰু শান্তিৰ ন’বেল বঁটা লাভ নকৰে।’

মাদুৰ’ আৰু তেওঁৰ পত্নীক মার্কিন বাহিনীয়ে বন্দী কৰি নিয়াৰ কাৰ্যক প্রশংসা কৰি মাচাদোরে লগতে কয়, ‘মই ভাবো যে তেওঁ (ট্রাম্পে) কি বুজায় সেয়া প্ৰমাণ কৰি দেখুৱালে। তিনি জানুৱাৰীৰ দিনটো ইতিহাসত অত্যাচাৰীৰাজৰ বিৰুদ্ধে ন্যায়ৰ জয় বুলি লিপিবদ্ধ হ’ব। এয়া এক মাইলৰ খুঁটি। এয়া কেৱল ভেনিজুৱেলাৰ নাগৰিকসকলৰ বাবে বৃহৎ পদক্ষেপ নহয়, লগতে মানব জাতিৰ বাবে এক বৃহৎ পদক্ষেপ।’

অৱশ্যে তেওঁ এই বুলিও স্পষ্ট কৰি দিছে যে বর্তমানলৈ তেওঁ ট্রাম্পক ন’বেল বঁটা হস্তান্তৰ কৰা নাই আৰু ব্যক্তিগতভাবে সাক্ষাৎ ঘটিলেহে মার্কিন ৰাষ্ট্ৰপতিজনক এই কথা ক’ব পাৰিব। লক্ষ্যণীয় যে যোৱা আঠ জানুৱাৰীতো ট্রাম্পে বিগত বৰ্ষৰ শান্তিৰ ন’বেল বঁটা লাভ নকৰাৰ বাবে নৰৱেৰ ওপৰত ক্ষোভ প্রকাশ কৰে। তেতিয়া তেওঁ মন্তব্য কৰে যে তেওঁক শান্তিৰ ন’বেল বঁটা প্ৰদান নকৰাটো নৰৱেৰ বাবে এক বৃহৎ লজ্জা। গতিকে মাচাদোবে এই বঁটা হস্তান্তৰ কৰিলে ট্রাম্পে গ্রহণ কৰা সম্ভাৱনা নুই কৰিব নোৱাৰি। ইয়াৰ পূৰ্বে ট্রাম্পে যোৱা বছৰ বহুবাৰ তেওঁ ন’বেল শান্তি বঁটাৰ বাবে যোগ্য বুলি দাবী কৰে। বছৰটোৰ প্ৰথম আঠ মাহত আঠখনকৈ যুদ্ধ বন্ধ কৰাৰ কর্তৃত্বও তেওঁ দাবী কৰি কৈছিল। প্রতিখন যুদ্ধ বন্ধ কৰাসকলে একোটা ন’বেল বঁটা লাভ কৰিব লাগে। এইবোৰ ডাঙৰ যুদ্ধ আছিল। এইবোৰ এনেকুৱা যুদ্ধ আছিল কোনেও এই যুদ্ধসমূহ বন্ধ কৰিব পাৰিব বুলি ভাবিব নোৱাৰে।’

লগতে তেওঁ প্রাক্তন মার্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাক শান্তিৰ ন’বেল বঁটা প্ৰদান কৰা কাৰ্যক সমালোচনা কৰিছিল। অ’বামাই একো নকৰাকৈয়ে এই সম্মানীয় বঁটা লাভকৰিলে বুলিও ট্রাম্পে কটাক্ষ কৰিছিল। আনহাতে, ট্রাম্পৰ শাস্তিৰ ন’বেল বঁটা সংক্রান্তীয় শেহতীয়া মন্তব্যক লৈ ন’বেল সমিতিয়ে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ সিদ্ধান্ত নৰৱে চৰকাৰৰ পৰা সম্পূৰ্ণৰূপে স্বতন্ত্র। লক্ষ্যণীয়ভারে এই ন’বেল সমিতিত নৰৱে সংসদৰ পাঁচজন সদস্যও আছে। ইপিনে, ট্রাম্পে সূত্রপাত ঘটোৱা বিতর্ক সম্পৰ্কত নৰৱেৰ বৈদেশিক দপ্তৰ ৰাজ্যিক মন্ত্রী ইভিন্দ ভেড পিটার্জনে সংবাদ মাধ্যমৰ আগত কয়, ‘ন’বেল সমিতি সিদ্ধান্তৰ ক্ষেত্ৰত নৰবে চৰকাৰ কৰিবলগীয়া একো নাই।’

উল্লেখ্য যে মাচাদোৱে দীর্ঘকাল ধৰি মাদুৰ’ৰ বিৰুদ্ধে যুঁজ দি আছিল। মাদুৰ’ৰ বিৰুদ্ধে একনায়কত্বৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে নেত্ৰীগৰাকীয়ে। ফলত তেওঁ মাদুৰ’ৰ ৰোষত পৰে। সেয়েহে বিগত ৰাষ্ট্ৰপতি নির্বাচনত প্রাদেশিক নির্বাচনত জয়ৰ পাছতে তেওঁক মাদুৰ’ চৰকাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱাটো নিষিদ্ধ কৰে। গতিকে তেওঁ প্রতিদ্বন্দ্বিতাৰ পৰা আঁতৰি আহে আৰু তেওঁৰ স্থানত এডমান্ডো গঞ্জালেছ অবতীর্ণ হয়।

অৱশেষত মাদুৰ’ৰ হাতত গঞ্জালেছ পৰাস্ত হয়। অৱশ্যে ৰাষ্ট্ৰপতি নির্বাচনৰ ফলাফলক লৈ ভেনিজুৱেলাৰ বিৰোধীসকলৰ লগতে মার্কিন প্রশাসনে সন্দেহ প্ৰকাশ কৰি আহিছে। আনকি বিৰোধীসকলৰ মতে মাদুৰ’ নহয়, গঞ্জালেছেহে নির্বাচনত জয়লাভ কৰে।

আনহাতে, পত্নীসহ ৰাষ্ট্ৰপতি মাদুৰ’ক বন্দী কৰি অনাৰ পাছত ভেনিজুৱেলাৰ বিশাল তৈল ভাণ্ডাৰৰ প্ৰতি ট্রাম্পৰ লোভঅধিক বৃদ্ধি পাইছে। ইতিমধ্যে এই তৈল ভাণ্ডাৰ হস্তগত কৰাৰ কূট কৌশল তেওঁ আৰম্ভ কৰিছে। তৎসত্ত্বেও ট্রাম্পৰ প্রশংসাত গদগদ হৈ আছে মাচাদো।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMP
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d